পৃষ্ঠা:New Testament in Assamese.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯ তাধি। ১৪ ৭ 9 ১৮ পাচে 9 . লোকে আপোনাৰ নিমিতে ৰাজ সাসন পাই আহিবলৈ দূৰ দেশলৈ গল। ১৩ তেঁও জেঅি কালত আপোনাৰ দহোটা বন্দি মাতি আনি, সিবিলাকক দহ মিনা ৰুপ দি কলে, মই নাহেঁ। মানলৈকে বেপাৰ কৰাহঁক। তেঁওৰ প্ৰজাবিলাকে তেঁওক ধিন কৰি, আমাৰ ওপৰ্ত এই মানুহ অধি- কৰি হবলৈ আমাৰ ইচা নাই, এই কথা তেঁওৰ পাচে পঠাই দিলে। ১৫ পাচে ৰাজ সাসন পাই ক্ৰমে উভতি আহিলত জি বন্দিবোৰক ধন দিচিলে, সিহঁ- তৰ প্ৰতি জনে বেপাৰ কৰি কিমান লাভ পালে, ইয়াক জানিবৰ নিমিতে সিহঁতক মাতি আনিবলৈ আগা কৰিলে। ১৬ তেতিয়া প্ৰথমটো আহি কলে, হে প্ৰভু, আপোনাৰ মিনাৰ দোআৰাই দহ মিনা লাভ পোআ হল। ১৭ তাতে তেঁও কলে, চাবাইচ, উতম বন্দি, তুমি অতি অলপতে বিশ্বাসি হল, এই হেতুকে দহখনি নগৰৰ ওপৰত অধিকাৰ হোঅ। দুতিয়টে আহি কলে, হে প্ৰভু, আপোনাৰ মিনাৰ দোআৰাই পাঁচ মিনা লাভ পেআিা হল। ১৯ তেঁও তাতে কলে, তুমিও পাঁচ নগৰৰ ওপৰত অধি- কাৰ হোঅ। ২০ পাচে সেই অন জনে অহি কলে, হে প্ৰভু, মই অ- পোনাৰ মিনা গামোচাতে বান্ধি ৰাখিৰ্চো, এয়া দেখোক। ২১ কিয়নে। আপুনি কঠিন মানুহ, জিহক থৈ জোঅ নাই, তাকে তোলে, আৰু জিহক বোআ নাই, তাকে দাই; এই হেতুকে মই আপোনালৈ ভই কৰিলে। ২২ তেতিয়া তেঁও বুলিলে, হেৰৈ দুষ্ট বন্দি, তোৰ মুখৰ কথাৰেই তোক দুসি কৰিম; মই কঠিন মানুহ, জিহকে থোআ নাই, তাকে তোলে, জিহ- কে বোঝা নাই, তাকে দাও, ইয়াকে তুই জানিছিলি; ২৩ তেন্তে কি কাৰনে মোৰ ধন মুদৈৰ হাতত নোসোধালি? তেনে কৰা হলে মই আহি বাহিএ সৈতে আপোনাৰ ধন পালোঁহেঁতেন। ২৪ পাচে ওচৰত থকাবিলাকত তেঁও কলে, ইয়াৰ হাতৰ পৰা সেই মিনা লৈ জীৰ দহ মিনা অচে, তাৰ হাতত দিয়া। ২৫ তেতিয়া সিবিলাকে কলে, হে প্ৰভু, এই জনৰে দই মিনা আচে। ২৬ তোমোলাকত মই কৈচেঁা, জাৰে জীৰে অচে, তাক আৰু দিয়া হব; আৰু জীৰে নাই, তাৰ জি আচে, তাকে। তাৰ পৰা নিয়া হব। ২৭ কিন্তু সিহঁতৰ ওপৰত মই জেন সাসন কৰিম, মোৰ জি সবিলাকৰ এই ইচা নাই, সিই- তক ইয়ালৈ আনি মোৰ আগতে বধ কৰা। ২৮ তেঁও এইবিলাক কথা কৈ সিবিলাকৰ অগি হৈ য়িলিম নগৰলৈ গল। ২৯ তাতে জলফাই নামে খিয়াত হোঅ পৰ্বতৰ কাসৰত থকা বৈ- ফাগি আৰু বৈথনিয়া গাঁৱৰ ওচৰ পলিত তেঁও আপোনাৰ দুজন সিস্যক পঠাই দি কলে, সমুখৰ এই গাৱলৈ তোমোলাক জোআ; তাৰ ভিতৰ সোমালতেই জাৰ ওপৰত কোনো মানুহে কেতিয়াও উঠা নাই, এনে এটা গাধ পোআলি বান্ধি থোঅ দেখিব; তাক মেলি অনাগৈ। আৰু তাক কিয় মেলিচা, কোনোবাই জদি এই কথা সেধে, তেন্তে তোমোলাকে কব, ২