পৃষ্ঠা:New Testament in Assamese.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ অধি॥ ৬ ৩৮ ৪ ০ অচে। ৩৩ তোমোলাকৰ জি জি অচে, তাকে বেঢ়ি দান কৰা; অৰু জি ঠাইলৈ চোৰ নাহে, পোকেও নষ্ট নকৰে, এনে স্বৰগত আপোনাৰ নিমিতে অখই জোলোঙ্গা, অবিনাসি ধন সাচি থবা; ৩৪ কিয়নো জতে তোমোলাকৰ ধন, ততে তোমোলাকৰ মনে হব। ৩৫ তোমোলাকৰ কঁকাল বন্ধন আৰু চাকি জল হৈ থওক; প্ৰভূএ বিয়াৰ পৰা আহি দুআৰত চপৰিয়ালতেই দুআৰ মেলিবৰ নিমিতে তেঁও অহালৈকে জেনেকৈ ঘৰৰ মানুহে বাট চাই থাকে, তোমোলাকে সেই দৰে থাকা। ৩৭ প্ৰভূএ অহি জিবিলাক বন্দিক পৰ দি থকা দেখে, সিবি- লাক ধন্য; মই তোমোলকিত স্বৰুপকৈ কৈচেঁ, তেঁও অপোনাৰ কঁকাল বান্ধি সিবিলাকক ভোজনত বহুআই ওচৰলৈ আহি আপুনি সিবিলাকক বাহি দিব। আৰু দুপৰত বা তিনি পত অহি তেঁও জদি এই ৰুপে কৰা দেখে, তেন্তে সেই বন্দিবিলাক ধন্য। ৩১ আৰু কোন ভাৰত চোৰ আহিব, গিৰিহতে জদি ইয়াক জানে, তেন্তে সাৰে থাকি আপোনাৰ ঘৰত সিন্ধি খানিব নিদিলেহেঁতেন। এই হেতুকে তোমোলাক জুগুত হৈ থাকা; কিয়নো জি ভঁৰত তেমোলাকে নেভাবা, সেই ভঁৰতে মানুহৰ পুত্ৰ আহিব। ৪১ তেতিয়া পিতৰে তেঁওত কলে, হে প্ৰভু, আমাতেহে এই পটন্তৰ কৈচা নে, নাইবা সকলোতে কৈচা? ৪২ তীতে প্ৰভূএ কলে, অপো- নাৰ ঘৰৰবিলাকক জেগি কালত অহাৰ বাহি দিবলৈ প্ৰভুএ জকি গৰাকি পাতে, এনে বিস্বাসি আ বুধিমন্ত ঘৰগিৰি কেন? প্ৰভু অহাৰ কা- লত জাক এনে কম কৰা দেখে, সেই বন্দি ধন্য। ৪৪ মই তোমোলকিত স্বৰুপকৈ কৈৰ্চে, তেঁও আপোনাৰ সকলো সম্পতিৰ ওপৰত তাক অধিকাৰ পাতিব। ৪৫ কিন্তু মোৰ প্ৰভূএ অহাৰ পলম কৰে, ইয়াকে মনে ভাবি, সেই বন্দিএ জদি অন বন্দি বেটি কোযাবলৈ ধৰে, আৰু ভোজন পান কৰি মতলিয়া হই, ৪৬ তেন্তে জি দিন। সেই বন্দিএ তেঁওলৈ বাট নেচাই আৰু জি ভঁৰত সি নেজানে, সেই ভঁৰতে প্ৰভু অহি তাক সাস্তিকৈ ডোখৰ ডোখৰ কৰি অবিলিবিলাকৰ লগত তাক ভাগ দিব। জি বন্দিএ আপোনাৰ প্ৰভুৰ ইচা বুজিও জুগুত হৈ নেথাকে, আৰু তেঁওৰ ইচাৰ দৰে কৰম নকৰে, সি ভালেমান কোবেৰে কোবেঅ জীব; ৪৮ কিন্তু জিটে নেজানি কোবোঅৰি জোগ কৰম কৰে, সি তাকৰ কেবেৰে কো- বেঅি জীব; কিয়নো জাৰ হাতত বহুত সোধাই দিয়া হৈচে, তাৰ হাতৰ পৰাও বহুত নিয়া হব; আৰু মানুহবিলাকে জাক সৰহকৈ গতাই দিলে, তাৰ পৰা অধিককৈ খুজিব। ৪৯ প্ৰিথিবিত মই জুই পেলাবলৈ আহিলোঁ; আৰু সি এতিয়া জেন লগোঅ হই, তাত বাজে মোৰ কি ইচ। অচে? কিন্তু মোৰ এটা বুৰে- ৰে কুৰ পাবলৈ অচে, আৰু তাক সিধি কৰা নহই মানে মই কেনে কেলেস ৪ ৩ ৪৭ আৰু CO