পৃষ্ঠা:New Testament in Assamese.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ ৬ য়োহান কৰা? নিচিনা এই অহাৰ নহয়; এই অহাৰ যি কোনো খাই, সি সদায় জীব। ৫৯ কিফণাহুমত উপদেশ দিয়া কলিত তেওঁ এইবিলাক কথা বুলিলে। ৬০ তেতিয়া এই কথা শুনি তেওঁৰ শিষ্যবিলাকৰ মাঝৰ অনেকে কোৱা কুই কৰিলে, ই বৰ টান কথা; ইয়াক কোনে শুনিব পাৰে। ৬১ তেওঁৰ শিষ্যবিলাকে এনে বোল মাত কৰে, কি যীশুএ আপনি মনে জানি, সি- বিলকিত কলে, এই কথাতে তোমোলাকৰ জোৰ হৈছে নে? ৬২ তোমোল- কে যদি মানুহৰ পুত্ৰক অগিৰ থকা ঠাইলৈ উঠিবৰ দেখা, তেতিয়া কি ৩৩ আত্মইহে জীৱন দিএ, শৰীলত একো কাৰ্য্য নাই; মই তেমো- লাকত যিবোৰ কথা কৈছো, সেই কথাই আত্মা আৰু জীৱন। ৬৪ কিন্তু তোমোলাকৰ মাঝত কোনো কোনো অবিশ্বাসী আছে। কোন কোন মানু- হে বিশ্বাস নকৰে, আৰু কোনে তেওঁক লোকৰ হাতত সোধাই দিব, তাক য়ী এ অগিৰে পৰা জানি আছিল। ৬৫ অকিও তেওঁ বুলিলে, এই নি- মিত্তে মই তোমেলিকিত কৈছিলোঁ, মোৰ পিতৃৰ পৰা শক্তি নেপালে, মোৰ ওচৰলৈ কোনেও আহিব নোৱাৰে। ২৬ তাৰে পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিলে। ৬৭ তেতিয়া যীশুএ বাৰে জন শিষ্যক বুলিলে, তোমোল- কো যাবলৈ ইচ্ছা কৰা নে? তাতে চিমোন পিতৰে উত্তৰ কৰিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? তানন্ত জীৱন দিওঁতা যি কথা, সেই কথা তোমাৰহে। ৬৯ আৰু তুমি যে অমৰ ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াকে বিশ্বাস কৰি অমি নিশ্চয় জানে॥ ৭° তেতিয়া তেওঁ সমিধান দি কলে, মই তো- মোলাক বাৰে জনক মনোনীত কৰা নাই নে? কিন্তু তোমোলাকৰ মাঝতে। এজন শত্ৰু আছে। ৭১ চিমোনৰ পুত্ৰ ইবিওতিয়া য়িহুদাৰ অৰ্থে তেওঁ এই কথা কলে; কিয়নো বাৰে জনৰ মাঝৰ যিটোএ তেওঁক লোকৰ হাতত সোধাই দিব, সেয়ে এই। ৬৮ ৭ তাধায়। ইয়াৰ পাছে য়িহুদিবিলাকে তেওঁক বধ কৰিবলৈ উপায় কৰাত যীশএ য়িহু- দা দেশত ফুৰিবলৈ ইচ্ছা নকৰি, গালীল দেশত ফুৰিলে। ২ সেই কালত য়িহুদিবিলাকৰ পজাত থকা পৰ্ব ওচৰ হলত, ৩ তেওঁৰ ভায়েকবিলাকে তেওত কলে, তুমি যিবোৰ কৰম কৰিছা, তোমাৰ শিষ্যবিলাকেও যেন দে- খে, এই নিমিত্তে ইয়াক এৰি য়িহুদা দেশলৈ যোৱা। ৪ কিয়নো যি কো- নেএি আপনি প্ৰখ্যাত হবলৈ খোজে, সি গুপুতে কম নকৰে; যদি এনে কম কৰা, তেন্তে জগতকে আপোনাক দেখুওয়া। ৫ কিয়নো তেওঁৰ ভায়েক- বিলাকেও তেওঁত বিশ্বাস নকৰিলে। ৬ তেতিয়া যীশ এ সিহঁতত কলে,