পৃষ্ঠা:New Testament in Assamese.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লুক। 1 পিতৰে দূৰে দি তেঁওৰ পাচে পাচে গল। ৫৫ আৰু চৰ। ঘৰৰ মাজত সিহঁতে জুই জালি একে লগে বহি থকাত পিতৰেও সিহঁতৰ লগত বহিল। ৫৬ এই ৰুপে জুইৰ ওচৰত বহি থাকোতে বেটি এজনিএ তাক দেখি একে ঠৰে চাই কলে, এই মানুহো তেঁওৰ লগত অচিল। ৫৭ তাতে সি অসৈ কৰি কলে, হে তিৰি, মই তেঁওক নিচিনে॥ ৫৮ কিছু কালৰ পচে অৰু এজনে তাক দেখি বুলিলে, তুমিও সিবিলাকৰ মাজৰ এজন। তাতে পিতৰে কলে, হে মানুহ, মই নহঁও। ৫৯ এক ঘণ্টা মান বেলিৰ পাচে অনি এজনে নিচই ৰুপে কলে, স্বৰুপ ইও তেঁওৰ লগৰ এজন; কিয়নো ই গালি- লিয়া লোক। ৬° তেতিয়া পিতৰে বুলিলে, হে মানুহ, তুমি জি কৈচা, মই তাক নেজানোই। এই কথা কলত তেতিয়াই কুকুৰাই ডাক দিলে। ৬১ তাতে প্ৰভুএ ঘুৰি পিতৰলৈ চালত, কুকুৰাই ডাক দিয়াৰ আগৈএ তুমি তিনি বেলি মেকি অসৈ কৰিবা, এই জি কথা প্ৰভু তাত কৈচিল, ৬২ তকি সুঅৰি পিতৰে বাহিৰলৈ গৈ অতি খেদেৰে ক্ৰদান কৰিলে। ৬৩ পাচে য়িচুক ৰখিয়াহঁতে বিগতি কৰি তেঁওক মৰি কিল কৰিলে। অৰুি কপিৰেৰে চকু বান্ধি তেঁওৰ গালত চৰ মাৰি সুধিলে, তোমাক কোনে মাৰিলে, ইয়াক গননা কৰি কোঅ। ৬৫ তাত বাহিৰে সিহঁতে আৰু অনেক অনেক নিন্দা কথা তেঁওৰ অহিতে কলে। ৬৬ দিন হলত মানুহবিলাকৰ ব্ৰিধ লোক, প্ৰধান পোৰোহিত, অৰু অধ্যাপকবিলাকে গোট খাই সভাৰ মাজলৈ তেঁওক অনি সুধিলে, তুমি খ্ৰিষ্ট হোঅ নে? ইয়াক অমিত কোঅ। ৬৭ তাতে তেঁও উতৰ কৰিলে, মই তোমোলাকত জদি কঁও, তথাপি তোমোলাকে মোত বিস্বাস নকৰিবা। ৬৮ অৰুি মই তোমোলকিত কোনো কথা সুধিলে উতৰে নিদিবা, মেকি মুকলিও নকৰিবা। ৬৯ ইয়াৰ পাচে মানুহৰ পুত্ৰ ইম্বৰ মহিমাৰ সে। হাতে বহি থাকিব। ৭০ তাতে সিহঁত সকলোএ কলে, তেন্তে তৃমি ইস্বৰ। পুত্ৰ হোঅ নে? তেঁও বুলিলে, হেআ বুলি তোমোলাকে স্বৰুপ কৈচা। ৭১ তেতিয়া সিহঁতে কলে, আমাৰ আন সাখিত কি প্ৰয়োজন আছে? ইয়াৰ আপোন মুখৰ পৰাই সুনিলো। ৬ ৪ : ২৩ অধ্যা। পাচে সিবিলাকৰ আটাই সমুহ উঠি পিলাতৰ আগলৈ তেঁওক লৈ গৈ, অপ- বাদ দি বুলিব ধৰিলে, ২ আপোনাক খ্ৰিষ্ট নামে ৰজা বুলি, দেস খনৰ মানুহক কুপথে প্ৰবৰ্তোআ, আৰু কৈচৰক কৰ দিবলৈ নিসেধ কৰা এই মানু- হক পালে। ৩ তেতিয়া পিলাতে তেঁওত সুধিলে, তুমি য়িহুদিবিলাকৰ ৰজ। হোঅ নে? তাতে তেঁও উতৰ কৰিলে, তুমি স্বৰুপ কৈচা। ৪ তেতিয়া পি-