পৃষ্ঠা:New Testament in Assamese.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। ১৩ ৮ অধ্য। গল। So পচে তেঁও পৰ্বতৰ পৰা নামিলত অনেক লোক সমুহ তেঁওৰ পাচে পাচে । আৰু দেখা, এট। কুঠিয়া আহি তেঁওক সেৱা কৰি কলে, হে প্ৰভু, আপোনাৰ জদি ইচা হই, তেন্তে মোক সুচি কৰিব পাৰে। ৩ তাতে ৰিএ হাত মেলি তাক চুই কলে, মোৰ ইচ। অচে, সুচি হোআ। তেতিয়াই তাৰ কুঠ ৰোগ সুচি কৰা হল। ৪ পাচে ৰিচুএ তাত কলে, সাৱধান হোআ, এই কথা কাতো নকবা; কিন্তু জোআ, পোৰোহিতৰ অগিত আপোনাক দেখুউঅ, আৰু লোকক প্ৰমান দিবৰ নিমিতে মোচাই বিধান কৰা জি দান, তাক উচৰণ কৰাগৈ। চিএ কিফাহুমত সোমলত এসৰ সেনাপতি এজনে তেঁওৰ ওচৰলৈ আহি মিনতি কৰি কলে, হে প্ৰভু, মোৰ এটা বন্দি জঠৰ ৰোগেৰে অতি- সই জাতনা পাই ঘৰত পৰি আচে। ৭ তেতিয়া য়িচএ তাক বলিলে, মই গৈ তাক স্বস্থ কৰিম। ৮ সেনাপতি উতৰ কৰি কলে, হে প্ৰভু, অপি: নি জে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ, মই এনে জেগ্যি নহঁও; কিন্তু একে- সাৰ বাক্য বোলোক, তাতে মোৰ বন্দি স্বস্থ হব। ১ কিয়নো মই আপনি পৰৰ অধিন মানুহ হৈচেঁ, মোৰ অধিনেও সেনাবিলাক অচে; মই সিবি- লাকৰ এটাক জা বুলিলে লি জাই; অনিক আহি বুলিলে সি অহে; আৰু মোৰ বন্দিক এই কাম কৰ বুলিলে সি তাক কৰে। য়িচুএ এই কথা সুনি বিস্মই মানি অপোনাৰ পাচে জোঅবিলকিত কলে, মই তোমোল- কত স্বৰুপকৈ কৈঠে, ইসায়েলৰ বঙ্গহৰ মাজতো মই এনে বিশ্বাস পেন্সি নাই। ১১ অৰুি মই তোমোলকিত কৈচেঁ, অনেক মানুহ পূব আৰু পচি- মৰ পৰা আহি আব্ৰাহামৰ আৰু ইচাকৰ আৰু য়াকোবৰ লগত স্বৰগ ৰাজ্যত অউজিব; ১২ কিন্তু ৰাজ্যৰ সন্তানবিলাকক হলে বাহিৰৰ এন্ধাৰত পেলোঅ জীব; তাতে ক্ৰন্দন আৰু দাত কৰচনি হব। ১৩ পাচে ৰিচুত্ৰ সেই সেনাপতিত কলে, তুমি জোআ, জি ৰুপে বিস্বাস কৰিলা, সেই ৰুপেই তোমালৈ হওক। তেতিয়া সেই ভাৰতেই তেঁওৰ বন্দি স্বস্থ হল। ১৪ পাচে য়িচু পিতৰৰ ঘৰত সোমাই তাৰ সাহুএকক জৰ হৈ সজাত পৰি থকা দেখিলে। ১৫ তাতে তেঁও তাইৰ হাত চুলতে জৰ গুচিল, অৰু তাই উঠি তেঁওৰ অল ধৰিলে। ১৬ পচে গধুলি হলত সিবিলাকে তেঁওৰ ওচৰলৈ ভুতে পোকা অনেক মানুহ আনিলত তেঁও বাক্যৰ দোআ- ৰাই ভতক খেদালে, আৰু নৰিয়া হোঅ সকলোকে স্বস্থ কৰিলে। তে তেঁও আমাৰ দুৰ্বল ললে, আৰু আমাৰ ৰোগবিলাকক নিলে, এই জি কথা ৰিচয় ভবিস্যত বক্তাৰ দোআৰাই কোঅ গৈচিল, সেয়ে সিধি হল। ১৮ পাচে য়িচুএ আপোনাৰ চাৰিও পোনে বহু মানুহ দেখি সিপাৰলৈ জাবলৈ অগ্যিা দিলে। ১৯ সেই কালত এজন অধ্যাপক অহি তেঁওত কলে, . ১৭ তা-