পৃষ্ঠা:New Testament in Assamese.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ বুক। ৫৫ আড়ি পাইহেঁ! ৫১ মই প্ৰিথিবিত মিল কৰিবলৈ তা হচে, ইয়াক নেভাৰিবা; মই তোমোলাকত কৈঠো, তেনে নহ ই, অমিলকে কৰিবলৈ আহিৰ্ডে। ৫২ কিয়নো এতিয়াৰ পৰা একে ঘৰব পঁচি জন ভিন ভিন হৈ, দুই বি- ৰোধে তিনি, তিনি বিবাধে দুই হব। ৫৩ পুতেকৰ বিৰোবে বাপেক, বাপেকৰ বিৰোধে পুতেক, জিএক বিবেধে মকি, মাকৰ বিৰোবে জি- এক, বোঅৰিৰ বিৰাধে সাহু, সাহুৰ বিৰোধে বোঅৰি বেলেগ হৈ জীব। ৫৪ পাচে তেঁও মানুহবিলাকত কলে, পচিমৰ ফালে ডাৱৰ এটা উঠিবৰ দেখিলেই তোমোলেিক বেলি, বৰখুন অনিব, পাঁচে সেয়ে হই। দখিন ফালৰ বতাহ বললে, তোমোলাকে বোলা, জহ হব, পীচে সিও হই। হে কপটিয়াবিলকি, তোমোলাকে ভূমি অৰুি অকাসৰ মুখ চিনিব পৰিা, কিন্তু এই কালৰ চিন কিয় বুজিব নোঅৰিা? ৫৭ ভাৰু কি নিমিতে অ- পুনি স্বৰুপ সোধ কৰিব নোঅৰি। ৫৮ গচৰিয়াই সৈতে অধিকাৰৰ গুৰি- ইলৈ উঁওতে বাটৰ মাজে তাৰ পৰ। উধাৰ হবলৈ জতন কৰা; নতুবা সি তোমাক সোধ কৰ্তাৰ হাতত সোধাই দিব, পাঁচে সেধি কতাই টেকেল। বৰৰ হাতত দিব, তাতে বৰাই তোমাক বন্দিসালত সুমাই থব। ৫১ মই তোমাতি কৈঠে, সেস পাইটিও নুসুজাকৈ তুমি তাৰ পৰা ওলাব নোঅবি॥ ১৩ আস। সেই কলিত কোনো মানুহ আহি পিলাতে জি গালিলিয়হিঁতৰ তেজ অ- পোনাৰ বলিৰ তেজেৰে সৈতে মিহলি কৰিলে, সিহঁতৰ কথা য়িচুত কলে। ২ তাতে তেঁও উতৰ কৰি কলে, সেই গালিলিয়া লোকে এইমান দুখ পোয়। হেতুকে সিবিলাক অটাই গালিলৰ মানুহতকৈ পাপি, তোমোলাকে ইয়াকে ভাবিচা নে? ৩ মই তোমোলাকত কৈচে, তেনে নহই; কিন্তু মন নেপা- লটালে তোমোলকি সকলোএ সেই ৰুপে বিনাস হব॥ ৪ নাইবা চিলো- অৰ ওচৰত থকা কাৰেঙ্গ গৰ জি অঠেৰে জনৰ ওপৰত পৰিল, য়িচা- লামত থকা অটাই মানুহতকৈ সিবিলাক বৰ অপৰাধি, ইয়াকে ভাবিচা নে? ৫ মই তোমোলাকত কৈচো, তেনে নহই; কিন্তু মন নেপালটালে তোমো- লাক সকলো সেই ৰুপে বিনাস হব। ৬ পাচে তেঁও এই পটন্তৰ দি কলে, কোনো মানুহৰ লতা পনিয়ালৰ খেতিৰ মাজত এজেপি ডিমৰু গচ ৰেজি আচিল। তাতে সি আহি তাৰ গটি বিচাৰিলে, কিন্তু এটিও নে- ৭ তেতিয়া সি বাৰিচোআত কলে, দেখা, তিনি বচৰ এই ডিম গচৰ গুটি মই বিচাৰি আহি একো নেপালোঁ; কাটি পেলা, সি কিয় ভুমিক ভাৰ দি থাকে। ৮ তাতে বাৰিচোআই উতৰ দি কলে, হে প্ৰভু, আৰু এক বচৰ থাকিবলৈ দিওক; ইয়াৰ গুৰিৰ চাৰিও ফালে খানি সাৰ দিও। পালে। .