পৃষ্ঠা:New Testament in Assamese.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নুক। মোলাকৰ সত্ৰুএ জিহব উতৰ বা বাধা কৰিব নোআৰে, এনে চতুৰালি আৰু গিয়ান মই তোমোলকিক দিম। ১৬ আৰু তোমোলকি মাক বাপেক, ভাই ককাই, গিয়াতি বন্ধ, এই সকলোৰে দোঅৰিাই লোকৰ হাতত সো- ধাই দিয়া হব; তাতে তোমোলকি কেতবোৰক সিহঁতে বধ কবি। ১৭ অৰু মোৰ নামৰ নিমিতে সকলোএ ঘিন কৰা হবা; ১৮ কিন্তু তোমোলাকৰ মুৰৰ এডালি চুলিও নষ্ট নহব। ১১ বোৰ্জেৰে তোমোলাকে অপেনি অ- পেনি প্ৰান ৰখ্যা কৰিবা। ২০ আৰু জেতিয়া সৈন্যবিলাকে চিলিমক বেৰি ধৰা দেখিবা, তেতিয়া তাৰ উচন হোআৰ সমই ওচৰ হৈচে, ইয়াকে জানিবা। ২১ তেতিয়া য়িহুদ। দেশত থকা লোকবিলাকে পৰ্বতলৈ পলাই জাওক; নগৰৰ মাজত থকাবি- লীকে ওলাই জাওক; অৰুি চহৰত থকা লোকে তাৰ ভিতৰলৈ নোসোম- ওক। ২২ কিয়নো সেয়েই উচিত দণ্ড দিবৰ সমই, তাতে তাৰ জি কথা লিখা আচে, সকলো সিধি হব। ২৩ কিন্তু সেই কালত গভাৱতি আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হব; কিয়নো দেশত অতিসই দুখ আৰু এই লোকবিলাকৰ ওপৰত ক্ৰোধ হব। ২৪ সিবিলাক তৰে আলৰ মুখৰ দোঅৰিাই পৰিব, আৰু বন্দিকৈ সকলে৷ দেশৰ মাজলৈ নিয়া হব; আৰু বিদেসি লোকৰ কাল সম্পূৰ্ন নহই মানলৈকে য়িচালম নগৰ বিদেসি লোকৰ ভৰিৰ তলত গচকা হব। ২৫ তেতিয়া সুজ, আৰু চন্দ্ৰ, আৰু তৰাবি- লাকত চিন ওলাব; প্ৰিথিবিতে দেসবিলাকৰ দুখ আৰু দুৰ ভাবনা, সা- গৰ আৰু তাৰ ঢৌৰ তৰ্জন গৰ্জন হব; ২৬ আৰু প্ৰিথিবিত জি জি হব, তাক চিন্তা কৰি ভয়েৰে মানুহবিলাকৰ মন বিমুচিত হব; কিয়নো আকা- সৰ সক্তিবিলাক লৰোআ হব। ২৭ তেতিয়া মহিমা আৰু বৰ প্ৰভাৱেৰে মানুহৰ পুত্ৰক মেঘত আহিবৰ দেখিব। ২৮ এইবিলাক কথা ঘটিবৰ আৰম্ভন হলে, তেতিয়া মুৰ দাঙ্গি ওপৰলৈ চোআ, কিয়নো তোমোলকিৰ মুক্তিৰ সমই ওচৰ চাপিচে। পাচে তেঁও সিবিলাকত এক পটন্তৰ দি কলে, ডিমৰু আদি সকলে। গচ দেখা; সেইবিলকে জেতিয়া কুঁহি পতি মেলে, তেতিয়া ঘমি কালিৰ ওচৰ হই, তাক তোমোলাকে অপুনি জানা। ৩১ সেই ৰুপে জেতিয়া তোমো- লাকে এইবিলাক কথা ঘটিবৰ দেখিবা, তেতিয়া ইস্বৰৰ ৰাজ্য ওচৰ পাই- চেহি, ইয়াকে জানিবা। ৩২ মই তোমোলকিত স্বৰুপকৈ কৈচেঁ, এই বৰ্তমান কালৰ মানুহ জোআৰ অগৈএ সকলো ঘটিব। ৩৩ আকাস আৰু প্ৰিথিৰি গচিব, তথাপি মোৰ কথা নুগচে। ৩৪ এই হেতুকে অনুচিত ভোজন পান অৰু সংসাৰিক চিন্তাৰে তোমোলাকৰ মন মতলিয়া হেঅতি, ভাবনা নকৰা সময়ত সেই দিন তোমোলাকলৈ জেন নাহিব, এই নিমিতে অপোনাৰ বাৰনে সাবধানে থাকিব। ৩৫ কিয়নে। প্ৰিথিবিত থকা সকলোৰে ওপ-