পৃষ্ঠা:New Testament in Assamese.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩ অধি॥ লীতে প্ৰধান পোৰোহিত আৰু লোকবিলাকত কলে, এই মনিহত একো দেসি নেপাও। ৫ পাচে সিহঁতে আৰু বুকু ডাঠকৈ কলে, মানুহে গালিলৰ পৰ৷ ইয়ালৈকে য়িহুদা দেস খনতে উপদেস দি সকলো মানুহক জোকাৰে। ৬ পিলাতে গালিলৰ নাম সুনি, এঁও গ্যালিলিয়া মানুহ নে, ইয়ীকে সুধিলে। ৭ পাচে তেঁও হেৰোদ ৰজাৰ অধিন হোআ জানি, য়িলিম নগৰত হে- ৰেদি সেই সময়ত থকাত তেঁওক তাৰ ঠাইলৈ পঠাই দিলে। ৮ তেতিয়া হেৰোদে য়িচুক দেখি বৰ সন্তোস পালে, কিয়নো সি তেঁওৰ অনেক অনেক কথা সুনাত বহু কালৰে পৰা তেঁওক দেখিবলৈ ইচা কৰিচিল, অৰুি তেঁওৰ কোনো আচৰিত কম জেন দেখা পাই, এই অসি কৰিলে। ৯ তেতিয়া তেঁওক অনেক অনেক কথা সুধিলে, কিন্তু তেঁও তাৰ একো উতৰ নিদিলে। ১০ আৰু প্ৰধান পোৰোহিত অধ্যাপকবিলাকে থিয় হৈ বৰকৈ তেঁওক কে অপবাদ দিবলৈ ধৰিলে। ১১ পচে হেৰোদে আপোনাৰ সেনাবিলাকে সৈতে তেঁওক ইতিকিঙ্গ কৰি ৰাজ জোগত বস্ত্ৰ পিন্ধাই, পিলাতৰ তলৈ অ- কও পঠাই দিলে। ১২ হেৰোদ আৰু পিলাত দুইৰে মাজত আগৈ এ বি- ৰোধ আছিল, কিন্তু সেই দিনতে মিল কৰা হল। ১৩ পাচে পিলাতে প্ৰধান পোৰোহিত, অধিকাৰ, আৰু লোকবিলাকক একে ঠাইলৈ মাতি আনি সিবিলাকত কলে, ১৪ লোকবিলাকক কুপথে নিয়া জন বুলি এই মানুহক মোৰ ওচৰলৈ আনিলা; কিন্তু দেখা, তোমোলাকৰ অগতে তেঁওক বিচাৰ কৰি,তোমোলাকে অপবাদ দিয়া কথাত তেঁওৰ একো দেসি নেপালে॥ ১৫ হেৰোদেও নেপালে; তেঁওলৈ তোমোলকিক পঠালো, কিন্তু দেখা, মিত্যুৰ জোগ একো দও কৰা নহল। ১৬ এই হেতুকে ইয়াক সাস্তি কৰি এৰি দিম। ১৭ সেই পৰ্বৰ কালত সিহঁতলৈ এটাক মুকলি কৰি দিব লগিয়া আচিল। ১৮ এই হেতুকে সকলে একে বেলি এ এটাহ পাৰি কলে, ইয়াক নিওক, অমালৈ বৰাবাক মুকলি কৰোক। বৰাবাই নগৰৰ মাজত দ্ৰোহ আৰু বধ কৰাৰ কাৰনে বন্দিসালত থোকা আচিল। ২০ তীতে পিলাতে য়িচুক মুকলি কৰিবলৈ ইচা কৰি, সিবিলা- কৰ অগিত অকিও মাত লগাই কলে। ২১ কিন্তু সিহঁতে এটাহ পাৰি বুলিলে, পেৰেঙ্গনিত মাৰোক্ট, পেৰেঙ্গনিত মাকে। ২২ তাতে তেঁও ত্ৰি- তিয় বীৰে৷ সিহঁতত কলে, কি কাৰন? সি কি দোস কৰিলে? এত মিত্যু দণ্ডৰ, কাৰন মই পেআি নাই; এই হেতুকে সস্তি কৰি এৰি দিম। ২৩ তথা- পি তেঁওক জেন পেৰেঙ্গনিত তুলি মৰা হব, সিহঁতে এটাহ পাৰি উচটালে। ২৪ তাতে সিবিলাক আৰু প্ৰধান পোৰোহিত সকলৰ এৰাৱে জিনিলত পি- ) লাতে সিহঁতৰ প্ৰাৰ্থনাৰ দৰে কৰিবলৈ অগ্যিা দিলে। ২৫ পাচে দ্ৰোহ আৰু বধ কৰাৰ কাৰনে বন্দিসালত থেঅ জি জনক সিহঁতে খুজিলে, তাক মুকলি কৰিলে, কিন্তু য়িক সিহঁতৰ ইচাত সোধাই দিলে। ১৯ সেই