পৃষ্ঠা:New Testament in Assamese.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ অধি।। ১৩১

টক পালো, এই হেতুকে মোৰে সৈতে অনিল কৰা । ৭ সেই ৰুপে মই তো- মোলাকত কৈঠো, জিবিলাকৰ মন পলিটোঅৰি প্ৰয়োজন নাই, এনে উনস ধৰমি লোকতকৈ মন পালটোৰ এজন পাপি মানুহৰ অৰ্থে স্বগত অধিক অনিন্দ অচে। ৮ অৰুি দহােট। ৰুপৰ মাজত এটা হেৰালে, চাকি লগাই ঘৰ সাৰি তাক নেপাই মানে ভালকৈ নিবিচাৰিব, এনে কোন তিৰি আচে? ১ অাৰু তাক পালে পাচে আপোনাৰ মিতিৰ চুবুৰিয়াবিলাকক মাতি অনি কই, জি ৰুপ হেৰুঅলে। তাক পাইচো, এতেকে মোৰে সৈতে আনন্দ কৰা। ১০ সেই ৰুপে মই তোমোলাকত কৈচেঁ, এজন পাপি লোকে মন পালটালে, তাৰ নিমিতে ইস্বৰৰ দুতবিলাকৰ মাজতাে অনিন্দ হই । ১১ অাৰু তেঁও কলে, এজন মানুহৰ দুই পুতেক আচিল; ১২ তাৰে সৰু জনে বাপেকত কলে, হে পিত্রি, তোমাৰ সম্পতিৰ জি ভাগ মোত পৰে, তাকে মেকি দিয়া; তাতে বাপেকে আপোনাৰ বস্তু সিহঁতক বঁটি দিলে । ১৩ তাৰ অলপ দিনৰ পাচে সেই সৰু পুতেকে অাপোনাৰ সকলো ধন গো- টাই, দুৰ দেসলৈ গৈ দুষ্ট প্রবর্তনেৰে আটাইকে ভাঙ্গি বই কৰিলে । ১৪ তাৰ সকলো ধন ঢুকালত সেই দেসত বৰ একাল হল, তাতে সি দুখিয়া হবলৈ ধৰিলে। ১৫ পাচে সি গৈ সেই দেসৰ এক গিৰিহতত অসুই ললত, গাহৰি ৰাখিবলৈ সেই মানুহে আপোনাৰ পথাৰলৈ তাক পঠাই দিলে । ১৬ তাতে গাহৰি খোঅ ঘােলেৰে সৈতে সি আপোনাৰ পেট ভৰাব- লৈ ইচা কৰিলেও তাক কেৱে কিচু খাবলৈ নিদিলে । ১৭ সেসত চেতন পেঅি হৈ সি বুলিলে, মোৰ পিত্ৰিৰ কেতেক বন্দিএও জোৰাকৈ খোজ বস্তু অাৰু তাতকৈ অধিকে। পাই, কিন্তু মই ভােকতে মৰিচেঁ । ১৮ মই উঠি বোপাইৰ তলৈ গৈ এই কথা কম, হে পিতি, স্বৰগৰ অহিতে আৰু তুমি দেখাতে পাপ কৰিলো; ১৯ তোমাৰ পুত্ৰ নামেৰে মতা হোঅৰি আৰু জেগ্যি নহঁও; তোমাৰ এক বেচ পোঅ বন্দিৰ নিচিনা মোক কৰা ২০ পাচে সি উঠি পিত্রিৰ ওচৰলৈ গল; কিন্তু দুৰৈত থাকোতেই বাপেকে তাক দেখি মৰম লাগি লৰি গৈ তাৰ ডিঙ্গিত পৰি ধৰি চুমা দিলে । ২১ তেতিয়া পুতেকে তেঁওত কলে, হে পিত্রি, স্বৰগৰ অহিতে অৰুি তুমি দেখাতে মই পাপ কৰিলোঁ; তোমাৰ পুত্ৰ নামেৰে মতা হোআৰ অৰু জোগ নহঁও। ২২ কিন্তু বাপেকে বন্দিবোৰত কলে, আটাইতেকৈ উতম বস্ত্ৰ আনি ইয়াক পিন্ধা; তাৰ হাতত অঙ্গঠি, ভৰিত পইজৰি দিয়া; ২৩ অৰু পেহি তোলা দামুৰি আনি মাৰা; পাচে আমি ভোজন কৰি আনন্দ কৰোহক; ২৪ কিয়নো এই মোৰ পাে মৰা হৈয়ো আকও জিয়াই অচে, হেৰেৱিা হৈয়ো পোঅ হৈছে; তাতে সিবিলাকে আনন্দ কৰিবলৈ ধৰিলে। ২৫ সেই কালত তেঁওৰ বৰ পুতেক খেতিত আচিল; পাচে সি আহি ঘৰৰ ওচৰ পাই, বাজনা আৰু নচৰি সবদ সুনিলে । ২৬ তেতিয়া সি এটা বন্দি