পৃষ্ঠা:New Testament in Assamese.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ অধি॥ ৪ ১ লাকে তেঁওক চিনিলে; তেতিয়া সিবিলাকৰ দ্ৰিষ্টিৰ পৰা তেঁও অগোচৰ হল। ৩২ পাচে ইজনে সিজনে কবলৈ ধৰিলে, বাটত অহেঁতে তেঁও জেতিয়া অ- মাৰে সৈতে কথোপকথন কৰিলে, অৰু সাৰ অৰ্থ বুজাই দিলে, তেতিয়া অমাৰ মন ভিতৰে নুপুৰিলে নে? ৩৩ সেই ভঁৰতেই সিবিলাকে উঠি য়ি- চালমলৈ উভতি গল; তাতে একে ঠাইতে গোট খোআ অঘেৰে জন আৰু লগত থকাবিলাকক দেখা পলিত, ৩৪ সিবিলাকে বুলিলে, স্বৰুপেই প্ৰভু উঠিল, অৰু চিমেনিক দেখা দিলে। ৩৫ পাচে বাটত জি জি হল, অৰুি পিঠা ভাঙ্গিবৰ কালত তেঁওক জি ৰুপে চিনা গল, এই সকলোকে কলে। ৩৬ এই ৰুপে কথা কঁওতেই য়িচুএ আপুনি সিবিলাকৰ মাজত থিয় হৈ কলে, তোমোলাকৰ কুসল হওক। ৩৭ কিন্তু ভুত দেখিলে, ইয়াকে ভাবি সিবিলাকে ভই কৰি মনত উগুল থুগুল হল। ৩৮ তীতে তেঁও সিবিলাকত কলে, তোমোলাকে কিয় বিয়াকুল হৈচা? আৰু তোমোলাকৰ মনত কি কানে ভাবনা জনমিচে? ৩৯ মই অপুনিহে, মোৰ হাত ভৰি দেখা, আৰু পৰ্স কৰি চোকা; মোক জেনে দেখিচ, সেই ৰুপে তুতৰ হাৰ মঙ্গহ নাই। ৪০ এই কথা বুলি তেঁও আপোনাৰ হাত ভৰি দেখুআলে। সিবি- লাকে অনিন্দৰ কাৰনে তেতিয়ও বিস্বাস নকৰি বিস্মই হৈ থকাত তেঁও সিবিলকিত কলে, তোমোলাকৰ এখেত কিবা খোআ বস্তু আচে নে? ৪২ তীতে সিবিলাকে তেঁওক কিচু পোৰা মাচ আৰু মৌৰ কেঁাহ এডোখৰ দিলে; ৪৩ তেঁও তাকে লৈ সিবিলাকৰ আগত খালে। ৪৪ আৰু তেঁও কলে, মোচাৰ বিধান, ভবিষ্যত বাক্য, আৰু গিতৰ পুথিত মোৰ অৰ্থে জি জি বচন লিখা অচে, সেই সকলো সম্পূৰ্ন হব লাগে, তোমোলাকৰ লগত থাকোতে এই জি কথা মই কৈছিলো, সেই কথা এই। ৪৫ তেতিয়া সিবিলাকে সান্ত্ৰ বুজিবৰ নিমিতে তেঁও সিবিলাকৰ গিয়ান মুকলি কৰি বুলিলে, এনে লিখা অচে, আৰু এই ৰুপে খ্ৰিষ্টে দুখ ভোগ কৰি ত্ৰিতিয় দিনত মনৰ পৰা উঠা উচিত; ৪৭ আৰু য়িচালিমকে আদি কৰি সকলো দেসত মন পলিটন আৰু পাপ খেমাৰ কথা তেঁওৰ নামে কিৰ্তন কৰা উচিত। ৪৮ তোমোলাকো এইবিলাক কথাৰ সখি হৈচা? ৪৯ আৰু দেখা, পিত্ৰিএ জিহক প্ৰতি গা কৰিচিল, তাক তোমোলাকলৈ পঠাই দিম; এই হেতুকে ওপৰ থানৰ পৰা সক্তি নোপোআ মানে য়ি- চালম নগৰত থাকা। ৫০ পীচে তেঁও সিবিলাকক বৈথনিয়া গাঁৱলৈকে নি আপোনাৰ হাত তুলি সিবিলাকক আসিবাদ দিলে। ৫১ এই ৰুপে অসিবাদ কৰোতে তেঁও সিবিলাকৰ পৰা বেলগ হৈ স্বৰগলৈ নিয়া হল। ৫২ তেতিয়া সিবি- লাকে তেঁওক সেৱা কৰি অতি আনন্দেৰে য়িচালমলৈ উলটি গল; ৫৩ অৰু নিতৌ মন্দিৰত থাকি ইবক প্ৰসংসা আৰু স্তুতি কৰি অচিল। [ আমেন।] ৪ ৬