পৃষ্ঠা:New Testament in Assamese.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অপায় । Q বুলিলে, হে নাৰী, তােমাৰ লগত মোৰ কি কাম আছে? এতিয়া মোৰ কাল হোৱা নাই । পাছে তেওঁৰ মাকে বন্দীহঁতত কলে, এও যিহকে বোলে, তাকে কৰিবিহঁক। ৬ সেই ঠাইতে য়িহুদিবিলাকৰ শুচি কৰা আচাৰৰ দৰে দুটা মুঠিয়। থোয়া আছিল । সেই মঠিয়াই পতি দুই তিনি চৰিয়া মন পানী ধৰে । ৭ পাছে খ্রীশু সেই মঠিয়াবোৰক পানীৰে পূৰ কৰি- বলৈ সিহঁতক অজ্ঞা কৰিলত, সিহঁতে সকলোকে ভৰাই কাণলৈকে পূৰ কৰিলে । ৮ পাছে তেওঁ সিহঁতক বুলিলে, এতিয়া তাৰ পৰা তুলি ভো- জৰ গৰাকীলৈ নিয়াহঁক; তাতে সিহঁতে লৈ গল ৯ সেই লতা পনিয়া- লৰ ৰস কৰা পানী কৰ পৰা হল, তাক নিয়াবোৰ বন্দী জানিলে, কিন্তু ভেজিৰ গৰাকীএ নেজানি তাক চালিত দৰাক মাতি কলে, ১০ সকলে। লোকে প্ৰথমতে পনিয়ালৰ ভাল ৰসহে দিএ, পাছে মানুহে ভালেমান খা- লত তাতকৈ নৰম দিএ; কিন্তু তুমি এতিয়ালৈকে পনিয়ালৰ ভাল ৰস ৰাখিলা। ১১ যীশু এ অঞৰিত কৰমৰ এই আৰম্ভণ গালীল প্ৰদেশৰ কানা নগৰত কৰি, আপোনাৰ মহিমা প্ৰকাশ কৰিলে; তাতে তেওঁৰ শিষ্যবিলাকে তেওঁত বিশ্বাস কৰিলে । ১২ পাছে তেওঁ আপোনাৰ মাক, ভায়েক, অাৰু শিষ্যবিলাকে সৈতে কিফণাহুমলৈ গৈ, তাতে অধিক দিন নেথাকিল । ১৩ তাৰ পাছে য়িহুদি- বিলাকৰ নিস্তাৰ পৰ্ব্ব ওচৰ হলত য়িৰুছলম নগৰলৈ গৈ, ১৪ রীশুএ মন্দি- ৰৰ মাঝত গৰু, মেৰ, কপৌ বেচা অৰুি ধন সলোৱাবিলাকক থকা দেখি, জৰে এডাল চাবুক সাজি, গৰু মেৰে সৈতে সেই আটাইবোৰকে মন্দিৰৰ পৰা খেদালে; ধন সলোৱাবােৰৰ ৰূপ সোণ বাকি পেলাই, বহ। দলঙ্গ লুটিয়ালে, ১৬ আৰু কপৌ বেচাবিলাকত কলে, ইয়াৰ পৰা এইবোৰ লৈ যােৱা; মোৰ পিতৃৰ ঘৰ বেপাৰী ঘৰ নকৰিবা । মাৰ মন্দিৰলৈ মোৰ যি উচাহ, সেয়ে মোক জুৰি ধৰিলে, শাস্ত্র লিখ। এনে কথা শিষ্যবিলাকৰ মনত পৰিল । ১৮ পাছে য়িহুদিবিলকে মাত লগাই বুলিলে, তুমি যে এনে কম কৰিছা, তাৰ অর্থে আমাক কি চিন দেখাইছা? ১৯ তাতে যীশু সিহঁতক সমিধান দি কলে, তোমোলাকে এই মন্দিৰ নষ্ট কৰা, আৰু তিন দিনৰ মাঝত মই তাক তুলিম । ২০ তেতিয়া য়িহুদিবিলাকে বুলিলে, এই মন্দিৰ দুকুৰি ছ বছৰতহে সজা হল, তাক তুমি তিন দিনৰ মাঝত তুলিব নে ? ২১ কিন্তু তেওঁ আপোনাৰ দেহ মন্দিৰৰ এই কথা কলে । ২২ পাছে তেওঁ মৃত্যুৰ পৰা উঠিলত, তেওঁ যে এনেকৈ কৈছিল, শিষ্যবিলাকে তাক স য়ৰি ধৰম পুথিত আৰু যীশু কোৱা কথাতো বিশ্বাস কৰিলে । ২৩ পাছে নিস্তাৰ পৰ ভােজৰ সময়ত য়িছালম নগৰত তেওঁ কৰা আশ্ব- বিত কম দেখি, অনেক লোকে তেওঁৰ নামত বিশ্বাস কৰিলে। ২৪ কিন্তু ১৫ ১৭ তাতে তো-