পৃষ্ঠা:New Testament in Assamese.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অসায় চিলে । ২০ হল । গুৰু, ১৮ যি কোনাে এ তেওঁত বিশ্বাস কৰে, সি দীৰ পাত্ৰ নহয়; কিন্তু যি কোনো বিশ্বাস নকৰে, সি এতিয়াও দৰ পাত্র হয়; কিয়নে। ১১ তাৰুি জগতৰ সি ঈশ্বৰৰ একে জন। পুত্ৰৰ নামেৰে বিশ্বাস কৰা নাই । মাঝত পহৰ প্ৰকাশ হৈছে, কিন্তু মানুহৰ কম দষ্ট হােৱাতে সিবিলাকে পহৰতকৈ এন্ধাৰক ভাল পাই, এয়ে দৰ কাৰণ হয়। কিয়নো যি জনে কুকম কবে, সি পহৰক ঘিণাই, আৰু তাৰ কম যেন দূষিত নহয়, এই নিমিত্তে পহৰ ওচৰলৈ নাহে; ২১ কিন্তু যি জনে সত্য কৰম কৰে, তাৰ কৰ্ম ঈশ্বৰত কৰা হয়, সেয়ে প্রকাশ হবৰ নিমিত্তে সি পহৰৰ ওচৰ- লৈ আহে । ২২ পাছে যীশু অাপোনাৰ শিষ্যবিলাকে সৈতে য়িহুদা দেশলৈ গৈ, তাতে সিবিলাকৰ লগত থাকি মানুহক বুৰ দিওতালে । ২৩ সেই কলিত চালিম নগৰৰ ওচৰত ঐনন গাঁৱত অনেক পানী থকাত, য়োহানে তাতে বুৰ দিয়াই আছিল, আৰু মানুহবিলাক আহি তেঁওৰ হতুয়াই বু দিও ২৪ কিয়নাে তেতিয়ালৈকে য়োহানক বন্দীশালত থোৱা নাই । আৰু শুচি কৰাৰ কথাত য়িহুদি মানুহে সৈতে য়োহানৰ শিষ্যবিলাকৰ বাদ বিচাৰ হল । পাছে সিবিলাকে য়োহানৰ ওচৰলৈ গৈ কলে, হে যি জন য়দান নৈৰ সিপাৰত তােমাৰ লগত আছিল, যাৰ অৰ্থে তুমি প্রমাণ দিচা, দেখা, তেওঁ বুৰ দিয়াইছে, অাৰু আটাই মানুহ তেওঁৰ ওচৰলৈ যাই । ২৭ তেতিয়া য়ােহানে সমিধান দি কলে, স্বগৰ পৰা দিয়া নহলে, কোনো মানুহে একো নেপাই। ২৮ মই খ্রীষ্ট নহঁও, কিন্তু তেওঁৰ অগৈ পঁচা উঁও, মই যে এই কথা কৈছো, তোমোলাকে আপনি মোলৈ ইয়াৰ সাক্ষী হৈছা । ২১ যি জনে কন্যাক পাই, সেয়ে দৰা; কিন্তু দৰাৰ ওচৰত থিয় হোৱা তাৰ যি মিতিৰ, সি দৰাৰ কথা শুনি অতি আনন্দ পাই; মোৰে। এনে আনন্দ পূৰ হৈছে। ৩০ তেওঁ বাহি বহি যাব, মই সৰু হৈ হৈ যাম । ৩১ যি জন ওপৰৰ পৰা আহিছে, তেওঁ আটাইৰে প্রধান। সংসাৰৰ পৰা যি হয়, সি স স বক, আৰু সংসাৰৰ কথাকেহে কয় ; লি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোৰে প্ৰধান; ৩২ আৰু তেওঁ যিহকে দেখিছে সুনিছে, তাৰে প্রমাণ দি এ, কিন্তু তেওঁৰ প্ৰমাণ কেৱে নলয়। ৩৩ তেওঁৰ প্ৰমাণ যেয়ে লয়, ঈশ্বৰ সত্য, এই কথা সি মোহৰ মাৰে । ৩৪ ঈশ্বৰে যি জনক পা- চিলে, তেওঁ ঈশ্বৰৰ কথা কয় ; কিয়নো ঈশ্বৰে তেওঁক পৰিমাণ কৰি অাত্ম নিদিএ । ৩৫ পিতৃ পূত্ৰক প্রেম কৰি তেওঁৰ হাতত সকলোকে সোধাই দিলে । ৩৬ যি কোনো পুত্ৰত বিশ্বাস কৰে, সি অনন্ত অয়স পাই; আৰু যি কোনো পুত্ৰত বিশ্বাস নকৰে, সি পৰম অয়স দেখা নেপা, কিন্তু ঈশ্বৰ খঙ্গহে তাৰ ওপৰত থাকে ।