পৃষ্ঠা:New Testament in Assamese.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ ৬ য়োহান। তেওঁ সিবিলাকৰ হাতত বিশ্বাসেৰে অাপোনাক নিদিলে, কিয়নো তেওঁ সকলোকে জানিলে; ২৫ আৰু মানুহৰ অর্থে কোনো প্রমাণ দিবলৈ তেও ৰ প্রয়োজন নাই; কিয়নো মানুহৰ ভিতৰত যি আছে, তাক তেওঁ জানিলে । ৩ অ স্যায় । পাছে য়িহুদিবিলাকৰ অধিকাৰ হোৱা নিকদিম নামেবে ফিচি এজনে ৰাতি যীশুৰ ওচৰলৈ আহি কলে, ২ হে গুৰু, পূনি যে ইশ্বৰৰ পৰা অহা এক উপদেশক, ইয়াক আমি জানো; কিয়নো অপুনি যি অশ্চিবিত কম কৰে, ঈশ্বৰ সহায় নহলে, এনে কম কোনেও কৰিব নোৱাৰে । ৩ তাতে যীশুএ বুলিলে, মই তোমত অতি স্বৰূপকৈ কও, পূনৰ জনম নইলে কোনো মানুহে ঈশ্বৰৰ ৰাজ্য দেখা নেপাই । ৪ নিকদিমে তেওঁত কলে, মানুহ বুৰা হৈ কেনেকৈ জনমিব ? সি অাৰু এবাৰ মাকৰ গভত সোমাই উপজিব পাৰে নে ? ৫ যীশু এ সমিধান দি কলে, মই তেমিতি অতি সুৰূপকৈ কৈছে, জলৰে আত্মৰে পৰা মানুহে জনম নেপালে, ঈশ্বৰ ৰাজত সোমাব নোৱাৰে । ৬ মঙ্গহৰ পৰা যি জনমে, সি মঙ্গহ; আৰু অত্মিাৰ পৰা যি জনমে, সি আত্মাই । ৭ তোমোলকিন পুনৰ জনম হব লগা আছে, মই যে তোমত এই কথা কলো, ইয়াত বিস্ময় নেমানিব।। বয়এ যেই দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বই, অৰু তুমি তাৰ শবদ সুনিবলৈ পোৱা, কিন্তু সি কৰ পৰা অহিল, কলৈ যাই, তাক নেজানা ; অত্মাৰ পৰা জনমা সকলো মানুহৰ এনে হয় । ১ নিকদিমে সমিধান দি কলে, এইবিলাক কেনেকৈ হব পাৰে । ১০ যীশু এ উত্তৰ কৰিলে, তুমি ইলিৰ এক গুৰু হৈয়ো এই কথা নেজানা নেই ১১ তোমত অতি স্বৰূপকৈ কৈছে, আমি যিহকে জানে, তাকে বোলে, আৰু যিহকে দেখে, তাৰে প্রমাণ দিওঁ, কিন্তু তোমোলাকে আমাৰ প্ৰমাণ গহণ মকৰা । সংসাৰৰ কথা কলত তোমোলাকে বিশ্বাস নকৰিলা ; তেন্তে স্বৰ্গৰ কথা কলে কেনেকৈ বিশ্বাস কৰিব। ১৩ যি জন স্বগত আছে, আৰু স্বৰ্গৰ পৰা নামিল, এনে যি মানুহৰ পুত্ৰ, তেওঁত বাহিৰে কোনেও স্বৰ্গলৈ উঠা নাই । ১৪ অৰণ্যত মোচাই যেনেকৈ সাপক তুলিলে, মানুহৰ পুত্রকে। তেনেকৈ তোলা হব; ১৫ তাতে যি কোনোএ তেওঁত বিশ্বাস কৰে, সি নষ্ট নহৈ অনন্ত অয়ুিস পাব । ১৬ কিয়নো ঈশ্বৰে জগতলৈ এনে দায়। কৰিলে, আপোনাৰ পুত্ৰত যি কোনো বিশ্বাস কৰে, সি নষ্ট নহৈ অনন্ত আয়ুস পাৰৰ নিমিত্তে তেওঁৰ সেই একে জন। পুত্রকেই দান কৰিলে । ১৭ জগতৰ লোকক দণ্ড কৰিবৰ নিমিত্তে ঈশ্বৰে আপোনাৰ পুত্ৰক পাচিলে, এনে নহয়; সিহঁতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পবিৰ নিমিত্তেহে পা-