২০ অধি॥ 882
কৰি চা, অৰুি এই সক্তি তোমাক কোনে দিলে : তাক অমিত কো। ৩ তাতে তেঁও সিবিলাকক উতৰ দি কলে, ময়ো তোমোলাকত এটা কথা সোধে, তোমোলাকে মোক তাৰ উতৰ দিয়া। ৪ য়োহানৰ বুৰ দিও। স্বৰগৰ পৰা হই নে, মানুহৰ পৰা হই? ৫ তীতে সিবিলাকে ইটে সিটে বি- বেচনা কৰি বুলিলে, স্বৰগৰ পৰা হোআ জদি বোলে, তেন্তে তেঁওত কিয় বিস্বাস নকৰিলা, ইয়াকে অমাক বুলিব। ৬ কিন্তু মানুহৰ পৰা হোআ জদি বোলো, তেন্তে লোকবিলাকে আমাক সিল পেলাই মাৰিব; কিয়নে। য়োহান জে ভবিস্যত বক্তা হই, সিবিলাকে ইয়াকে নিচইকৈ প্ৰতিতি কৰে। ও তাতে সিহঁতে উতৰ কৰিলে, সেয়ে কৰ পৰা হল, তাক আমি কব নো- আৰে॥ ৮ তেতিয়া য়িএ সিহঁতত কলে, তেন্তে কি সক্তিএৰে এইবিলাক কৰম কৰিচেঁ, তাক ময়ে। তোমোলকিত নও। ৯ পীচে তেঁও মানুহবিলাকৰ আগত পটন্তৰ দি কবলৈ ধৰিলে, এজন মানুহে লতা পনিয়াল ই খেতি কৰি, তাক খেতিয়কবিলাকৰ হাতত সো- ধাই দি, বহু দিনৰ নিমিতে দুৰৈ দেসলৈ গল। ১০ পীচে গটি পৰিবৰ সময়ত সিহঁতে খেতিৰ ফল দিবৰ নিমিতে তেঁও সিহঁতলৈ এটা বন্দিক পঠা- লে; কিন্তু খেতিয়কে তাক মাৰি কিলাই সুদ হাতে পাঁচি দিলে। কও তেঁও আৰু এটা বন্দিক পঠালিত সিহঁতে তাকো মাৰি কিলাই অমৰ্জত। কৰি সুদা হাতে পাঁচিলে। ১২ তাৰ পাচে আৰু এটাক পঠাই দিলত সি- ইতে তাকে খুন কৰি বাহিৰলৈ পেলালে। ১৩ তেতিয়া খেতিৰ গৰাকি কলে, মই কি কৰিম? মোৰ প্ৰিয় পুত্ৰক পঠাই দিম, সিহঁতে তাকে দেখি- লে কি জানি অদৰ কৰিব। ১৪ কিন্তু খেতিয়কবোৰে তাক দেখি ইটে সিটে আপোনাৰ মাজত বিবেচনা কৰি কলে, এই জন আগলৈ গৰাকি; আঁহা, ইয়াক মাৰোহক, পীচে আমি অপুনি গৰাকি হবলৈ পাম। সিহঁতে খেতিৰ পৰা তাক বাহিৰ কৰি বধিলে। এই হেতুকে সেই খেতিৰ অধিকাৰে সিহঁতক কি কৰিব? ১৬ তেঁও আহি সেই খেতিয়কবোৰক নষ্ট কৰি আনবিলাকৰ হাতত খেতি সোধাই দিব। এই কথা সুনি সিহঁতে বুলিলে, এনে নহওক। ১৭ তাতে তেঁও সিবিলাকলৈ চাই কলে, তেন্তে সিলা- কুটিবোৰে জি সিল তিয়াগ কৰিলে, সেয়ে চুকৰ প্ৰধান সিল হল, এনে লিখা বচনৰ অৰ্থ কি? ১৮ সেই সিলৰ ওপৰত জি কোনো পৰিব, সি ভগন হব; কিন্তু জাৰ ওপৰত সেই সিল পৰিব, তাক খুন্দি গুৰি কবি। ১৯ প্ৰধান পোৰোহিত আৰু অধ্যাপকবিলীকে সিহঁতৰ অহিতে তেঁও এই পটন্তৰ কোআ জানি, সেই ভাৰতেই তেঁওক হাতেৰে ধৰিবলৈ চল বিচাৰি- লে, কিন্তু মানুহবিলাকলৈ ভই কৰিলে। এই হেতুকে সিবিলাকে তেঁও- লৈ খপি দি তেঁওৰ কথাত দাই ধৰি তেঁওক দেসাধিপতিৰ হাত আৰু সসি- তত জেন সোধাব পাৰে, এই নিমিতে সাৰ বেস বৰ কেতবিলাক চবিয়া তাতে