য়োহানে লিখা সুভ বত্ৰি। ১ অধি1। আদিতে বাক্য আচিল, আৰু বাক্য ইস্বৰে সৈতে অচিল, আৰু বাক্যেই অপুনি ইৰ। ২ তেঁও আদিতে ইস্বৰে সৈতে আচিল। ৩ তেঁৱেই সকলোকে সজিলে, অৰু আটাই সুজা বস্তুৰ মাজত তেঁও নসুজা কোনো বস্তু নাই। ৪ জিৱন তেঁওতেহে; সেই জিৱনেই মানুহৰ পহৰ। পহৰে এন্ধাৰত প্ৰকাস হল, কিন্তু এন্ধাৰে তাক গ্ৰহন নকৰিলে! ৬ য়োহান নামেৰে এক মানুহক ইম্বৰৰ পৰা পঁচা হল; ৭ তেঁওৰ দো- অৰিাই সকলোএ জেন বিশ্বাস কৰে, এই নিমিতে সেই পহৰৰ প্ৰমান দিব- লৈ তেঁও সখি হৈ আহিল। ৮ তেঁও অপুনি সেই পহৰ নহই, কিন্তু পহৰ প্ৰমান দিবলৈহে আহিল। ১ জি জনে প্ৰিথিবিলৈ আহি আটাই মানুহক পহৰ দিএ, তেঁৱেই স্বৰুপ পহৰ। জি জগতক অপুনি সৃজন কৰিলে, তাৰ মাজতে তেঁও অচিলে, কিন্তু জগতৰ লোকে তেঁওক নেজা- নিলে। ১১ তেঁও আপোন আধিপত্যলৈ আহিল, কিন্তু আপোনাৰ লোকে তেঁওক গ্ৰহন নকৰিলে। ১২ তথাপি জেতেক লোকে তেঁওক গ্ৰহন কৰিলে, অৰ্থাত তেঁওৰ নামত বিশ্বাস কৰিলে, সেই সেইবিলাকক ইস্বৰৰ পুত্ৰ হবলৈ সক্তি দিলে। ১৩ সিবিলাকে তেজৰ পৰা, বা সৰিলৰ অভিলাসৰ পৰা, বা মানুহৰ ইচাৰ পৰা জনম পালে, এনে নহই, কিন্তু ইস্বৰৰ পৰাহে পালে। ১৪ সেই বাক্য মনুস্য অৱতাৰ পাই, অনুগ্ৰহ আৰু সত্যেৰে পৰিপুৰ্ন হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিত্ৰিৰ একে জনা পুত্ৰৰ উপজুক্ত জি প্ৰভাও, সেই প্ৰভাও আমি দেখিলো। ১৫ তেঁওৰ অৰ্থে য়োহানে এই প্ৰমান দি ৰিঙ্গিয়াই কলে, জি জন মোৰ পাচত অহিচে, তেঁও মোকৈ প্ৰধান, কিয়নো মোৰ আগেয়েও তেঁও আচিলে, জাৰ অৰ্থে মই এই কথা কলো, তেঁও এই। ১৬ আমি সকলোএ তেঁওৰ পুন ভাৱৰ পৰা ভাগ, আৰু অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পালোঁ। ১৭ মোচাৰ হতুআই বিধান