১৭৪ (য়হান। যীশুক সাগৰৰ ওপৰত খোজ কাহি নাৱৰ ওচৰলৈ অহা দেখি ভয় লাগিল। ২০ কিন্তু তেওঁ সিবিলাকত কলে, মইহে, ভয় নকৰিবা। ২১ তেতিয়া সিবি, লাকে তেওঁক অনিন্দেৰে নাৱত গ্ৰহণ কৰিলে, তৰুি যি ঠাইলৈ যাত্ৰা কৰিছিল, নাৱে তেতিয়াই সেই ঠাই পালেগৈ। ২২ বি নাৱেৰে শিষ্যবিলাক গৈছিল, তত বাঝে আন নাও সেই ঠাইত নাইকিয়া, আৰু যীশু শিষ্যবিলাকে সৈতে নাৱত যোৱা নাই, অকল শিষ্যবিলাকহে গৈছিল, ইয়াকে সিপাৰে থকা মানুহে জানিলে। ২৩ কিন্তু প্ৰভু যি ঠাইত ঈশ্বৰক স্তুতি কৰিলত মানুহে পিঠা খাইছিলে, সেই ঠাইৰ ওচৰলৈ তিবেৰিয়াৰ পৰা আৰু নাও আহিল। ২৪ পাছ দিন। যীশু সেই ঠাইত নাই, শিষ্যবিলাকো নাই, ইয়াকে দেখি মানুহবিলাকে নাৱেৰে যীশুক বিচাৰিবলৈ কিফাহুম নগৰলৈ গল। ২৫ তাতে সিবিলাকে সাগৰৰ সি- পৰিত তেওঁক দেখা পাই কলে, হে গুৰু, আপুনি এই ঠাইলৈ কেতিয়া আহিল? ২৬ যীশু এ সিহঁতত উত্তৰ কৰি কলে, মই তোমোলকিত অতি সূৰ- পকৈ কৈছে, অশ্চৰিত কম দেখাৰ নিমিত্তে নহয়, পিঠা খাই তৃপ্তি পোৱাৰ নিমিত্তেহে মোক বিচাৰিছা। ২৭ ক্ষয় হোৱা আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা; কিন্তু অনন্ত অমুসলৈ যি আহাৰ থাকে, তাৰ নিমিত্তে শ্ৰম কৰা। সেই অহাৰ মানুহৰ পুত্ৰই তোমোলকিক দিব; কিয়নো তেওঁলৈ পিতৃ ঈশ্বৰে প্ৰমাণ দিলে। ২৮ তেতিয়া সিবিলাকে সুধিলে, ঈশ্বৰৰ মনোনীত কৰম কৰিবলৈ আমি কি কৰিম? ২৯ তাতে যীশুএ উত্তৰ কৰি- লে, ঈশ্বৰে যি জনক পাঁচিলে, তেওঁত বিশ্বাস কৰা, এয়ে ঈশ্বৰৰ মনোনীত তেতিয়া সিবিলাকে তেওঁত কলে, আমি দেখি এই তোমত বিশ্বাস কৰিবলৈ তুমি কি চিন দেখাইছা? কি কৰম কৰিছা? ৩১ আমাৰ ওপৰ পিতৃবিলাকে অৰণ্যৰ মাঝত মান। খাবলৈ পাইছিল; যেনেকৈ লিখ। আছে, সিবিলাকে খাবৰ নিমিত্তে তেওঁ স্বৰ্গৰ পৰা অহাৰ দিলে। ৩২ তে, তিয়া ৰীশু এ সিবিলাকত কলে, মই তোমোলকিত অতি স্বৰূপকৈ কওঁ, মো- চাই সিবিলাকক স্বৰ্গৰ আহাৰ দিয়া নাই, কিন্তু মোৰ পিতৃ তোমো- লাকক স্বৰ্গৰ স্বৰূপ আহাৰ দিএ। ৩৩ যি জন স্বৰ্গৰ পৰা নামি জগ- তকে জীৱন দিছে, তেৱেই ঈশ্বৰে দিয়া অহাৰ। ৩৪ তেতিয়া সিবিলাকে তেওঁত কলে, হে প্ৰভু, এই অহাৰ আমাক সদায় দিওক। ৩৫ যীশুএ কলে, জীৱন দিওঁতা অহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তাৰ কেতি- য়াও ভোক নেলাগে; আৰু যি জনে মোত বিশ্বাস কৰে, তাৰ কেতিয়াও পিয়াহ নেলাগে। মোক দেখিও তোমোলাকে বিশ্বাস নকৰা, ইয়াকে মই তোমোলাকত কতে। ৩৭ পিএ মোক যি যি দিছে, সেই সকলোএ মোৰ ওচৰলৈ আহিব; আৰু যি কোনো মোৰ ওচৰলৈ আহে, মই তাক কোনো মতে বাহিৰ নকৰে। ৩৮ মোৰ আপোনাৰ বাঞ্চা পূৰ কৰিবলৈ কম।
-