পৃষ্ঠা:New Testament in Assamese.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ মাথি। ১২ আৰু আমাৰ ধৰুআহঁতক আমি জেনেকৈ খেমা কৰে, তেনেকৈ তামা- বে। ধৰি খেমা কৰা। ১৩ অমকি পৰিখলৈ নিনি, কিন্তু দোসৰ পৰা বৰি ৰখা। ১৪ তোমোলাকে জদি লোকৰ অপবধি খেমা কৰ, তেন্তে তো- মোলাকৰ সৃষগত থকা পিত্ৰিএ তোমোলাকৰো অপবাধ খেমা কৰিব; ১৫ কিন্তু তোমোলাকে জদি লোকৰ অপৰাধ খেমা নকৰ, তেন্তে তোমো- লাকৰ পিত্ৰিএও তোমোলাকৰ অপৰাধ খেমা নকৰিব। ১৬ আৰু তোমেলিকে জেতিয়া লঘোন কৰা, তেতিয়া কপটিৰ নিচিনা- কৈ মোলান বদন নকৰিবা; কিয়নো সিহঁতে লঘোনিয়া বুলি মানুহক জনা- বৰ নিমিতে মুখ মলিন কৰে। তোমোলকিত মই স্বৰুপকৈ কৈটে, সিহঁতে আপোনাৰ পৰা কৰম ফল পালেই। ১৭ কিন্তু তুমি লঘোন কৰা কলিত লোকৰ অগিত অপেনিকি লঘোনিয়া নেদেখআই, গপত ঠাইত থকা তো- মৰি পিত্ৰিৰ অগিত অপেনিকি লঘোনিয়া জেন দেখুউ আ, তোমাৰ মুৰত তেল ঘঁহা অৰু মুখে। ধোঅ; ১৮ তাতে তোমাৰ জি জন পিত্ৰিএ গুপ্ত ঠাইতো দেখে, তেঁৱে তেমকি কৰমৰ ফল দিব। ১৯ জি ঠাইত পেকে আৰু মমিৰে ওৰ পেলাই, আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে প্ৰিথিবিত আপোনলৈ ধন নেসাঁচিব; ২০ কিন্তু জতে পোক আৰু মামৰে খাই নকৰে, চোৰেও সিন্ধি দি নিনিএ, এনে স্বল্পত অপো- নালৈ ধন সাচা। ২১ কিয়নো জতে তোমোলাকৰ ধন, ততে তোমোলাকৰ মনে হব। ২২ চকুএই সলিৰ চাকি; এই হেতুকে তোমাৰ চকু জদি সুদৃিষ্টি হই, তেন্তে তোমাৰ গোটেই সৰিল প্ৰকাশিত হব; ২৩ কিন্তু তোমাৰ চকু জদি বুদ্ৰিষ্টি হই, তেন্তে তোমাৰ গোটেই সৰিল এন্ধাৰমই হব। এই হেতুকে তোমাৰ মাজত জি পহৰ, সেয়ে জদি এন্ধাৰ হই, সেই এন্ধাৰেই কিমান বৰ! ২৪ কোনো মানুহে দুজন। গৰাকিত খাটিৰ নোঅৰে; কিয়নো সি এজ- নক ঘিনাই, এজনক চেনেহ কৰিব; নাইব। এজনলৈ উচাহি হৈ, এজনক অৱহেলা কৰিব। সেই ৰুপে তোমোলাকেও ইস্বৰ অৰু ধন, এই দুয়োৰে। খাটনি লগাব নোঅৰি॥ ২৫ এই হেতুকে মই তোমোলাকত কৈঠে, কি ভোজন পান কৰিম, এই বুলি প্ৰানৰ নিমিতে, বা কি পিন্ধিম, এই বুলি সৰিলৰ নিমিতে একো চিন্তা নকৰিবা। অহাৰতকৈ প্ৰান, আৰু কাপ- ৰতকৈ সৰিল বৰ নহই নে? ২ ৬ অকাসৰ চৰাইবিলাকলৈ চেআ; সি- হঁতে নবই, নেদাই, আৰু মেৰতো নচপাই; তথাপি তোমোলাকৰ স্থগিয় পিত্ৰিএ সিহঁতকো পেহে। তোমোলকি সিহঁতকৈ অতি উতম নো- হোঅনে? ২৭ তোমোলাকৰ মাজৰ কোনে চিন্তা কৰি আপোনাক এহ- তকে বহাৰ পৰেআৰু কাপৰনৈ বা কিয় চিন্তা কৰা? ২৮ পথ- বৰ কৰি ফুল কেনেকৈ বাহে, তাক ভাবি চোখ; সিহঁতে সুম নকৰে,