পৃষ্ঠা:New Testament in Assamese.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ তাপ 1 } 09 ৭ তেতিয়া নিমন্ত্রন হোঅ লোকে প্রধান অসিন বাচি লোভ দেখি তেঁও সিবিলাকত এই পটন্তৰ দি কলে, ৮ কোনো লোকে তোমাক বিয়ালৈ নিমন্ত্রন কৰিলে, প্রধান অসিনত নবহিবা; কিজানি তোমাতকৈ মর্জতালি কোনো মানুহ নিমন্ত্রন কৰা হলে, ৯ দুইকে নিমন্ত্রন কৰা জনে অহি তোমাত কব, এই জনক ঠাই দিয়া; পাঁচে তুমি লাজ পেজ। হৈ চাপৰ ঠাইত বহিবলৈ ধৰিবাগৈ । ১০ কিন্তু তুমি নিমন্ত্রিত হৈ গলে চাপৰ ঠাইতে বহা; তাতে তােমাক নিমন্ত্রন কৰা জন অহিলে তােমাক বুলিব, হে মিতিৰ, ওখ ঠাইলৈ জোঅা; তেতিয়া ভোজন কৰা সকলৰ আগত তুমি মজা পেআি হব । ১১ জি কোনো জনে আপোনাক বৰ বুলি মানে, তকি সৰু কৰা হব, অাৰু জি জনে আপোনাক সৰু বুলি মানে, তাক বৰ কৰা হব । ১২ পাচে আপোনাক নিমন্ত্রন কৰা জনতো তেঁও কলে, দপৰ বা নি- সাৰ ভোজ পাতিলে, তুমি আপোনাৰ মিতিৰ বা ভাইবিলাক, গিয়াতি বা ধনৱন্ত চুবুৰিয়াক নেমত্তিবা; কিজানি সিবিলাকে পাচে তোমাকে। উধাৰ পালি প্রতিফল দিয়া হব । ১৩ কিন্তু তুমি জেতিয়া ভোজন পাতা, তেতিয়া দৰিদু, খুন হোআ, খোৰা, কলা, এইবিলাকক মাতা; ১৪ তাতে তুমি আসিবাদ পেআি হবা, আৰু সিবিলাকে তোমাক প্রতিফল দিব নেতিৰতি বৰমিবিলাকৰ পুনৰ উঠানৰ কালত তোমকি প্রতিফল দিয়া হব। ১৫ তেঁওৰ লগত ভোজন কৰবিলাকৰ এজনে এই কথা শুনি তেঁওত কলে, জি মানুহে ইস্বৰ ৰাজ্যত ভোজন কৰিব, সি ধন্য। ১৬ তেতিয়া তেঁও কলে, এজন মানুহে নিসাত বৰ ভোজ পাতি অনেক মানুহক নি- মন্ত্রন কৰিলে । ১৭ পাচে ভোজনৰ সময়ত আপোনাৰ বন্দিক পঠাই নি- মন্ত্রন কৰবিলাকত কোঅলে, তোমোলাকে আঁহা, এতিয়া সকলো জুগুত কৰা হৈছে । ১৮ কিন্তু আটাইবিলাকে একোটা চল কৰি তসিসাঅহ দেখুআবলৈ ধৰিলে । প্ৰথমটোএ কৈচে, মই এডৰ। মাটি কিনির্চে, তাক চাবলৈ মোৰ জবি গলা প্রয়োজন অাচে, মোক খেমা কৰিবলৈ মই তো- মাক প্রার্থনা কৰিছে। অন এটাই কলে, মই পীচ হল বলদ কিনির্চে, সিহঁতৰ প্রমান চাবলৈ উঁও; মোক খেমা কৰিবলৈ প্রার্থনা কৰিচো । ২৩ অন এজনে কলে, মই তিৰোতা বিয়া কৰি লৈচেঁ, এই কাৰনে জাব নোআৰে।। ২১ এই হেতুকে , সেই বন্দি উভতি আহি, আপোনাৰ গৰাকিৰ অগিত এই সকলো কথা কলে। তেতিয়া ঘ গিৰিহতে খঙ্গ কৰি আপোনাৰ বন্দিক বুলিলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই গৈ, দৰি, খুন হোআ, খােৰা, কনা, এইবিলাকক ইয়ালৈ আনিবা । ২২ পচে বন্দিএ বুলিলে, হে প্রভু, আপােনাৰ অগ্যিাৰ দৰে কৰা হৈচে, তথ পি এতিয়াও ঠাই তাচে। ২৩ তাতে প্রভুএ বন্দিত