লুক। তাতে - মানুহক তেঁওৰ ওচৰাল পাচিলে। ২১ পীচে সিহঁতে তেঁত সুধিলে, হে গুৰু, আপুনি সুৰুপ মতে কথা আৰু উপদেস সিকাইচে, আৰু কাতে। চাটু নকৰি সত্য ৰুপে ইস্বৰৰ পথ দেখাইচে ইয়াক অমি জানে॥ ২২ কেচৰ ৰজাক আমি কৰ দিব লগা হই নে, নহই? ২৩ তেঁও সিহঁতৰ চল বুজি সিহঁতত কলে, তোমোলাকে কিয় মোৰ পৰিখ। চাইচ। ২৪ মোক এটা সিকি দে- খাই দিয়া। ইয়াত কৰি মুৰ্তি আৰু নাম লিখা আচে? সিহঁতে সমিধান দি কৈচৰৰ বুলি কলে। ২৫ তেতিয়া তেও সিহঁতত কলে, তেন্তে জি কৈচ- ৰৰ, তাক কৈচক দিয়া, আৰু জি ইস্বৰৰ তাক ইংৰক দিয়া। সিহঁতে লোকবিলাকৰ আগত তেঁওৰ কথাত দেসি ধৰিব নোঅৰি তেঁওৰ উতৰত বিস্মই হৈ নিজম দি থাকিল। ২৭ পাচে মৰা লোকৰ পুনৰ উঠান আসে কৰা কেতবিলাক চিকিএ তেওঁৰ ওচৰলৈ আহি সুধিলে, ২৮ হে গুৰু, কোনো মানুহৰ তিৰোত থকা ককাই ভাইৰ সন্তান নাই কিয়াকৈ জদি মৰে, তেন্তে ভায়েকে সেই তিৰো- তাক বিয়া কৰি আপোনাৰ ককায়েকলৈ বঙ্গহ ওপজাব, মোচাই অমালৈ এনে বিধান লিখি দিলে। ২৯ কোনো সাত জন ভাই ককাই আচিল; সিবিলাকৰ মাজৰ বৰটোএ তিৰোতা বিয়া কৰি অপুত্ৰকা হৈ মৰিল ৩০ তাতে দলিয়টে সেই তিৰোতক বিয়া কৰি সিও অপুত্ৰক হৈ মৰিল। ৩১ পাচে ত্ৰিতিয়টেও তাইক বিয়া কৰিলে; ক্ৰমে সাতো ভনে সেই ৰুপে কৰি সন্তান নাই কিয়াকৈ মৰিল। ৩২ সকলোৰে পাচত তিৰোতাও মৰিল। ৩৩ তেন্তে পুনৰ উঠানৰ কালত সিবিলাকৰ মাজত তাই কাৰ তিৰোতা হব। কিয়নো তো জানে তাইক বিয়া কৰিলে। ৩৪ তাতে চুি সিবিলাকক উতৰ দি কলে, এই জগতৰ লোকে বিয়া কৰে, বিয়া দিয়া হৈছে; ৩৫ কিন্তু জিবিলাক সি জগত আৰু মিত্যুৰ পুনৰ উঠান পৰিৰ জেগ্যি গনা হব, সিবিলাকে বিয়া নকৰে, বিয়া দিয়াও নহই। ৩৬ তাৰু সিবিলাক অকও নমৰে, কিন্তু দুতবিলাকৰ নিচিনা, আৰু পুনৰ উঠানৰ পাত্ৰ হৈ ইৰ সন্তান হই। ৩৭ আৰু মোচাও জোপাৰ কথাত প্ৰভূক অব্ৰাহামৰ ইৰ, ইচাকৰ ইস্বৰ, য়াকোবৰ ইৰ বুলি মতীত মিত্যু লোক উঠিব, ইয়াৰ প্ৰমান দেখাই- চে; ৩৮ কিয়নো তেঁও মৰবিলাকৰ ইৰ নহই, জিয়াবিলাকৰহে ইম্বৰ, তেঁওৰ অগিত সকলো জিয়াই অচে। ৩১ তাতে কোনো অধ্যাপকবিলা- কে সমিধান দি কলে, হে গুৰু, অপুনি ভাল কৈচে। তাৰ পাচে তেওত কোনো কথা সুধিবলৈ সিবিলাকৰ সাহ নহল। আৰু তেঁও সিৰিলকিত কলে, খিষ্ট জে দাৱিদৰ সন্তান, ইয়াক কে- নেকৈ বোলে? ৪২ কিয়নো দাৱিদে অপুনি গিতৰ পুথিত এই কথা কৈচে; প্ৰভু মোৰ প্ৰভুত কলে, মই জেতিয়ালৈকে তোমাৰ সক্ৰবিলাক তোমাৰ ভৰিৰ পিৰা নকৰে, ৪৩ তেতিয়ালৈকে মোৰ সে। হাতে বহি থাকা। ৫৪ এই ৪১
পৃষ্ঠা:New Testament in Assamese.djvu/১৫৫
অৱয়ব