পৃষ্ঠা:New Testament in Assamese.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ অধি। চিল। সুতাও নেকাটে; ২১ তথাপি মই তোমোলাকত কৈচে, চিলোমোন অ- পোনাৰ সকলো ঐশ্বৰ্জ্যে সৈতেও ইহঁতৰ এটাৰ নিচিনা বিভুসিত না- ৩০ এই হেতুকে অজি অচে, কাইলৈ জুইসালত পেলেই হব জি পথাৰৰ বন, তাকে জদি ইবে এনে বিভুসিত কৰে, তেন্তে হে অল্প বিস্বসিবিলাক, তেঁও তাতকৈ তোমোলকিক ভুসিত নকৰিবনে? ৩১ এই হেতুকে কি খাম, কি পান কৰিম, কি পিন্ধিম, ইয়াক মনত চিন্তা নকৰিবা। ৩২ কিয়নো বিদেসি লোকে এইবিলাক বিচাৰে, অৰু এই- বিলাকত তোমোলাকৰো প্ৰয়োজন অচে, ইয়াক তোমোলাকৰ স্বৰ্গিয় পিত্ৰিএ জানে। ৩৩ কিন্তু অগেয়ে ইম্বৰৰ ৰাজ্য অৰু তেঁওৰ ধৰম বি- চাৰ কৰা, পাচে এই সকলোবিলাক তোমোলাকক দিয়া হব। কে কালিৰ নিমিতে চিন্তা নকৰিবা; কিয়নো কালি আপোনাৰ কথা- লৈ অপিনি চিন্তা কৰিব। দিনৰ জি দুখ, দিনলৈ সেয়ে আঁটিব। ৩৪ এতে- ৭ অধি॥ তোমোলাকে লোকক দুশি নকৰিবা, তেহে তোমোলকিকো দূসি কৰা নহব। ২ কিয়নো জি দোসেৰে লোকক দুসি কৰা, সেই ৰুপ দোসেৰে তোমোল- ককো দুসি কৰা হব; আৰু জি জোখেৰে তোমোলাকে জোখ কৰা, সেই জোখেৰে তোমোলাকলৈকো জোখ কৰা হব। তুমি আপোনাৰ চকুত থকা চতিকে নেদেখি, ভায়াৰ চকুত থকা কুটা কিয় দেখিচা? ৪ আৰু দেখা, আপোনাৰ চকুত চতি থাকোতেই, তোমাৰ চকুৰ পৰা সেই কুটা মোক উলিয়াবলৈ দিয়া, এই কথা ভায়াক কেনেকৈ বুলিব পাৰা? ৫ হেৰৈ কপটি, আপোনাৰ চকুৰ পৰা সেই চতি আগেয়ে উলিয়া, পাচেহে ভায়ে- ৰৰ চকুৰ পৰা কুটা উলিয়াবলৈ ভালকৈ দেখিবি। ৬ কুকুৰবিলাকক পবিত্ৰ বস্তু নিদিবা; অৰু তোমোলাকৰ মুকুতা গাহৰিৰ আগত নেপেলাবা; কি- জানি সিহঁতে সেইবোৰক ভৰিৰে গচকে, অৰু পাচে জানো ঘুৰি তোমো- লাককো বখলিয়াই। ৭ খোজা, তেহে তোমোলাকক দিয়া হব; বিচাৰ, তেহে পাবা; চপ- ৰিওঅ, তেহে তোমোলাকলৈ দুআৰ মুকলি কৰা হব। জেয়ে খোজে, সেয়ে সেয়ে পাই; জেয়ে বিচাৰে, সেয়ে দেখা পাই; আৰু জেয়ে চপৰিয়াই, তালৈকে দুঅৰি মুকলি কৰা হব। ৯ কিয়নো পুতেকে পিঠা খুজিলে তাক সিল দিএ, ১০ মাচ খুজিলে সাপ দিএ, তোমোলাকৰ মাজত এনে কোন মানুহ অচে? ১১ এই হেতুকে তোমোলকি বেয়া হৈয়ে। আপোনাৰ লৰাহঁতক জদি ভাল বস্তু দিব জানা, তাতকৈয়ো তোমোলাকৰ স্বৰগৰ পিত্ৰিএ তেঁওত ছোবিলাকক ভাল বস্তু নিদিবনে? ১২ লোকে ৮ কিয়নো জেয়ে