পৃষ্ঠা:New Testament in Assamese.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অসায়। ১৭৩ কৰা হলে, মোতো বিশ্বাস কৰিলাহেঁতেন, কিয়নো তেওঁ মোৰ কথা লিখি তছে। ৪৭ কিন্তু তেওঁৰ শিখাত যদি প্ৰতিতি নকৰ, তেন্তে মোৰ কথা কেনেকৈ তৃতিয়াবা? ৬ অধ্যায়। হল | > so ইয়াৰ পছে যীশু গালীল সাগৰ, যাক তিবেবিয়াৰ সাগৰো বোলে, তীক পাৰ হৈ গল; ২ আৰু ৰুগীয়াবোৰক স্বস্থ কৰা তেওঁৰ এনে অশ্চিৰিত কম দেখি বহু মানুহ তেওঁৰ পাচত গল। ৩ পাছে যীশুএ পতত উঠি শিষ্যবিলাকে সৈতে বহিল। ৪ তেতিয়া য়িহুদিবিলাকৰ নিস্তৰি পৰ্ব্ব ওচৰ ৫ তাতে যীশুএ চকু তৃলি চাই অনেক অনেক মানুহ অপেনিৰি ওচৰলৈ অহা দেখি ফিলিপত সুধিলে, এইবিলাকে খাবলৈ অহাৰ আমি কত কিনিবলৈ পাম? ৬ এই কথা তাৰ পৰীক্ষাৰ নিমিত্তে তেওঁ কলে, কিয়নো সি যি কৰিব, তাক তেওঁ আপনি জানে। ৭ তাতে ফিলিপে উত্তৰ কৰিলে, ইহঁতৰ একোটাই গাই পতি যদি অলপকৈয়ো পাই, তেও দশ শিকিৰ পিঠা হলেও নুজুৰিব। ৮ চিমোন পিতৰ ভায়েক আন্দ্ৰিয়া নামেৰে তেওঁৰ শিষ্যবিলাকৰ এজনে কলে, যাৰ পাঁচোটা যৱৰ পিঠা দুটা সৰু মাছ থাকে, এনে এটী লৰা আমাৰ এখেত তাছে, কিন্তু এতেক মানু- হৰ মাঝত সেয়েৰে কি হব? তাতে যীশুএ বুলিলে, মানুহবিলাকক বহিব দিয়া। সেই ঠাইতে ভালেমান ঘাঁহ আছিল; তাতে লেখৰ পাচ হেজাৰ মান মানুহ বহিল। ১১ তেতিয়া যীশুএ সেই পিঠা লৈ ঈশ্বৰক শুতি কৰি, শিষ্যবিলাকক ভাগ কৰি দিলে, পাছে সিবিলীকে সেই বহাবিলাকক দিলে, আৰু খোজে মানে মাছকো দিলে। ১২ পাছে সিবিলাকে তৃপ্তি হলত, তেও শিষ্যবিলাকত কলে, ইয়াৰ একো যেন নষ্ট নহয়, এই নিমিত্তে খোৱাৰ অগিলিক চপাই লোৱা। ১৩ তাতে সেইবোৰক চপাই লৈ, মানুহে খাই এৰা সেই পঁচোটা যৱৰ পিঠাৰ অগলিকাৰে বাৰেটা পাচি পূৰ কৰিলে। ১৪ তেতিয়া যীশুএ কৰা এনে আশ্চৰিত কম দেখি, সেই মানুহবিলাকে কোৱা কুই কৰিলে, পৃথিবীলৈ যি জন ভবিষ্যত বক্তা অ- হিব লগা আছে, নিশ্চয় এৱেই সেই। ১৫ এতেকে তেওঁক ৰজা পাতি বৰ নিমিত্তে মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ মন আছিল, যীশু ইয়াকে বুঝি, অকল সৰে আকও পৰ্বতলৈ গল। পাছে গধূলী হলত শিষ্যবিলাকে সাগৰৰ তীৰলৈ গৈ নাৱত উঠি, ১৭ কিফাহুম নগৰৰ ফাললৈ পাৰ হৈ যাবলৈ ধৰিলে। এনেতে এন্ধাৰ হলত যীশুএ সিবিলাকৰ ওচৰলৈ নাহিল। ১৮ আৰু বৰ বতাহ হোৱাত সাগৰত ঢৌ উঠিল; ১৯ তাতে সিবিলাকে বাই এপৰ ডেৰ পৰৰ বাট গলত,