পৃষ্ঠা:New Testament in Assamese.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭২ (13171 এতিয়াও হৈছে। ২৬ কিয়নো পিতৃৰ যেনেকৈ অাপোনত জীৱন অাছে, পুত্ৰৰো তেনেকৈ আপেনিতি জীৱন থাকিবলৈ দিলে ; ২৭ আৰু তেওঁ মানুহৰ পুত্র হোৱাৰ নিমিত্তে পিতৃএ সোধ কৰিবলৈকো তেওঁক শক্তি দিলে । ২৮ তোমোলাকে ইয়াত বিস্ময় নেমানিব, কিয়নো যি কানত মৈদামত থকা সকলোএ তেওঁৰ মাত শুনি, ২৯ সজ কৰম কৰাবিলাকে পৰম তারুস উঠানলৈ, আৰু কুকৰম কবাবিলাকে দণ্ডৰ উঠানলৈ ওলাব, সেই কাল অ- হিব। ৩০ মই আপোনাৰ পৰা একো কৰিব নোৱাৰে; যেনেকৈ শুনিছে। তেনেকৈ সােৰ কৰিছো, আৰু মোৰ সােধ সৰূপ; কিয়নো মই আপোনাৰ ইচ্ছালৈ নিচিন্তি, মেকি পচা পিতৃৰ ইচ্ছালৈহে চিন্তে।। ৩১ মই অাপোনাৰ কথাত যদি আপনি প্রমাণ দিওঁ, তেন্তে মোৰ প্রমাণ স্বৰূপ নহয় ; ৩২ কিন্তু মোৰ কথাত আন এজন সাক্ষী হৈছে, অাৰু মোৰ কথাত তেওঁৰ মণ স্বৰূপ, ইয়াকে মই জানে। । ৩৩ তো- মোলাকে য়োহানৰ ওচৰলৈ মানুহ পঠালত, তেওঁ স্বৰূপ কথৰ প্রমাণ দিলে । ৩৪ কিন্তু মই মানুহক প্রমাণ নলও, তথাপি তোমোলাকে যেন উদ্ধাৰ পােৱা, সেই নিমিত্তে মই এই কথা কৈছো । রোহান উৱলি থকা দমিত প্রদপ আছিল, অাৰু তোমোলাকে অলপ কাল তেওঁৰ পহৰতে আনন্দ কৰিবলৈ সন্মত অাছিল । ৩৬ কিশু রোহানৰ প্ৰমাণত- কৈয়ো মোৰ বৰ প্রমাণ আছে; পিতৃএ বি বি কম মোক পূৰ কৰি- বলৈ দিলে, মই কৰা সেই সেই কমেই মোৰ অৰ্থে পিতৃএ মেকি পচাৰ প্রমাণ দিছে । আৰু যি পিতৃএ মোক পাচিলে, তেৱে। মােৰ কথাত প্রমাণ দিছে । তেওঁৰ কথা তোমোলাকে কোনো কালো শুনা নাই, তেওঁৰ ৰূপে দেখা নাই । ৩৮ অাৰু তেওঁৰ বাক্য তোমোলাকৰ ভিতৰত নেথাকে; কিয়নো যি জনক তেওঁ পঠালে, সেই জনত তেমো- লাকে বিশ্বাস নকৰা । ধম পুথিৰ কথা বিচাৰ, কিয়নো সেই কথাৰে অনন্ত অয়ুিস পাবা, ইয়াকে তোমোলাকে বুঝ; মোৰ প্রমাণ দিয়৷ সেয়েই। ৪০ তথাপি তোমোলাকে পৰম অয়স পাবলৈ মোৰ ওচৰলৈ আহিব নােখোজা । ৪১ মই মানুহৰ পৰা মৰ্যতা নও; ৪২ কিন্তু মই তোমোলকিক জানো, তোমোলাকৰ হৃদয়ত ঈশ্বৰৰ প্রেম ৪৩ মই আপোনাৰ পিতৃৰ নামেৰে আহিছোঁ, তেও তোমোলাকে মোক গ্ৰহণ নকৰা ; কোনোএ যদি অপেনি নামেৰে আহে, তােমো- লাকে তাক গ্ৰহণ কৰিবা । তোমোলাকে অকল ঈশ্বৰৰ পৰা যি মৰ্য্যতা, তালৈ ইচ্ছা নকৰি, কেৱল ইটৰ সিটৰ পৰা মর্যাত। পোৱা হৈ, কেনেকৈ বিশ্বাস কৰিব পাৰিব।? ৪৫ মই পিতৃৰ আগত তোমোলাকৰ অপবাদ দিম, ইয়াক নেভাববা; যি জনত ভাৰসা কৰিছা, সেই মে- চাইহে তোমোলাকক অপবাদ দিএ । ৪ ৬ তোমােলাকে মোচাত বিশ্বাস নাই । 88