পৃষ্ঠা:New Testament in Assamese.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ ৪ লুক। 1 ২০ - ১৬ কিয়নো মই তোমোলাকত কৈঠো, ইন্বৰৰ ৰাজ্যত সিধি নহই মানলৈকে এই ভোজ মই আৰু নেখাও। ১৭ পাচে তেঁও পান পাত্ৰ হাতত লৈ স্থতি কৰি সিবিলাকত কলে, ইয়াকে লৈ আপোনাৰ মাজত ভাগ কৰা; ১৮ তোমোলকিত মই কৈ5ে1, ইস্বৰৰ ৰাজ্য নহই মানে মই আৰু লত। পনিয়ালৰ ৰস নেখাও। ১৯ আৰু পিঠা ৈৈল তেঁও স্তুতি কৰি তাক ভঙ্গি সিবিলাকক দি কলে, তোমোলাকৰ নিমিতে দিয়া জি মোৰ সৰিল, এই; মোক সু অৰিবৰ নিমিতে ইয়াকে কৰা ভোজন কৰা হল সেই ৰুপে পান পাত্ৰকো লৈ কলে, তোমোলাকৰ নিমিতে উলিউঅ মোৰ তেজৰ দোঅৰিাই জি নতুন নিয়ম, এই পত্ৰি সেই। ২১ কিন্তু দেখা, জি জনে মোক লোকৰ হাতত সোধাই দিব, তাৰ হাত মোৰে সৈতে মেজতে আচে। ২২ আৰু জেনেকৈ নিৰুপন কৰা হৈচিল, সেই ৰুপে মানুহৰ পুত্ৰৰ গতি অৱস্য হব; কিন্তু জি জনৰ দোআৰাই তেঁওক সোধাই দিয়া হব, সেই জনৰ সন্তপি! ২৩ তাতে সিবিলাকৰ মাজত কোনে এই কৰ্ম কৰিব, তাকে ইজনে সিজনে সুধিবলৈ ধৰিলে। ২৪ আৰু সিবিলাকৰ মাজত কোন জন বৰ বুলি মনা হব, এই কথতি সিবিলাকৰ বিবাদ হৈচিল। ২৫ এই কাৰনে তেঁও সিবিলাকত কলে, বি- দেসি লোকৰ ৰজা সকলে সিবিলাকৰ ওপৰত সাসন কৰে, আৰু সিবিলা- কৰ ওপৰত জি লোকে সক্তি পাই, সিবিলাকক উপকাৰি বেলি। জা ২৬ কিন্তু তোমোলাক সেই ৰুপ নহবা; তোমোলাকৰ মাজত জি জন ডাঙ্গৰ, সি সৰ নিচিনা হওক, আৰু জি প্ৰধান, সি সেৱকৰ নিচিনা হওক। ২৭ ভোজনত বহা জন ডঙ্গি নে, পৰিচৰিক ডাঙ্গৰ। কিন্তু তোমোলাকৰ মজিত মই পৰিচাৰকৰ নিচিনা হৈ আছে॥ ২৮ তোমোলাক মোৰ পৰি- খাৰ কালত মোৰ লগত থাকি আচ, ২১ এয়েৰেই মোৰ পিজিএ জেনেকৈ মোলৈ এক ৰাজ্য নিজোজন কৰি থৈছিল, সেই ৰুপে তোমোলাকলৈকো মই এক ৰাজ্য নিজোজন কৰি থৈছোঁ; ৩০ তাতে তোমোলাকে মোৰ ৰাজ্যত থকা মেজৰ পৰা ভেজিন পান কৰিবা, আৰু সিংহাসনত বহি ইসএলৰ বাৰে ফৈদৰ বিচাৰ কৰিবা। ৩১ পাচে প্ৰভূএ বুলিলে, হে চিমোন, চিমেন, দেখা, ধান চলাৰ দৰেই চইতানে তোমোলাকক চালিবলৈ উপাই বিচাৰিচে; ৩২ কিন্তু তোমাৰ বিস্বাস জেন লোপ নহব, মই তোমাৰ নিমিতে এই প্ৰাৰ্থনা কৰিলোঁ; আৰু তোমাৰ মন পালটালত ভাইবিলাকৰ মনকো থিৰ কৰা। ৩৩ পাচে সি তেঁওত কলে, হে প্ৰভু, তোমাৰে সৈতে বন্দিলাল আৰু মৰনলৈকো জাবলৈ মই জুগুত হৈ আৰ্চো। ৩৪ তাতে তেঁও কলে, হে পিতৰ, মই তোমত কৈঠো, তুমি জে মোক চিনিচা, ইয়াকে তিনি বেলি আসৈ কৰাৰ অগৈএ আজি কুকুৰাই ডাক নিদিব।