পৃষ্ঠা:New Testament in Assamese.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ২ ০ - মাথি। (হে গৰু, আপনি জলৈকে জাই, ময়ো আপোনাৰ পচে পাচে তলৈকে জমি। য়িএ তাত কলে, সিয়ালৰ গাত, অৰু অকিসিৰ চৰাইৰে বাহ আচে, কিন্তু মানুহৰ পুত্ৰই আপোনাৰ মুৰ থবলৈকে ঠাই নাই। ২১ পীচে তেঁওৰ সিস্যবিলাকৰ মাজৰ আন এজনে বুলিলে, হে প্ৰভু, আগেয়ে মোৰ বোপাইক পুতিবৰ নিমিতে জাবলৈ অনুমতি দিয়েকি। ২২ য়িচুএ তাত কলে, মোৰ পাচত আঁহি; মৰাবিলাকে আপোনাৰ মৰীক পেতোক। ২৩ পীচে তেঁও নাৱত উঠিলত সিদ্যবিলাক তেঁওৰ পাচত গল। ২৪ তেতিয়া দেখা, সাগৰত বৰ ধুমুহা বতাহ হোঅতি ঢৌৱেৰে নাও ঢকা হল, কিন্তু তেঁও টোপনিতে তাচিল। ২৫ তেতিয়া সিদ্যবিলাকে ওচৰলৈ আহি তেঁওক জগাই কলে, হে প্ৰভু, আমি মৰোহে, অমাক ৰখ্যা কৰোক। ২৬ তাতে তেঁও সিবিলাকত কলে, হে অল্প বিসিবিলাক, তোমোলকি কিয় ভয়াতুৰ হো- অ? পচে তেঁও উঠি বতাহ আৰু সগিক ডবিয়ালতেই অতি নিৰ্মল হল। ২৭ তাতে মানুহবিলাকে বিস্মই মানি কলে, এঁও নো কেনে মানুহ: বহি আৰু সাগৰেও জে এওৰ কথা মানে! ২৮ পাচে তেঁও পাৰ হৈ গাদৰ দেশলৈ আহিলত ভূতে পোঅ দুজন মানুহ মৈদামনিৰ পৰা ওলাই তেঁওৰ অগিলৈ আহিল; সেই বাটেদি কো- ননা মানুহ জাব নোঅৰ, সিহঁত এনে অতিসই দুজন আচিল। ২১ তাতে দেখা, সিহঁতে এটাহ পাৰি বুলিলে, হে ইম্বৰৰ পুত্ৰ, তোমাৰে সৈতে অ- মাৰ কি কাম? কাল হবৰ আগেয়ে অমাক জাতনা দিবলৈ আহিচানে কি? তেতিয়া সিহঁতৰ পৰা কিচু দুৰৈত ভালেমাম গাহৰি এজাক চৰি অ- চিল। ৩১ তাতে ভূতবিলাকে মিনতি কৰি কলে, অপুনি জদি আমাক খে- দাই, তেন্তে সেই গাহৰি জাকত সোমাবলৈ আমাক অনুমতি দিয়েকি। ৩২ তীতে তেঁও কলে, জাহঁক; তেতিয়া সিহঁতে বাহিৰ ওলাই গাহৰি জাকত সোমালগৈ; আৰু দেখা, সেই গোটেই জাক গাহৰিবৰকৈ লৰি গৈ গৰাৰ পৰা সাগৰৰ পানিত পৰি পৰি মৰিল। ৩৩ পাচে ৰখিয়াবোৰে নগৰলৈ পলাই গৈ, এই কথা আৰু ভূতে পেআিৰে। জি ঘটনা, সকলোকে বলে- ৩৪ তাতে দেখা, নগৰৰ সমুদাই মানুহ হিচুৰ সখ্যিাত পাবলৈ ওলাই আহিল; আৰু তেঁওক দেখা পালত সিহঁতৰ সিমৰ পৰা তেঁও জেন আঁতৰি জাব, সিহঁতে এনে প্ৰাৰ্থনা কৰিলে। . Oo গৈ। ১ অধ্য1। ২ আৰু পাচে তেঁও নাৱত উঠি পাৰ হৈ আপোনাৰ নগৰ পালেগৈ। দেখা, মানুহবিলাকে তেঁওৰ ওচৰলৈ সজাত সুই থকা জঠৰ ৰুগিয়া এটা মানুহক আনিলে। তাতে ৰিচএ সিবিলাকৰ বিস্বাস দেখি, সেই জঠৰ