পৃষ্ঠা:New Testament in Assamese.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক। কলে, ৰাজবাট অাৰু পথাৰৰ অালিলৈ গৈ, মোৰ ঘৰ ভৰাবৰ নি- মিতে মানুহবোৰক উচটাই আনিবা । ২৪ কিয়নো মই তোমেলিকিত কৈ6ে1, মিমন্ত্রন হেত্মিবিলাকৰ মাজত এজনেও মোৰ ভোজ খাবলৈ নেপাব । ২৫ পাচে অনেক অনেক মানুহ তেঁওৰ লগত জেঅিতি তেঁও মুখ ঘুৰাই সিবিলাকত কলে, ২৬ কোনোএ মোৰ ওচৰলৈ আহি অাপোনাৰ বাপেক মাক, তিৰোতা, লৰা, ভাই, ভনিবিলাকক, আৰু অাপোনাৰ প্ৰানকো অপ্রিয় বুলি নেমানিলে, সি মোৰ সিস্য হব নেঅিৰে । ২৭ আৰু জি কোনো আপোনাৰ পেৰেঙ্গনি বৈ মোৰ পাচত নহে, সি মোৰ সিস্য হব নো- তাৰে । ২৮ গৰ কাৰেঙ্গ বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ, অৰুি তাক এটাবলৈ সাধ্য অাচে নে নাই, ইয়াকে গননা নকৰে, তো- মোলকিৰ মাজৰ এনে কোন অচে! ২১ সি মুল পাতি পাচে জদি এঁটাব নোঅাৰে, তেন্তে কিজানি দেখা লোক সকলে তাক নিন্দা কৰিবলৈ ধৰি বুলিব, এই মানুহে সাজিবলৈ আৰম্ভন কৰি পচে এটাৰ নোঅৰি- ৩১ আৰু অন্য ৰজাৰে সৈতে ৰন কৰিবলৈ উপাই কৰি, মই দহ হেজাৰ সেনাক লৈ কুৰি হেজাৰে সৈতে অহা সক্রক অগি বহি জাব পাৰিম নে, প্রথমতে বহি ইয়াক বিবেচনা নকৰে, এনে কোন ৰজা অচে? জদি নোঅৰে, তেন্তে সি জন দুৰৈত থাকোতেই কটকি পঠিয়াই মিল কৰাৰ নিয়ম নিবেদন কৰিছে । ৩৩ এই ৰুপে তোমােলাকৰ মাজৰ, জি কোনো আপোনাৰ সকলোকে তিয়াগ নকৰে, সি মােৰ সিস্য হব নাে- অৰে । ৩৪ লেনি হলে উতম হৈচে, কিন্তু তাৰ সােআদ জদি গুচিল, তেন্তে তাক কেনেকৈ সােঅাদ কৰা হব । ৩৫ সি মাটিৰ বা সাৰ ভে- টিৰ নিমিতেও ভাল নহই, মানুহে বাহিৰে তকি পেলাই দিএ। জাৰ সুনিবলৈ কান আচে, সি সুনেকি । লে ! ১৫ অধি।। তেতিয়া কৰ তােলা আৰু পপি লোক সকলে তেঁওৰ কথা সুনিবলৈ ওচ- বলৈ আহিল । ২ তাতে ফিৰুচি আৰু অধ্যাপকবিলাকে মুখা মুখি কৰি কলে, এই মানুহে পাপি লোকৰ লগ লৈ সিহঁতে সৈতে ভােজন কৰে । ৩ তেতিয়া তেঁও সিবিলাকত এই পটন্তৰ দি কলে, ৪ কাৰোবাৰ এস মেৰ থকাত জদি এটা হেৰাই, তেন্তে সেই উনস মেৰ হাবিৰ মাজত এৰি, হে- ৰোআটক নেপাই মানে তাক নিবিচাৰে, এনে মানুহ তোমোলাকৰ মাজত আচে নে? ৫ অৰু তাক পালে আনন্দ মনেৰে আপোনাৰ কানত লৈ ঘৰ- লৈ আহি, ৬ মিতিৰ চুবুৰিয়াবিলাকক মাতি কই, মোৰ হেৰোঅ মেৰ-