পৃষ্ঠা:New Testament in Assamese.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(যুহিন। তেঁওৰ এই কথা শুনি মিচুৰ পাচত গল। ৩৮ তাতে চিএ ঘূৰি চাই সিবিলাকক আপোনাৰ পাচত অহিবৰ দেখি সুধিলে, তোমোলাকে কি বিচাৰিচাসিবিলাকে কলে, হে ববি, অৰ্থতি হে গৰু, অপুনি কত থাকে? ৩৯ তাতে তেঁও কলে, আঁহা, দেখাহি। তেতিয়া সিবিলীকে লগত গৈ তেঁওৰ থকা ঠাই দেখিলে, অৰুি তিনি পৰ বেলি হেঅিত সেই দিন। তেঁওৰ লগতে থাকিল। ৪০ জি দজনে য়োহানৰ কথা সুনি য়িৰ পাচত গল, সিবিলাকৰ এজন চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়া। ৪১ তেঁও গৈ প্ৰথমতে আপোন ককাই চিমেনক দেখা পাই কলে, আমি মাচিহক, অৰ্থতি খ্ৰিষ্ট অভিসেক কৰা জনক) পালে। ৪২ পচে তেঁওক য়িচৰ ওচৰলৈ আনিলে; তাতে য়িচূএ তেঁওলৈ চাই কলে, তুমি য়োনাৰ পুতেক চিমেনি, তোমাৰ নাম কৈফা হব, ভাসাৰে পিতৰ, ( অৰ্থাত সিল)। | ৪৩ পাচ দিন। য়িচু গালিললৈ জাবলৈ মন কৰি ফিলিপক দেখা পাই কলে, মোৰ পাচত আঁহা। ৪৪ পিতৰ অৰুি অন্দ্ৰিয়াই থকা জি বৈচৈদা গাঁও, ফিলিপপ সেই গাঁৱৰে মানুহ। ৪৫ পাচে ফিলিপে নিথনেলক দেখা পাই কলে, জি জনৰ কথা মোচাই বিধানৰ পুথিত অৰু ভবিস্যত বক্তাবি- লাকেও লিখিলে, আমি তেঁওক দেখা পালো; তেঁও য়োচেফৰ পুতেক না- চৰেতৰ য়িচু। ৪৬ তেতিয়া নিথনেলে তেঁওত কলে, নচিতেৰ পৰা কোনো উতম বস্তু ওলাব পাৰে নে? তাতে ফিলিপে বুলিলে, আহি চোৰ। ৪৭ পাচে য়িচুএ আপোনাৰ ওচৰলৈ তেঁওক অহিবৰ দেখি কলে, দেখা, এই জন অকপটিয়া স্বপ ইসএল লোক। ৪৮ তীতে নিথনেলে কলে, অপুনি মোক কেনেকৈ চিনিলে? য়িচুএ কলে, ফিলিপে তোমাক মতাৰ অগেয়ে ডিমৰু গছৰ তলত থাকোতেই তোমাক দেখিলে।।৪১ নিথনেলে কলে, হে গৰু, আপুনি নিয়ে ইস্বৰৰ পুত্ৰ, অপুনি ইএলৰ বঙ্গহৰ জা। ৫০ তাতে য়িচুএ কলে, তোমাক ডিমৰু গচৰ তলত দেখিলো, মই এই কথা কোৱাৰ নিমিতে তুমি বিশ্বাস কৰিচা নে: ইয়াতকৈও বৰ আচৰিত কম দেখিবা। ৫১ আৰু তেঁও কলে, মই তোমোলাকত অতি সুপকৈ কঁও, ইয়াৰ পচে তোমোলাকে স্বৰগৰ দঅব মুকলি হোআ, আৰু মানুহৰ পূত্ৰৰ ওপৰে ই স্বৰৰ দতবিলাক উঠিবৰ নামিবৰ দেখিব।।। ২ অধ্যায়। পাছে তিন দিনৰ দিনা গালীলৰ কান নগৰত এটা বিয়া হোৱাত, যীশুৰ মকি তাতে আছিল। ২ সেই বিয়ালৈ যীশু আৰু তেওঁৰ শিষ্যবিলাককে নিমন্ত্ৰণ কৰা হৈছিল। ৩ পাছে লতাপনিয়ালৰ ৰস তাকৰ হোৱাত যীশু মাকে তেওঁত কলে, ইহঁতৰ লতা পনিয়ালৰ ৰস নাই। ৪ তাতে তেওঁ