পৃষ্ঠা:New Testament in Assamese.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুক। 1 মাতি সুধিলে, এই কথাৰ কৰিন কি? ২৭ তাতে বন্দিএ কলে, তোমাৰ ভয়। অহিল, অৰু তেমিৰি পিজিএ তকি সুস্থ সৰিলে পেঅি হেতুকে পোহ তেলি। দামুৰি মাৰিলে । ২৮ তীতে সি অঙ্গ কৰি ভিতৰলৈ জীব নুখুজিলে; এই হেতুকে বাপেকে বাজলৈ আহি তাক বিনই কৰিলে । ২১ তাতে সি বাপে- কত উতৰ দি কলে, দেখা, মই এতেক বচৰ তোমাৰ অলি ধৰি কোনো কা- লত তোমাৰ অগ্যিা ভঙ্গা নাই, তথাপি সখিবিলাকৰ লগত ৰঙ্গ কৰিবলৈ মোক এটি চাগলি পেঅিলিও দিয়া নাই। ৩০ কিন্তু তোমাৰ এই জি পূত্রই বেস্যাৰ লগত তোমাৰ ধন ভাঙ্গি পেলালে, সি আহিলতেই তাৰ নিমিতে তুমি পেহি তোলা দামুৰিকো মাৰিল । ৩১ তেতিয়া তেঁও ততি কলে, হে মোৰ পো, তুমি সদাই মোৰ লগত অচি, আৰু মোৰ জি জি অাচে, সক- লাে তোমাৰ । ৩২ কিন্তু তোমাৰ এই ভায়া মৰা হৈয়ো অকও জিয়াই অচে, হেৰোআ হৈয়ো পোঅ হৈচে; এই কাৰনে অমি বঙ্গ কৰা আৰু অনিন্দিত হোঅ উচিত । ১৬ অধি।। পাচে তেঁও অপোনাৰ সিস্যবিলাকত কলে, এজন ধনৱন্ত মানুহৰ এক ঘৰ- গিৰি অচিল; সি আপোনাৰ গৰাকিৰ ধন অকার্জতে ভাঙ্গিলে, তাৰ এই অপবাদ তেঁওৰ অগিত দিয়া হল। ২ তীতে তেঁও তাক মাতি কলে, তোমাৰ এই কথা জে মই সুনো, ই কেনে? তুমি গিৰি হােঅ বা কথা লেখ দিয়া; কিয়নো তুমি ঘৰগিৰি অৰুি হব নেঅিৰ।। ৩ তেতিয়া সেই ঘৰগিৰি মনতে বুলিলে, প্রভুএ মোৰ গিৰি ববি গুচাইচে, তাতে মই কি কৰিম? মই মাটি খানিব নোঅাৰে; মাগিবলৈকো লাজ লাগে। ৪ মেকি গিৰি বাৰ পৰা গুচলিত মানুহবিলাকে আপোনাৰ ঘৰত জেন গ্রহন কৰে, তাৰ নিমি- তে মই কি কৰম কৰিম, তাক নিচই কৰিষ্টো। ও তাতে সি আপোনাৰ গৰকিৰ প্রতি জন ধঅকি মাতি প্রথমত সুধিলে, মোৰ প্ৰভুৰ তোমাৰ গতি কিমান ধৰি অচে। ৬ সি কলে, এস মোন তেল; তাতে ঘৰ গিৰি বুলিলে, তােমাৰ কাকত আনি বেগতে বহি পঞ্চাস মোন লিখ । ৭ তেতিয়া অনি এটাত সুধিলে, তোমাৰ গতি কিমনি ধাৰ হৈচে? সি বুলিলে, এস কৰ ঘেঁহু; তেতিয়া সি তাক বুলিলে, তোমাৰ কিতাপ আনি বহি চাৰি কুৰি লিখা। ৮ সেই অনিয়াই ঘৰ গিৰিএ গিয়নি ৰুপে কৰা হেতুকে তৰি প্রভুএ তাক সলগিলে; কিয়নাে পহৰৰ সন্তানতকৈ এই জগতৰ মানুহ অ- পোনাৰ কালত বুধিমন্ত হই। ৯ এই হেতুকে মই তোমোলকিত কও, তো- মোলাকে অস্বৰুপ ধনেৰে আপোনালৈ মিতিৰ কৰা; তাতে তোমোলাকৰ ওৰ পৰিলে সিবিলাকে অনন্ত অসুইত তোমোলাকক গহন কৰিব ।