পৃষ্ঠা:New Testament in Assamese.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধ্য। ৰত আপোনাৰ সুজ ওলাবলৈ দি এ; আৰু পৰমাথিক আৰু অপৰমাৰ্থিক দুয়োৰে ওপৰত বৰখনো বৰখাই। ৪৫ জি লোকে তোমোলাকক প্ৰিত কৰে, অকল সিবিলাকক প্ৰিতি কৰিলে, তোমোলকিৰ কি ফল হব? কৰ তোলা- তেও জানে। এনে নকৰে? ৪ ৬ আৰু তোমোলাকে জঙ্গি অকল ভায়ালি কক নমস্কাৰ কৰা, তেন্তে অনিতকৈ কি কৰা হলা: বিদেসি লোকেও এনে নকৰে নে? ৪৭ এই হেতুকে তোমোলাকৰ স্বৰগত থকা পিত্ৰি জেনে পূন- ধৰ্মৱন্ত, তোমোলাকো তেনে পূনৰ্ধমৱন্ত হোআ। ৬ অধি॥ সাবধান হোআ, মানুহে দেখিবৰ নিমিতে তোমোলাকে সিহঁতৰ আগত অ- পোনাৰ ধৰম কম নকৰিবা; তেনে কৰিলে তোমোলাকৰ স্বৰগত থকা পিত্ৰিৰ পৰা একো ফল নেপাবা। ২ এই হেতুকে তুমি জেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা জসস্যা পাবৰ নিমিতে কপটিৰ নিচিনাকৈ নাম ঘৰত আৰু অলিৰ মাজত আপোনাৰ আগে আগে ভেঁৰি নবজাবা। তোমোলা- কত মই স্বৰুপকৈ কৈচে, সিহঁতে আপোনাৰ পুৰ। কম ফল পালে। ৩ কিন্তু তুমি জেতিয়া দান কৰা, তেতিয়া তোমাৰ সোঁ হাতে কি কৰে, বাও হাতে তাক জানিব নিদিবা; ৪ তেহে তোমাৰ দান গুপ্ত হব, অৰুি তোমাৰ জি জন পিত্ৰিএ গুপূত ঠাইতো দেখে, তেঁও অপুনি তোমাক কমৰ ফল দিব। ৫ আৰু তোমোলাকে জেতিয়া প্ৰাৰ্থনা কৰ, তেতিয়া কপটিৰ নিচিনা নহবা; কিয়নো মানুহে দেখিবৰ নিমিতে সিইতে নাম ঘৰত আৰু ৰাজ অলিৰ চুকত থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পাই। তোমোলকিত মই স্বৰুপকৈ কৈটো, সিহঁতে আপোনাৰ পুৰা কৰম ফল পালেই। ৬ কিন্তু জেতিয়া তুমি প্ৰাৰ্থনা কৰা, তেতিয়া আপোনাৰ গুপত ঠাইলৈ সোমে অ, আৰু অৰ জঁ পাই, গুপূত ঠাইত থকা তোমাৰ পিত্ৰিৰ অতি প্ৰাৰ্থনা কৰা, তাতে তোমাৰ জি জন পিত্ৰিএ গুপুত ঠাইত দেখে, তেঁৱে তোমাক কৰমৰ ফল দিব। ৭ কিন্তু প্ৰাৰ্থনা কৰা কালত তুমি দেওপূজকৰ নিচিনাকৈ অনথক পুনৰোক্তি ন কৰিবা; কিয়নো ভালেমান কথা বলিলে আমাৰ প্ৰাৰ্থনা সুন জাব, সিহঁতে ইয়াকে ভাবে। ৮ তোমোলকি সিহঁতৰ নিচিনা নহবা; কিয়নো তোমোলাকে প্ৰাৰ্থনা কৰাৰ অগেয়ে তোমোলাকৰ জি জি প্ৰয়োজন আচে, তাক তোমোলাক পিত্ৰিএ জানে। ১ এই হেতুকে তোমোলাকে এই ৰুপে প্ৰাৰ্থনা কৰ; হে আমাৰ স্বগত থকা পিত্ৰি, তোমাৰ নাম পুজ- ১০ তোমাৰ ৰাজ্য হওক; জেনেকৈ স্ব? গত, তেনেকৈ প্ৰিথি- বিতে তোমাৰ ইচা পূৰ হওক। ১. আজিৰ দিনৰ কাহিৰ তামিকি দিয়া। নিয় হওক;