পৃষ্ঠা:New Testament in Assamese.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ অধ্য। ১ ৪ ৫

১৭ মই . ১৫ পাচে লৰবিলাকক তেঁও জেন চুব, এই নিমিতে লোকে সিহঁতক তেঁওলৈ আনিলে ; সিস্যবিলাকে তাকে দেখি সিহঁতক ডাবি দিলে । য়িচুএ সিবিলাকক মাতি কলে, লৰবিলাক মোৰ ওচৰলৈ আহিব দিয়া, হকি নিদিব; কিয়নাে ইস্বৰৰ ৰাজ্য এনেকুআবিলাকহে হই । তোমােলাকত স্বৰুপকৈ কৈঠো, জি কোনোএ লৰাৰ নিচিনা হৈ ইম্বৰৰ বাজ গ্রহন নকৰে, সি তাত কেতিয়াও সোমাব নোঅৰিব । ১৮ পাচে এজন অধিকাৰে তেঁত সুধিলে, বোলে, হে উতম গুৰু, মই অনন্ত আয়ুস পবিৰ নিমিতে কি কম কৰিম ? ১৯ তীতে য়িচুএ কলে, মোক উতম কিয় বুলিচা ? অকল ইস্বত বাজে অনি কোনো উতম নাই । পৰ তিৰি গমন নকৰিবা, বধ নকৰিবা, চুৰ নকৰিবা, মিচা সাখি নহব, আপোনাৰ পিত্রিমাত্রিক মজত কৰা, এই অগ্যাবিলাক তুমি জানিচা । ২১ তীতে সি কলে, লৰা কালৰে পৰা মই এই সকলােকে পা- লন কৰি আচে। ২২ তেতিয়া য়িচুএ এই কথা শুনি তাক বুলিলে, ভূমি কৰিব লগা কম এটা থাকিল; তোমাৰ জি জি আচে, আটাইকে বেচি দুখিয়াবােৰক বিলাই দিয়!, তেহে স্বৰগত তোমাৰ ধন হব; অৰু আঁহা, মেৰি পাচে জোঅ হব।। ২৩ এই কথা শুনি সেই অধিকাৰে অতি অসন্তোস কৰিলে, কিয়নো সি বৰ ধনৱন্ত অচিল । ২৪ য়িচুএ তাক এই ৰুপে অসন্তোস কৰা দেখি বুলিলে, ধনৱন্ত মানুহবিলাক ইস্বৰৰ ৰাজ্যত সোম- বলৈ কেনে দুর্গম ! ২৫ ধনৱন্ত মানুহ ইস্বৰৰ ৰাজ্যত সোমােঅতিকৈ বেজিৰ বিন্ধাই দি উট সৰকি জোআ ঢিল । ২৬ ইয়াক সুনাবিলাকে বুলিলে, তেন্তে কোনে পৰিত্ৰীন পাব পাৰে? ২৭ তীতে তেঁও কলে, জিবোৰ কথা মানু- হৰ অসাধ্য, সেইবিলাক ইস্বৰৰ সাধ্য। ২৮ তেতিয়া পিতৰে কলে, দেখা, অামাৰ সকলোকে এৰি অাপোনাৰ পাচে পাচে আহিলোঁ। ২৯ তাতে তেঁও সিবিলকিত কলে, মই তোমেলিকিত স্বপকৈ কৈঠো, ইহ্বৰৰ ৰাজ্যৰ নিমিতে ঘৰ, বা মাক বাপেক, বা ভাইবিলকি, বা তিৰোতা, বা লৰাবি- লাক এৰি, ৩০ জি জনে ইহকালত ভালেমান অধিক, অৰুি পৰকলিত অনন্ত আয়ুস নেপাব, এনে কোনো মানুহ নাই। ৩১ পীচে তেঁও বাৰে জন সিস্যক অনি কলে, দেখা আমি রিচালমলৈ গৈর্চোতাতে মানুহৰ পুত্ৰৰ অর্থে ভবিস্যত বালিকৰ দোঅৰিাই জি জি লিখা অচে, সেই সকলো কথা সিধি হব। ৩২ বিদেসি লোকৰ হা- তত তেঁওক সোধাই দিয়া হব; তাতে সিহঁতে তেঁওক বিগতি কৰি হিংসা ৰুপে বেৱহাৰ কৰিব, ৩৩ তেঁওৰ গতি থুই পেলাব, আৰু চাবুকেৰে কো- বাই তেঁওক বধ কৰিব ; পাচে তিন দিনৰ দিনা তেঁও আকও উঠিব। ৩৪ কিন্তু সিবিলাকে এই কথাৰ একো নুবুজিলে, কিয়নো সিবিলাকৰ পৰা গুপুত হোআত সিবিলাকৰ অগিত কোআ কথা নেজানিলে ।