পৃষ্ঠা:New Testament in Assamese.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লুক। ৩৫ পচে তেঁও য়িৰিহে। নগৰৰ ওচৰ পালত বাটৰ কখিৰত এজন কনা মানুহ মগিন কৰি বহি আঁচিল। ৩৬ লোকবিলকি সেই ঠায়ে দি জেঅি। সুনি, সি তাৰ কৰি সুধিলে। ৩৭ তাতে সিবিলাকে কলে, নচিৰিয়া মিচু এই পোনে গৈচে। ৩৮ তেতিয়া সি ৰিঙ্গিয়ই কলে, হে য়িচু, দাৰিদৰ সন্তান, মেকি দিয়া কৰেকি। ৩৯ তীতে সি মনে মনে থাকিবৰ নিমিতে অগিত জোঅ মানুহে তাক ডাবি দিলে, কিন্তু লি আৰু অধিককৈ এটাহ পাৰি কলে, হে দাৱিদৰ সন্তান, মোক দয়া কৰোক। থমকি ৰৈ তাক অনিবলৈ আগা কৰিলে; পাচে সি ওচৰলৈ আহিলত, তেঁও তাত সুধিলে, ৪১ মই তোমাক কি কৰিৰলৈ তোমাৰ ইচা অচে? তাতে সি কলে, হে প্ৰভু, মই জেন দেখিবলৈ পাও। ৪২ তাতে য়িচুএ কলে, তুমি দেখা পোঝ, তোমাৰ বিস্বাসেই তোমাক ৰখা1 কৰিলে। তিয়াই সি দেখা পাই, তেঁওৰ পচে গৈ গৈ ইস্বৰক স্তুতি কৰিলে; আৰু সকলো লোকে তাকে দেখি ইস্বৰৰ গুন কিৰ্তন কৰিলে। ৪০ তীতে য়িচূএ ১৯ অধি]। পাচে তেঁও য়িৰিহে নগৰত সোমাই তাৰ মাজে দি গল। ২ তেতিয়া দেখা, জাখিয় নামেৰে কৰ তোলাবিলাকৰ মাজত প্ৰধান হোঅ এজন ধনৱন্ত মানুহে য়িচু কেনে লোক, ইয়াকে দেখিবলৈ কাবাৰ কৰিলে; ৩ কিন্তু আপনি চাপৰ হোঅতি লোক সমুহৰ কাৰনে তেঁওক দেখা পাব নেই- ৰিলে। ৪ তাতে তেঁও জি বাটে জবি, সেই বাটে সি আগ হৈ লৰি গৈ, তেঁওক দেখিবলৈ এজোপা ডিমৰু গচত উঠিল। পাচে য়িচুএ সেই ঠাই পলিত ওপৰলৈ চাই তাক দেখি কলে, হে জাখিয়, বেগাই নামি আঁহ, কিয়নো মই অজি তোমাৰ ঘৰত থাকিব লাগে। ৬ তীতে সি বেগাই নামি ভাহি অনিন্দ মনেৰে তেঁওক গ্ৰহন কৰিলে। ৭ তাকে দেখি সক- লোএ বেলি মাতি কৰি কলে, এঁও পাপি মানুহৰ অলিহি হবলৈ গৈচে। ৮ তেতিয়া ডাখিয় থিয় হৈ প্ৰভুৰ আগত বুলিলে, হে প্ৰভু, দেখা, মোৰ জি সম্পতি অচে, তাৰ আদি খনি দৰিদ্ৰ লোকক দান কৰে; আৰু মিচ। অপবাদ দি কোনো মানুহৰ জদি কিবা লৈ ঠো, তেন্তে তাৰ চাৰি গুন ওভোতাই তাতে য়িচূএ বুলিলে, ইও অব্ৰিাহামৰ এজন সন্তান, এই হেতুকে আজি এই ঘৰলৈ পৰিত্ৰান আহিল। ১০ কিয়নো জি হেৰোআ হৈচে, তাক বিচাৰি ৰখ্যা কৰিবৰ নিমিতে মানুহৰ পুত্ৰ আহিল। ১১ সিবিলাকে এই কথা সুনি থকা সময়ত তেঁও য়িচালমৰ ওচৰ হৈচিল, আৰু ইস্বৰৰ ৰাজ্য তেতিয়াই প্ৰকাশ হব, সিবিলাকে ইয়াকে ভাবনা কৰি- লে, এই হেতুকে তেঁও কথা বহাই এক পটন্তৰ দি কলে, দিও। ১২ এজন মহন্ত