পৃষ্ঠা:New Testament in Assamese.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২, 13 1 ১৩ পাচে মানুহ জুমৰ এজনে তেওত কলে, হে গুৰু, মোৰে সৈতে পুৰা- তনিয়া বস্তু ভাগ কৰিবলৈ মোৰ ভাইক অগ্য দিক। তাতে তেঁও কলে, হে মানুহ, তোমোলকিৰ ওপৰত সেধিৰুি বা ভাগ কৰা গৰাকি মোক কোনে পাতিচে। ১৫ আৰু তেঁও সিবিলাকত কলে, লোভৰ পৰা অপো- নাকে ৰাখি সাৱধানে থাকিবা, কিয়নো মানুহৰ বহু সম্পতিৰে আয়ুসৰ বখ্য। নহই। ১৬ পচে তেঁও এক পটন্তৰ দি কলে, এজন ধনৱন্ত মানুহৰ মাটিত বহু সহ উতপন হল। ১৭ তাতে সি মনতে ভাবনা কৰি বুলিলে, মোৰ সহৰ গুটি থবলৈ ঠাই নাই, মই কি কৰিম? ১৮ পাচে সি বুলিলে, মই ইয়াকে কৰিম, ভৰালবোৰ ভাঙ্গি বৰ বৰ ভঁৰাল সাজিম, তাতে মেৰি সহ সম্পতি আটাইকে সামৰি থম। ১৯ পাচে মোৰ মনত কম, হে মন, অনেক বঢ়ৰলৈকে তোমাৰ বহু সম্পতি সঁাচি থেঅ হৈছে; জিৰাই সতাই থাকা, খাই বৈ অনিন্দ কৰা। কিন্তু ইৰে তাত কলে, হেৰ অগি- য়ানি, আজি ৰাতি তোমাৰ পৰা প্ৰনি নিয়া হব; তাতে জি বস্তু সকল জুগুত কৰি থল, সেইবিলাক কাৰ হব? ২১ জি জন ইস্বৰলৈ ধনৱন্ত নহৈ অপোনালৈ ধন সঁচি থই, সি তেনেকুঅ? ২২ পাচে তেঁও আপোনাৰ সিস্যবিলাকত কলে, এই হেতুকে মই তো- মোলকিত কৈৰ্টে, তোমোলাকে আপোনাৰ নিৰ নিমিতে কি খাব আৰু সৰিলৰ নিমিতে কি পিন্ধিবা, ইয়ালৈ একো চিন্তা নকৰিবা। ২৩ অহা- ৰতকৈ প্ৰনি, কপিৰতকৈ সৰিল বৰ। ২৪ কাউৰিবিলাকক গমি চোখ; সিহঁতে নবই, নেদাই, ভঁৰাল বা বাখৰু নাই, তথাপি ইত্বৰে সিহঁতক অ- হাৰ দিএ। তোমোলাক চৰাইতকৈ কিমান উতম! ২৫ আৰু তোমোল- কৰ মাজত কোনে চিন্তা কৰি আপোনাৰ অয়স এখকো বহাব পাৰে। ২৮ এতেকে তোমোলাকে জদি সৰুটকে কৰিব নোঅৰি, তেন্তে অন কথতি কিয় চিন্তা কৰা? ২৭ আৰু পথাৰৰ কনাৰি ফুল জি ৰুপে বাহি জাই, তাকে গমি চোঅ; সিবিলাকে সুম নকৰে, সুতাও নেকাটে, তথাপি মই তেমো- লাকত কৈচে, চিলোমোন আপোনাৰ সকলো ঐস্বৰ্জেৰে সৈতেও ইবিলাকৰ এটাৰ নিচিনা বিভুসিত নাচিল। ২৮ এতেকে পথাৰতে আজি বৰ্তমান, কাইলৈ জুই সালত পেলোআ হব জি বন, তাকে জদি ইস্বৰে এই ৰুপে ভূসিত কৰে, তেন্তে হে অলপ বিসিবিলাক, তাতকৈও তোমোলাকক ভুসিত নকৰিব নে? ২৯ আৰু তোমোলাকে কি খাব, কি পি, ইয়ালৈ চিন্তা নকৰিবা, আৰু মনত, সংসয়ো নকৰিবা। ৩০ জগতৰ দেসি লোকে এই- বিলাকক বিচাৰে; আৰু তোমো লাকৰে৷ এইবিলকিত প্ৰয়োজন আচে, ইয়াক তোমোলাকৰ পিত্ৰিএ জানে। ৩১. কিন্তু তোমোলাকে ইস্বৰৰ ৰাজ্য বিচাৰ কৰা, আৰু সেই সকলোবিলাক তোমোলাকক দিয়া হব। তাকৰ জাকটি, তোমোলাকক ৰাজ্য দিবলৈ তোমোলাকৰ পিত্ৰিৰ সন্মত . ৩২ হে