পৃষ্ঠা:New Testament in Assamese.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ ৫৮

লুক ।

২৬ পাচে সিহঁতে তেঁওক লৈ জাঁওতে চহৰৰ পৰা আহোঁতা চিমোন না- মেৰে এজন কুৰিনি মানুহক ধৰি, য়িচুৰ পাচে লৈ জাবৰ নিমিতে তাৰ কানত পেৰেঙ্গনি দিলে । ২৭ তাতে বৰ এজুম মানুহ আৰু সিবিলাকৰ মা- জত তেঁওলৈ ক্রন্দন আৰু বিলাপ কৰা অনেক তিৰোতাও তেঁওৰ পাচে পাচে গল। ২৮ কিন্তু য়িচুএ মুখ ঘুৰাই সিবিলাকত কলে, হে য়িৰুচলমৰ জিয়া- ৰিবিলাক, মোৰ নিমিতে নেকান্দিবা, আপোনালৈ আৰু আপোন আপোন লৰবিলাকলৈ ক্রন্দন কৰা। ২৯ দেখা, জি কালত বাঁজি লোক, আৰু সন্তান নোহোৱা গৰ্ভ, আৰু লৰাই নোখোআ পিয়াহ ধন্য বুলিব, এনে কাল আ- হিচে। ৩০ তেতিয়া পর্বতবিলাকক বুলিব, আমাৰ ওপৰত পৰা, ঢোকা পর্ব- তক বুলিব, আমাক ঢাকি ধৰা । ৩১ কিয়নো কেঁচা গচত এনে কৰম কৰা হলে, সুকান গচত কি কৰা হব? ৩২ সেই কালত দোস কৰা আন দুজন মানুহক তেঁওৰ লগত বধিবলৈ লৈ জোআ হল । ৩৩ পাচে মুৰৰ খোলা নামে এখান ঠাই পাই, তাতে তেঁওক আৰু তেঁওৰ সোঁ ফালে এজন, বাঁও ফালে এজন, এই ৰুপে সেই দুটা অপৰাধি মানুহ- কো পেৰেঙ্গনিত তুলি দিলে । ৩৪ তেতিয়া য়িচুএ কলে, হে পিত্রি, এইবি- লাকক খেমা কৰা, কিয়নো সিহঁতে জি কৰে, তাক নেজানে । পাচে গুটি বুজাই তেঁওৰ বস্ত্ৰ বাঁটি ললে । ৩৫ সেই ঠাইতে লোক সমুহে থিয় হৈ দে- খি আচিল; আৰু সিহঁতে সৈতে অধিকাৰবিলাকেও ইতিকিঙ্গ কৰি কলে, এঁও লোককহে ৰখ্যা কৰিলে; জদি ইস্বৰৰ মনোনিত খ্রিষ্ট হই, তেন্তে সি আপোনাক ৰখ্যা কৰোক। ৩৬ সেনাবিলাকেও ওচৰলৈ আহি তেঁওক টেঙ্গা পানি দি বিগতি কৰি কলে, ৩৭ আপুনি জদি য়িহুদিবিলাকৰ ৰজা হই, তেন্তে আপােনাক ৰখ্যা কৰোক। ৩৮ আৰু এই জন য়িহুদিবিলাকৰ ৰজা, এই কথা গ্রিক, ৰুমিয়া, অৰুি ইব্রি আখৰেৰে লিখা হৈ তেঁওৰ ওপ- ৰত থোআ হৈচিল । ৩১ তেতিয়া পেৰেঙ্গনিত আৰি থোআ অপৰাধিৰ এজনে তেঁওক নিন্দা কৰি বুলিলে, তুমি জদি খ্রিষ্ট হোআ আপোনাক আৰু আমাকো বখ্যা কৰা| ৪০ কিন্তু সি জনে উতৰ কৰি তাক ডাবি দি কলে, তুমি ইস্বৰলৈ ভই নকৰা নে ? কিয়নো তুমি একে দণ্ডতে আচা; ৪১ আৰু আমি দণ্ডৰ জেগ্য পাত্র, আপোন আপোন কৰমৰ উচিত ফল পাইচোঁ; কিন্তু এই জনাই একো দোস কৰা নাই। ৪২ পাচে সি য়িচুত কলে, হে প্রভু, আপােনাৰ ৰাজ্যত সােমালে তেতিয়া মোকো সোঅৰা । য়িচুএ তাক বুলিলে, মই তােমাত স্বৰুপকৈ কৈচোঁ, তুমি আজিএই মোৰ লগত সুখৰ থানত থকা হবা। ৪ ৪ পাচে দুপৰ বেলি হােআৰে পৰা তিনি পৰিয়ালৈকে গোটেই দে- সৰ ওপৰত এন্ধাৰ আচিল, ৪৫ বেলিও অন্ধকাৰমই হল, আৰু মন্দিৰৰ আৰ কাপৰ মাজে দি ফাটি গল । ৪৬ পাচে য়িচুএ বৰ মাতেৰে এটাহ