১৪ ৪ লুক। মেলিকিত কৈঠোঁ, সেই ৰাতিত দুজন মানুহ একে সজাই থকাত এজন ধৰ। হব, এজনক এৰা হব। দুজনি তিৰোতাই ভাতেৰে ডলি থকতি, এজ- নিক ধৰা হব, এজনিক এৰা হব । [৩৬ খেতিত দুজন মানুহ থকাত এজন ধৰা হব, এজনক এৰা হব ।] ৩৭ তেতিয়া সিবিলাকে তেঁওত সুধিলে, বোলে, হে প্রভু, এয়ে কোন ঠাইত হব ? তাতে তেঁও কলে, ছি ঠাইত মৰা স থাকে, তাতে সগুন গেট খোঅ হব । ১৮ অধি।। পাচে মানুহে সন্তি নহৈ সদাই প্রার্থনা কৰি থকা উচিত, এই কাৰনে তেঁও এক পটন্তৰ দি কলে, ২ এখান নগৰত ইস্বৰলৈ ভই নকবা, মানুহকে নমন, এনে এজন সোধাৰু আচিল। ৩ সেই নগৰত এজনি বঁৰিও আচিল; তাই সেই সোধাৰুলৈ আহি নিবেদন কৰিলে, মোৰ পদকিয়াই সৈতে মোৰ সোধ কৰি প্ৰতিফল দিক। ৪ তীতে তেঁও কেতখনি দিনলৈ মন নিদিলে, কিন্তু পাচে অাপোনাৰ মনতে বুলিলে, মই জদি ইৰক ভই নকৰে, অৰু মানুহকো নেমানে, ৫ তেও এই বঁাৰি মোক দুখ দিয়াৰ কৰিনে তাই কথা সোধ কৰি প্ৰতিফল দিম, কি জানি আহি আহি থাকি সেসত মােৰ বেজাৰ লগাই । ৬ পাচে প্রভুএ কলে, সেই অনিয়াই কৰা সোধাৰুএ জি কই, তাক সুনা । ৭ আৰু ইস্বৰৰ জি মনোনিত লােকে দিনে ৰাতিএ তেঁওক প্রার্থনা কৰে, তেঁও অনেক দিন পলম কৰিলেও সিবিলাকৰ সোধ কৰি প্রতিফল নিদিব নে? ৮ মই তোমোলাকত কৈচে, সোন কালে প্রতিফল দিব। কিন্তু জেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া প্রিথিবিত বিস্বাস পাব নে? ১ পীচে আপোনাক ধৰমি বুলি মানি লোকক ইতিকিঙ্গ কৰা, এনে কোনােবিলাকত তেঁও এই পটন্তৰ কলে । দুজন মানুহে মন্দিৰত প্রার্থনা কৰিবলৈ গল; সিবিলাকৰ এজন ফিচি, এজন কৰ তােলা হৈচিল । ১১ ফিৰুচিএ বেলেগে থিয় হৈ এই ৰুপে প্রার্থনা কৰিলে, মই লোকৰ নি- চিনা চলকৈ নিয়া, অনিয়াই বা বেস্যা কৰোতা নও, আৰু এই কৰ তোলাৰ নিচিনাও নইও, এই কাৰনে মই তােমাক স্তুতি কৰে। ১২ সপ্তাহৰ ভিতৰত দুদিন লঘোন কৰে; আৰু মোৰ জি বস্তু অচে, তাৰ দহ ভা- গৰ এভাগ দান কৰি থাকো। ১৩ কিন্তু কৰ তোলাই আঁতৰত থিয় হৈ, স্বৰগৰ ফাললৈ চকু তুলি চাবলৈকো সাহ নেই, আপােনাৰ বুকত ভুকুআই বুলিলে, হে ইম্বৰ, পপি জি মই, মোক দায়া কৰা। ১৪ মই তোমোলকিত কৈঠোঁ, এই মানুহ সি জনতকৈ পুন্যৱন্ত কৰা হৈ আপোনাৰ ঘৰলৈ গল ; কিয়নো জি কোনো আপোনাক বৰ বুলি মানে, তাক সৰু কৰা হব ; আৰু আপোনাকে জি সৰু বুলি মানে, তাক ৰ কৰা হব । 9 9
পৃষ্ঠা:New Testament in Assamese.djvu/১৪৯
অৱয়ব