পৃষ্ঠা:New Testament in Assamese.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অধ্যায়। ১ ৬৩ ১ ১ . দিয়া হল, কিন্তু অনুগ্রহ আৰু সত্যেই য়ি চু খ্রিষ্টৰ দোআৰাইহে আহিল । ১৮ কোনো মানুহে ইস্বৰক কেতিয়াও দেখা নাই; কিন্তু পিত্রিৰ হিয়াত থকা একে জন পুত্ৰই তেঁওক প্ৰকাশ কৰিলে। য়োহানে প্রমান দিয়া কথা এই ; তুমি কোন, ইয়াক সুধিবৰ নিমিতে জেতিয়া য়িহুদিবিলাকে রিচালিমৰ পৰা য়ােহানৰ ওচৰলৈ পোৰোহিত আৰু লেৱিবিলাকক পঠালে, ২০ তেতিয়া তেঁও আসে নকৰি, মই খ্রিষ্ট নহঁও, ইয়াকে সৈ কাহিলে । ২১ তাতে সিবিলাকে সুধিলে, তেন্তে তুমি কোন? এলিয়! হোঅ নে? তেঁও কলে, মই নও। তুমি সেই ভবিস্যত বক্তা হােঅ নে ? তেঁও বুলিলে, নহঁও। ২২ তেতিয়া সিবিলাকে কলে, তেনে হলে তুমি কোন ? অমাক পচাবিলাকত উতৰ দিবৰ নিমিতে আপোনাৰ কথাত তুমি কি বােলা? ২৩ তাতে তেঁও কলে, রিচয়। ভবিস্যত বক্তাই জেনেকৈ কৈচিলে, প্ৰভুৰ পথ পেনি কৰা, হাবিব মাজত এই বুলি ৰিঙ্গিওঅ এজনৰ সবদ, সেই সবদেই মই । ২৪ জিবিলাকক পাচিলে, সেইবোৰ ফিৰুচি মানুহ । ২৫ তেতিয়া সিবিলাকে সুধিলে, জদি খ্রিষ্ট নোহােঅ, এলিয়া নোহোআ, সেই ভবিস্যত বক্তাও নোহােঅ, তেন্তে মানুহবিলাকক কিয় বুৰ দিয়াইচা ? তাতে য়োহানে উতৰ কৰিলে, মই পানিতে বুৰ দিয়াইৰ্চো হই, কিন্তু জি জনক তোমোলাকে নেজানা, এনে এজন তোমোলাকৰ মাজতে আছে; ২৭ তেঁও মোৰ পাচত আহিলেও মোৰ আগেয়ে অচিল ; মই তেঁওৰ পইজাৰৰ বান্ধ মেলিবৰো জোগ নহঁও । ২৮ জি ঠাইত য়োহানে বুৰ দিয়াই আচিল, য়দানৰ সি পাৰত থকা সেই বৈথনিয়া গাঁৱতে এই সক লাে কথা ঘটিল । পাচ দিন য়োহানে আপোনাৰ ওচৰলৈ য়িচুক আহিবৰ দেখি কলে, জগতৰ পাপ নিওতা ইস্বৰৰ মেৰ পোআলিক দেখা ! জি জন মোৰ পাচত আহিচে, তেঁও মোতকৈ প্রধান, কিয়নাে তেঁও মোতকৈ আগেয়েও অচিলে, জি জনৰ অর্থে মই এই কথা কলো, তেঁৱেই এই ৷ তেঁওক মই নিচিনিলো, কিন্তু ইএল লোকৰ অগিত তেঁওক জেন প্রকাশ কৰা হই, এই নিমিতে মই পানিত বুৰ দিয়াই আহিলো । রোহানে প্রমান দি কলে, অকিসিৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি তেঁওৰ ওপৰত থাকিবৰ দেখিলোঁ । মই তেঁওক নিচিনিলো, কিন্তু জি জনে পানিত বুৰ দিয়াবলৈ মােক পাঁচিলে, তেঁও এই কথা কলে, জি জনৰ ওপৰত অত্মক নামি থাকিবৰ দেখিবা, পবিত্র আত্মীত বুৰ দিয়াত। তেঁৱেই। ৩৪ অাৰু মই তাকে দেখি, এও জে ইম্বৰৰ পুত্র হই, ইয়াৰে প্রমান দিলে। ৩৫ পাচ দিন। য়োহানে আপােনাৰ দুই সিস্যে সৈতে থিয় হৈ, ৩৬ য়িচুক জোঅ দেখি কলে, ইস্বৰৰ মেৰ পােআলিক দেখ! ৩৭ সেই দুই সিস্যে ৩১ আৰু ৩২ অাৰু ২২