পৃষ্ঠা:New Testament in Assamese.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ অধি॥ ১ ৫৩ ৰত সেই দিন ফৰি নিচিনা অহিব। তোমোলাকে এই ঘটিব লগা সকলো কথাৰ পৰা সাৰিবলৈ আৰু মানুহৰ পুত্ৰৰ অগিত থিয় হবলৈ জেগ্যি জেন গনা হেৰি, এই নিমিতে সাৱধান হৈ সদাই প্ৰাৰ্থনা কৰি থাকিব। ৩। দিনতে তেঁও মন্দিত উপদেস দিচিলে, অৰুি ৰাতিত বাহিৰলৈ গৈ জল ফাই পৰ্বতত থাকিল। ৩৮ আৰু ৰাতি পুআ সকলো লোকে তেঁওৰ কথা সুনিবলৈ সোন কালে মন্দিৰলৈ গৈ গৈ আচিল। 11 ২২ অধি॥ পাচে নিস্তাৰ নামেৰে ফেনি নোহোআ পিঠাৰ পৰৰ সমই ওচৰ হলত, ২ প্ৰধান পোৰোহিত আৰু অধ্যাপকবিলাকে কি ৰুপে তেঁওক বধ কৰিব পাৰে, ইয়াৰ উপাই বিচাৰিলে, কিন্তু মানুহবিলাকলৈ ভই কৰিলে। ৩ তেতিয়া বাৰে জন সিস্যৰ মাজৰ ইস্কৰিওতিয়া উপনাম হোঅ জি য়িহুদা, তাৰ ভিতৰত চইতান সোমাল; ৪ পাচে সি গৈ, কি ৰূপেৰে য়িচুক সিহঁতৰ হাতত দিব পাৰে, এই কথাত প্ৰধান পোৰোহিত আৰু সেনাপতিবিলাকে সৈতে অলিচ কৰিলে। ৫ তেতিয়া সিহঁতে অনিন্দ পাই তাক ধন দিবলৈ নিবন্ধ কৰিলে। ৬ তীতে সি কথা বন্ধি মানুহবিলাক নথকাত সিহঁতৰ হাতত তেঁওক দিবলৈ চল পোঅৰি কাল বিচাৰিলে। ৭ পাচে ফেনি নোহেঅ পিঠাৰ জি দিনত নিস্তাৰ পৰলৈ মেক মা- ৰিব লগা, সেই দিন হলত তেঁও পিতৰ অৰুি ৰোহনিক পঠাই দি কলে, ৮ তোমোলাকে গৈ আমি ভোজন কৰিবৰ নিমিতে নিস্তাৰ পৰৰ বস্তু তাতে সিবিলাকে সুধিলে, আমি কত জুগুত কৰিবলৈ অ- পোনাৰ ইচা আচে? ১০ তেতিয়া তেঁও কলে, দেখ, নগৰৰ ভিতৰত সো- মালতেই পানি একলহ বৈ জাও এটা মানুহে তোমোলাকৰ লগ পাব; ১১ সি জি ঘৰলৈ সোমাই, তোমোলাকেও তাৰ পীচে সেই ঘৰত সোমাই ঘৰৰ গিৰিহত কৰা, গৰু এ তোমতি কৈছে, মই জি ঠাইত সিস্যবিলাকে সৈতে নিস্তাৰ পৰ্যৰ ভোজ খাম, সেই অলিহি খোটালি কত? ১২ তাতে সেই মানুহে সজোঅ এখনি ওপৰৰ ডাঙ্গৰ খোটালি তোমোলাকক দেখাই দিব; তাতে তোমোলাকে জুগুত কৰাগৈ। ১৩ তেতিয়া সিবিলাকে গৈ, তেঁও জেনেকৈ কৈচিল, সেই ৰুপে সকলোকে পাই নিস্তাৰ পৰ ভোজ ৯ জুগুত কৰা। জুগুত কৰিলে। ১৪ পাচে সমই হলত য়িচূএ বাৰে জন পঁাচনি সৈতে ভোজনত বহিল। ১৫ তেতিয়া তেঁও সিবিলাকত কলে, মোৰ দুখ ভোগৰ অগৈ তোমোল- কে সৈতে এই নিস্তাৰ পৰৰ ভোজ খাবলৈ মই অতিসই ইচা কৰিলে।