পৃষ্ঠা:New Testament in Assamese.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমোলাকে সুনিল। ২৮ কিন্তু মই তোমোলকিত কৈচেঁ, জি কোনো তিৰোতা মানুহলৈ কাম ভাৱে চাই, সি মনেৰে ভৰাতেই বেস্যা কৰা হল। ২৯ এই হেতুকে জদি তোমাৰ সে। চকুএ তোমাক বিঘিনি কাই, তাক কাহি তোমাৰ পৰা দলিয়াই পেলোআ; কিয়নো তোমাৰ গোটেই গ। নকত পেলোঅ হোঅতিকৈ এটা অঙ্গ নষ্ট হোআই তোমাৰ লাভ। ৩০ আৰু তোমাৰ সে। হাতে জদি বিঘিনি কৰাই, তাকে। কাটি তোমাৰ পৰা পেলোআ; কিয়নো তোমাৰ গোটেই গা নৰকত পেলোঅ হো- অতিকৈ এটা অঙ্গ নস্ট হোআই তোমাৰ লাভ। ৩১ আৰু কোঅ গৈচিল, কোনো জদি আপোনাৰ তিৰোতাক এৰিব খোজে, সি তাইক তিয়াগ কৰা পত্ৰ দিও। ৩২ কিন্তু মই তোমোলকিত কৈৰ্চে, জি কোনো আপোনাৰ তিৰোতাক বেস্যা নোহোআকৈ তিয়াগ কৰে, সি তাইক বিভিচাৰিনি কৰাই; আৰু জি কোনো সেই তিয়াগ কৰা তিৰোতাক বিয়া কৰে, সি পৰ তিৰি গমন কৰা হই। পুনৰাই, তুমি মিচা সপত নকৰি, ইস্বৰলৈ আপোনাৰ সপত পালন কৰিবা, এই জি কথা অগিৰ কালৰ মানুহত কেজি গৈছিল, তাক তো- মোলাকে সুনিল। ৩৪ কিন্তু মই তোমোলকিত কৈচো, একে৷ সপত ন কৰিবা; স্বৰগৰ নামে নহই, কিয়নো সেয়ে ইম্বৰ সিংহাসন; ৩৫ আৰু প্ৰিথিবিৰ নামেও নহই, কিয়নো সেয়ে তেঁওৰ ভৰিৰ পিৰাঁ; য়িৰুচলমৰ নামেও নহই, কিয়নে' সেয়ে মহা ৰজাৰ নগৰ। ৩ ৬ আৰু আপোনাৰ মুৰত ধৰি সপত নকৰিবা; কিৰনে। এডালি চুলিকে তুমি বগা বা কলা কৰিব নোঅৰিা। ৩৭ কিন্তু তোমাৰ কথোপকথন হই হই, বা হই নহয়েই হওক; কিয়নো ইয়াতকৈ জি অধিক, সি বেয়াৰ পৰাহে ওলাই। ৩৮ চকুৰ সলনি চকু দাঁতৰ সলনি দাঁত, পুৰ্বে কোআ এই কথা সুনিলা। ৩৯ কিন্তু মই তোমোলকিত কৈটো, তোমোলাকে হিৎসক জনৰ প্ৰতিৰোধ ন কৰিবা; কিন্তু জি কোনো তোমাৰ সোঁ গলিত 'চৰ মাৰে, তীক অৰুি সি গলি পাতি দিবা। ৪০ কোনোএ জদি মেলত গোচৰ কৰি তোমাৰ চো- লা কাহি লব খোজে, তাক তোমাৰ ওপৰৰ কপিৰ লবলৈ এৰি দিবা। ৪১ আৰু কোনো জদি বলেৰে তোমাক এডাৰৰ বাট গমন কৰাই, তাৰ লগত দেডজাখা জীব। ৪২ জি জনে তোমত খোজে, সেই জনক দিয়া; আৰু জি জনে হোমতি ধৰি কৰিব খোজে, তালৈ বিমুখ ন হব। ৪৩ মই তোমোলাকত কৈটো, তোমোলাকৰ সক্ৰকো প্ৰিতি কৰা; জি লো- কে তোমোলকিক সাও দিএ, সিবিলাকক অসিবাদ কৰা; জিবিলাকে তো- মেলিকক ঘিনাই, সিবিলাকৰ হিত কৰ1; জিবিলাকে তোমোলকিক নিন্দা আৰু তাৰন কৰে, সিবিলাকৰ নিমিতে প্ৰাৰ্থনা কৰা; তেহে তোমোলাকৰ স্বগত থকা পিত্ৰিৰ সন্তান হব। ৪৪ কিয়নো তেঁও দুষ্ট সন্ত দুইৰো ওপ-