পৃষ্ঠা:New Testament in Assamese.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ অধ্য। ১৫৫ 88 ৩৫ পাচে তেঁও সিবিলাকত কলে, মোনা, জোলোঙ্গা, আৰু পইজাৰ নো- লোআকৈ জেতিয়া তোমোলাকক পঠাইচিলোঁ, তেতিয়া তোমােলাকৰ কিহ, বাৰ নাটনি হৈচিল নে? সিবিলাকে বুলিলে, একোৰো নাচিল। তাতে তেঁও সিবিলাকত কলে, কিন্তু এতিয়া জাৰ মেনাি, সি তাক লওক, জোলোঙ্গাও লওক, অৰু জাৰ তৰেআলি নাই, সি অাপোনাৰ কপিৰ বেচি এখন কি- নোক। ৩৭ কিয়নাে মই তোমােলাকত কৈটো, তেঁও পাপিৰ লগত গন হল, এই জি লিখা বচন, সেয়ে মােত ঘটিব; কিয়নো মোৰ সমন্ধি হােআ সক- লো কথা সিধি হব। ৩৮ তেতিয়া সিবিলাকে বুলিলে, হে প্রভু, দেখা, এই দুখন তবেঅলি আচে। তেঁও কলে, সেয়ে জুৰিব । ৩৯ পীচে তেঁও তাৰ পৰা বাহিৰলৈ আহি আপোনাৰ আচাৰৰ দৰে জল- ফাই পৰ্তলৈ জোঅতি সিস্যবিলাকো তেঁওৰ পাচত গল । ৪ ° সেই ঠাই পা- লত তেঁও সিবিলাকত কলে, পৰিখাত জেন নপৰা, এই নিমিতে প্রার্থনা ৪১ পচে সিলৰ এটা দলি মানৰ আঁতৰ হৈ তেঁও আঁঠু পাৰি প্রার্থনা কৰি কলে, ৪২ হে পিত্রি, জদি তোমাৰ ইচা হই, তেন্তে এই পান পত্ৰি মােৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচা নহওক, তোমাৰহে ইচা হওক। ৪৩ তেতিয়া স্বৰগৰ পৰা এজন দুতে তেঁওক দেখা দি সক্তি দান কৰিলে । পাচে তেঁও জাতনাৰে বিয়াকুল হৈ অতিসই ৰুপে আৰু প্রার্থনা কৰিলে; তাতে তেজৰ বৰ বৰ টোপাৰ নিচিনা তেঁওৰ ঘাম মাটিলৈ বৈ গল । ৪৫ পাচে প্রার্থনাৰ পৰা উঠি সিস্যবিলাকলৈ আহি সিবিলাকক মনৰ দুখৰ নিমিতে টোপনিয়াই থাকিবৰ দেখি, তেঁও সিবিলাকত কলে, তােমো- লাকে কিয় টোপনিয়াইচা? পৰিখাত নপৰিবলৈ উঠি প্রার্থনা কৰা । ৪৭ এইবিলাক কথা কঁওতেই এজুম মানুহক দেখা, আৰু বাৰে জন সিস্যৰ মাজৰ য়িহুদা নামেৰে এজনে সিবিলাকৰ আগত অহি, য়িচুক চুমা দিবৰ নিমিতে তেঁওৰ ওচৰ চাপিলহি। তাতে য়িচূএ কলে, হে য়িহুদা, তুমি চুমাৰে সৈতে মানুহৰ পুত্ৰক পৰৰ হাতত সোধাই দিচা নে ? ৪১ পীচে জি জি হব, ইয়াকে বুজি তেঁওৰ লগৰবিলাকে কলে, হে প্রভু, আমি তদােআ- লেৰে মাৰিম নে ? ৫০ আৰু সিবিলাকৰ এজনে বৰ পােৱৰাহিতৰ এটা বন্দিক মাৰি তাৰ সে কান কাটি পেলালে । ৫১ তাতে য়িচূএ সমিধান দি কলে, এতিয়া এৰি দিয়া; পাঁচে তাৰ কান খন চুই তীক স্বস্থ কৰিলে। ৫২ তেতিয়া আপােনাৰ ওচৰলৈ অহা প্রধান পােৰাহিত, মন্দিৰৰ সেনা- পতিবিলাক আৰু ব্ৰিধ লােকত য়িচূএ কলে, তোমােলাকে তৰোআল আৰু টাঙ্গান লৈ চোৰ ধৰাৰ নিচিনাকৈ আহিচা নে? ৫৩ জেতিয়া মই নিতে তোমােলাকৰ লগত মন্দিৰত আচিলোঁ, তেতিয়া মােক ধৰিবলৈ হাত মেলি নিদিলা; কিন্তু এতিয়া তোমোলাকৰ অৰুি এন্ধাৰৰ পৰাক্ৰমৰ সমই হৈছে। ৫৪ পাচে সিহঁতে তেঁওক ধৰি বৰ পোৱৰাহিতৰ ঘৰলৈ আনিলে; আৰু ৪ ৬ ৪৮ .