পৃষ্ঠা:New Testament in Assamese.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অধি।। ১ ৪১ . . মাই। ১০ জি কোনো মানুহ তালপ কথাত বিশ্বাসি হই, সি অধিকতো বিস্বাসি হই; আৰু জি মানুহ অলপতে অবিস্বাসি হই, সি অধিকততা অবিস্বাসি ১১ এই হেতুকে জদি তোমোলাকে অস্বৰুপ ধনত অবিস্বাসি হল, তেন্তে স্বৰুপ ধন তােমােলকিক কোনে সোধাই দিব ? ১২ অাৰু লােকৰ ধনত জদি বিস্বাসি নহল, তেন্তে তোমোলাকৰ আপোনাৰ ধন তােমােলাকৰ হাতত কোনে দিব? ১৩ কোনো বন্দিএ দুজন গৰাকিত খাটিব নোঅাৰে; কিয়- নো সি এজনক ঘিনাই, এজনক চেনেহ কৰিব, নাইব। এজনলৈ উচাহি হৈ, এজনক অৱহেলা কৰিব । তোমোলাকে ইজৰ আৰু ধন, এই দুইৰে৷ খাট- নি লগাব নোআৰ।। ১৪ এই সকলো কথা সুনি লুভিয়া ফিচিবিলাকে তেঁওক নিন্দা কৰিলে । ১৫ তেতিয়া তেঁও সিবিলাকত কলে, তোমোলাকে মানুহৰ অগিত অপে- নাক নিসি কৰি দেখুআইচা হই, কিন্তু ইস্বৰে তোমোলাকৰ মন জানে; মানুহৰ মাজত জি প্রসৎ সিত হই, ইস্বৰে দেখাতে সি ঘিন লগা। য়োহান অহালৈকে বিধান আৰু ভবিস্যত বাবিলাক আচিল; তাৰ পৰা ইস্বৰৰ ৰাজ্য কির্তন কৰা হৈচে, আৰু প্ৰতি জনে তাৰ মাজত জতন কৰিএই সাে- ১৭ বিধানৰ এক বিন্দু লােপ হোঅতিকৈ আকসি অৰুি প্রিথিবি গুচি জোঅ সুগম । ১৮ জি মানুহে অাপোনাৰ তিৰোতাক তিয়াগ কৰি অনিক বিয়া কৰে, সি বিভিচাৰ কৰম কৰে; আৰু সেই তিয়াগ কৰা তিৰো- তাক জি জনে বিয়া কৰে, সিও বেস্যা কৰা হই । ১৯ এজন ধনৱন্ত মানুহ অচিল; সি বেঙ্গেনা বুলিয়া মিহি কাপৰ পিন্ধি নিতৌ নিতৌ সুন্দৰ আহাৰ ভোজন পনি কৰিলে । ২০ আৰু গোটেই গাত ঘ। লগা লাজৰি নামে এজন কঙ্গালে সেই ধনৱন্তৰ মেজৰ পৰা ৰা পোচা- বােৰ খাবলৈ ইচা কৰি, তাৰ অৰত পৰি থাকিল; ২১ আৰু কুকুৰবো- ৰেও আহি তাৰ ঘা চেলেকিলে । ২২ কেতখনি কালৰ পাচে সেই কঙ্গাল মৰিলত দুতবিলকে আব্রাহামৰ হিয়ালৈ তাক কহিয়াই নিলে । ২৩ পাচে ধনৱন্তে মৰিল, আৰু মৈদাম বান্ধি থেঅ হল; কিন্তু পৰলোকত জাতনা পোঅ হৈ ওপৰলৈ চকু তুলি, দুৰৈত আব্রাহামক আৰু তেঁওৰ হিয়াত লা- জাৰকো দেখিলে । তাতে সি ৰিঙ্গিয়াই কলে, হে পিত্ৰি অব্রিাহাম, মােক দায়া কৰি, লাজাৰে জেন অঙ্গুলিৰ আগ পানিত জুবুৰিয়াই মোৰ জিবা চেচা কৰে, এই নিমিতে তাক পঠাই দিয়; কিয়নো এই জুইৰ তা- পত মই জাতনা পাই আচেঁ । ২৫ তেতিয়া আব্রাহামে কলে, হে পো, তুমি জিয়াই থকা কালত আপোনাৰ সুখ পাইচিলা, লাজাৰে দুখ পাইচিল, তাক সোঅা; এতিয়া হলে সি সুখ পাইচে, তুমিও জাতনা পাইচা । বাজে তােমাৰে আমাৰে মাজত বৰ দ খালি থাপন কৰা হৈচে; এই হেতু- কে ইয়াৰ পৰা জি লোকে তোমোলাকলৈ জাব খোজে, সিবিলাকে জাব নো- ২৪ তাত