পৃষ্ঠা:New Testament in Assamese.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ অধি॥ ৰূপে দাৰিদে তেওঁক প্ৰভু বোলে, তেন্তে তেও কেনেকৈ দাৱিদৰ সন্তান হব পাৰে? ৪৫ পাচে আটাই মানুহে সুনাকৈ তেঁও সিস্যবিলাকত এই কথা কলে, ৪৬ জিবিলাকে দিঘল কপিৰ পিন্ধি ফুৰি ভাল পাই, আৰু হাট বজাৰত নমস্কাৰ, নাম ঘৰত প্ৰধান অসিন, ভোজত ওখ ঠাই, এই সকলো- লৈ ইচা কৰে; ৪৭ আৰু কপটেৰে দিঘল প্ৰাৰ্থনা কৰি বৰিবিলাকৰ ঘৰ বস্তু লুৰি খাই, এনে জি অধ্যাপক, সিহঁতলৈ সাবধান হোঅ; সিহঁতে অধিক দণ্ড পাব। ২১ অধ্যা। পাচে হেঁও চকু তুলি চাই ধনৱন্ত লোকক ভঁৰালত দান সুমাই থোৰ। দেখিলে; ২ আৰু এজনি দুখিয়া বঁাৰি তাত দুই পাই সুমাই থোআও দেখিলে। ৩ তাতে তেঁও কলে, মই তোমোলকিত স্বৰুপকৈ কৈঠোঁ, সেই অ- টাইবিলাকতকৈ এই দুখিয়া বাৰিএ অধিককৈ দিলে; * কিয়নো সিবিলাক সকলোএ অপেনি আপোন বহু ধনৰ পৰা ইম্বৰৰ দানৰ মাজত কিছু কিছু দিলে; কিন্তু তাই আপোনাৰ দৰিদ্ৰ অৱস্থাৰ পৰা জিবিকালৈ জি অ- চিল, সেই সকলোকে দিলে। ৫ উতম সিলেৰে আৰু উচৰ্গা দানেৰে মন্দিৰ কেনে বিভুসিত হৈচে, এই কথা কোনো লোকে বোলাত তেঁত কলে, ৬ তোমোলাকে এই জি জি দে- খিচা, সিলৰ ওপৰত সিল নথকাকৈ সকলোকে পেলোআ হব, এনে কাল আহিছে। ৭ তেতিয়া সিবিলাকে তেঁওত সুধিলে, হে গুৰু, এইবিলাক কথা কেতিয়া হব? আৰু এইবিলাক ঘটিৰ চিন কি? ৮ তাতে তেঁও কলে, তোমেলিকি জেন ভুলুআ নহব, এই নিমিতে সাৱধান হোঅ; কিয়নো মেৰি নামেৰে অনেকে আহি, মই খ্ৰিষ্ট, অৰু কাল ওচৰ, ইয়াকে বুলি কব; কিন্তু তোমোলাকে সিহঁতৰ পচে নেজাবা। ১ আৰু জেতিয়া তোমো- লাকে বন অৰুি দুৰা মুৰাৰ বাত্ৰা সুনা, তেতিয়া তোমোলকি ভয়াৰ নহবা, কিয়নো এই সকলো অগৈ ঘটি ব ন গা; কিন্তু সসান কালে সেস নহই। ১০ আৰু তেঁও কলে, দেশৰ বিৰোধে দেস, ৰাজ্যৰ বিৰোধে ৰাজ্য উঠিব; ১১ আৰু ঠায়ে ঠায়ে বৰ ভুইকপ, কাল, মাউৰ হব; আৰু আকাসত ভয়ঙ্কৰ দৰ্শন আৰু মহা চিন দেখা জীব। ১২ কিন্তু এইবিলাক ঘটিবৰ অ- গৈএ সিহঁতে তোমোলাকৰ ওপৰত হাত দি তাৰন কৰিব; নাম ঘৰত অৰু বন্দিসালত সোধাই দিব; আৰু তোমোলাক মোৰ নামৰ নিমিতে ৰজা অৰুি অধিকাৰবিলাকৰ আগলৈ নিয়া হব॥ ১৩ সখি হবৰ নিমিতে এই সক- লে। কথা তোমোলাকলৈ ঘটিব। ১৪ কিন্তু তোমালাকে কি উতৰ দিবা, তাৰ নিমিতে চিন্তা নকৰিবা, ইয়াকে মনত নিচই কৰা; ১৫ কিয়নো তো-