পৃষ্ঠা:New Testament in Assamese.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭ প্ৰভুৰ ইয়াত প্ৰয়োজন অচে। ৩২ তেতিয়া পচাবিলাকে গৈ তেঁও কোতৰি দৰে সকলোকে পালে। ৩৩ সিবিলীকে গাধ পেঅিলি মেলিলতে তাৰ অধিকাৰবিলাকে বুলিলে, গাধ পোৱালি কিয় মেলি চ1 ৩ ৪ তাতে সিবি- লাকে কলে, প্ৰভুৰ ইয়াত প্ৰয়োজন আচে। ৩৫ পাচে চিৰ ওচৰলৈ সেই গাধ পোঅলি আনি সিবিলাকে আপোনাৰ কপিৰ তাৰ ওপৰত পৰি তাতে য়িক বহু অলে। ৩৬ আৰু তেঁও উঁওতে জণ্ডিতে সিবিলাকৰ কা- পৰ বাটতো পাৰি দিলে। পাচে জলফাই পৰ্বতৰ পৰা নম। ঠাইৰ ওচৰ পলিত সমুহ সিস্য সকলে জি জি মহত কম দেখিচিল, তাৰ নিমিতে বৰ মাতেৰে ইস্ব স্তুতি কবি, ৩৮ প্ৰভুৰ নামেৰে জি জন ৰজা আহিচে, তেঁও ধন্য; স্বগত কুসল আৰু সকলোৰে ওপৰ থানত জই হওক, এই কথা বুলি অনিন্দ কবিলৈ ধৰিলে। ৩১ তেতিয়া লোক সমুহৰ মাজৰ পৰা কোনো কোনো ফিচিএ তেঁওক বুলিলে, হে গুৰু, তোমাৰ সিস্যবিলাকক ডবিওঅ। ৪০ তাতে তেঁও উতৰ দি কলে, মই তোমোলকিত কৈ6ে1, ইবিলাকে নিজম কি থাকিলে, সিলেও এটাহ পাৰিব। ৪১ পাচে ওচৰলৈ আহি তেঁও নগৰ দেখি তালৈ ক্ৰন্দন কৰি কলে, ৪২ হাই হাই, তোমাৰ এই কলিতে। তুমিও অপোনাৰ মঙ্গল জানিলাহেঁ- তেন! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা তকি লুকুআ হৈচে। ৪৩ তোমাৰ ক্ৰিপ দিষ্টিৰ কাল তুমি নেজানিলা, এই হেতুকে জি কলিত মিৰ সত্ৰু- বিলাকে তোমাৰ চাৰিও ফালে গৰ বান্ধি তোমাক বেৰি সকলো পোনে অগিচি ধৰিব, ৪৪, অৰু সন্ততিবিলকে সৈতে তোমাক মাটিৰ সমনি কৰি তোমাৰ মজিত সিলৰ ওপৰতো সিল থকাকৈ নেৰিব, তোমালৈ সেই কাল। অহিব। ৪৫ পীচে তেঁও মন্দিৰত সোমাই তাৰ মাজত বেচা আৰু কিনা কৰবিলাকক বাহিৰ কৰিবলৈ ধৰি সিহঁতক বুলিলে, ৪৬ মোৰ ঘৰেই প্ৰাৰ্থ- না কৰা ঘৰ, এই কথা লিখা আছে, কিন্তু তোমোলাকে তাক চোৰৰ গাত কৰিলাইক। ৪৭ পাচে তেঁও নিতে নিতৌ মন্দিৰৰ মাজত উপদেস দি অচিল; তাতে প্ৰধান পোৰোহিত, অধ্যাপক, আৰু মানুহৰ মাজৰ বৰ লোকবিলাকে তেঁওক বধ কৰিবলৈ চল বিচাৰিলে; ৪৮ কিন্তু অটাই মানুহে তেঁওৰ কথা সুনি- বলৈ বৰ মন দি থকাত সিহঁতে তাক কৰিবলৈ উপাই নেপালে। ২০ অধি11.। সেই কলিত তেঁও এদিন মন্দিৰত সুভ বাত্ৰা কিৰ্তন কৰি লোকবিলাকক উপ- দেস দিওতে, প্ৰধান পোৰোহিত, অধ্যাপক, আৰু ত্ৰিধ লোকে তেঁওৰ ওচ- বলৈ আহি তেঁওত সুধিলে, বোলে, ২ তুমি কি সক্তিএৰে এইবিলাক কম