পৃষ্ঠা:New Testament in Assamese.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ অধি) । ১ ৪৩ ১৪ ১১ পচে য়িচালমলৈ জাওতে তেঁও চোমিৰোন অাৰু গালিলৰ মাজে দি গল। ১২ তাতে কোনো গাঁৱত সোমলত দহ জন কুঠিয়াই তেঁওক দেখ। পাই দুৰৈতে থিয় হৈ ১৩ বৰ সবদ কৰি কলে, হে প্রভু য়িচু, আমাক দায়া কৰোক। তাতে তেঁও সিহঁতক দেখি কলে, তোমোলাকে গৈ পোৰোহিতবিলাকক আপোনাকে দেখুআগৈ; পাঁচে জাওতে জঁওতে সিবি- লাক ৰােগৰ পৰা সুচি হল । ১৫ তাতে সিবিলাকৰ এজনে অপেনিক স্বস্থ হোঅা দেখি বৰ মাতেৰে ইস্বৰক সুতি কৰি কৰি উভতি আহিল, ১৬ অ িয়িচুৰ চৰনত মুখ তলকৈ পৰি তেঁওৰ গুন কির্তন কৰিবলৈ ধৰি- লে; সি চোমিৰোনি আচিল । ১৭ তেতিয়া য়িচুএ সমিধান দি কলে, দহ জনক সুচি কৰা নহল নে ? তেন্তে আৰু ন জন কত ? ১৮ ইক স্তুতি কৰিবলৈ উভতি অহা এই বিদেসি মানুহৰ বাহিৰে আন কাকে দেখা নহল। ১১ পীচে তেঁও তাত কলে, উঠি বাট বুলি জোঅা, তোমাৰ বিস্বাসেই তোমাক স্বস্থ কৰিলে । ২৩ অৰু কোন সময়ত ইসৰৰ ৰাজ্য হব, ফিচিবিলাকে এই কথা সুধি- লত তেঁও উতৰ কৰি কলে, ইস্বৰৰ ৰাজ্য দ্রিস্য ৰুপে অহা নহই; ২১ এথে- তে বা সেই খিনিতে দেখা, এনে কথা নুবুলিব, কিয়নো ইস্বৰৰ ৰাজ্য তোমো- লাকৰ ভিতৰতে অচে। ২২ পীচে তেঁও আপোনাৰ সিস্যবিলাকত কলে, জি কালত তোমোলাকে মানুহৰ পুত্ৰৰ এক দিন দেখিবলৈ ইচা কৰিবা, কিন্তু দেখিবলৈ নেপাবা, সেই কাল আহিছে। ২৩ তেতিয়া এখেত বা সেই খিনিতে, এই কথা বুলিলে তোমােলাকে নেজাবা, অাৰু সিবিলাকৰ পাচতে। নচলিব।। ২৪ কিয়নাে বিদূলি জেনেকৈ আকাসৰ এফালে ওলাই সি ফাল- লৈকো প্রকাস হই, সেই ৰুপে অপোনাৰ দিনত মানুহৰ পুত্ৰ হব । ২৫ কিন্তু তাৰ আগৈএ তেঁও অনেক দুখ পাই এই কলিৰ লোকৰ পৰ। অৱহেলা কৰা হব। ২৬ অৰুি নোহাৰ দিনত জেনে হৈচিল, মানুহৰ পুত্ৰৰ কালতো তেনে হব । ২৭ জাহাজত নোহাই সোমোঅা দিনলৈকে সিহঁতে ভোজন পান কৰিলে, আৰু বিয়া কৰিলে, বিয়া দিলে; তেতিয়া জীৱন অহি সকলোকে বিনাস কৰিলে । ২৮ আৰু লোটৰ কালতো জি ৰুপে ভোজন পান কৰিলে, কিনা বেচা কৰিলে, গচ ৰুই ঘৰ সাজি অচিল; ২৯ কিন্তু জি দিনা চিদোমৰ পৰা লোট ওলাই গল, সেই দিনতেই আকা- সৰ পৰা জুই আৰু গন্ধক বৰখি সকলোকে বিনাস কৰিলে ; ৰুপে মানুহৰ পুত্র প্রকাশ হোঅ দিনতো হব । ৩১ সেই দিনত জি জন ঘৰৰ চালৰ ওপৰত থাকে, ঘৰৰ ভিতৰত তাৰ জি বস্তু অচে, তাক নিবলৈ সি নেনীমোক; খেতিত জি জন আচে, সি উভতি নাহোক । ৩২ লোটৰ তিৰােতাক সোঅৰা । ৩৩ জি জনে প্ৰান ৰাখিবলৈ উপই কৰে, সি তাক হেৰুআব; অাৰু জি জনে প্রান হেৰুআই, সি তাক ৰখা কৰিব । ৩৪ মই তো- ৩০ সেই