পৃষ্ঠা:New Testament in Assamese.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যা। ১৪ তো- 2 তাক কিহেঁৰে চোকা কৰা হব? সি তাৰে পৰা একো কাজৰ নহৈ, অকল বাহিৰলৈ পেলোঅ আৰু মানুহৰ গচকাৰ জেগ্যিহে হই। মোলাক জগতৰ পহৰ; পবতৰ ওপৰত থকা নগৰ লুকাব নোঅৰে। মানুহে চাকি লগাই দেনিৰ তলত নথৈ, গচাৰ ওপৰতেহে থই, তাতে ঘৰত থকা সকলো মানুহক পহৰ দিএ। ১৬ এই ৰুপে তোমোলাকৰ পহৰ মানুহৰ অগিত প্ৰকসি হওক; তাতে সিবিলাকে তোমে:লাকৰ ভাল কৰম দেখি, স্বগত থকা তোমোলাকৰ পিত্ৰিক স্তুতি কৰিব। ১৭ মই বিধান বা ভবিস্যত বক্তাক নসি কৰিবলৈ আহিচেঁ, তোমো- লাকে এনেকৈ মনত নেতাবিবা; মই নসি কৰিবলৈ অহা নাই, কিন্তু পুৰাবলৈহে আহিলোঁ। ১৮ মই তোমোলকিত স্বৰুপকৈ কঁও, জেতিয়ালৈ- কে স্বৰ্গ আৰু প্ৰিথিবি নুগুচিব, তেতিয়ালৈকে সকলে। সিধি নোহো- আকৈ বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনো ৰুপে লোপ নহব। ১৯ এই হেতুকে জি কোনোএ এই আগৰি মাজৰ সৰু এটিও ঢিলাই, অৰু সেই ৰুপে মানুহক সিকাই, তাক স্বৰগ ৰাজ্যত সকলোতেকৈ সৰু বোলা জব; কিন্তু জি কোনোএ পালন কৰে, আৰু সেই ৰুপে সিকাই, তাক স্বৰগ ৰাজত বৰ বোল। জাব। ২০ মই তোমোলকিত কৈৰ্চো, অধ্যা- পক আৰু ফিৰুচিবিলাকতকৈ তোমোলাকৰ ধৰ্ম উতম নহলে, কোনো ৰুপে স্বৰগ ৰাজ্যত সোমাবলৈ নে পাব। ২১ তুমি বধ ন কৰিবা, আৰু জি কোনোএ বধ কৰে, সি সেধিত দণ্ডৰ এই জি কথা অগিৰ কালৰ মনিহত কে অ গৈচিল, তাক তোমো- লাকে সুনিল॥ ২২ কিন্তু মই তোমোলকিত কৈঠে, জি কোনো আপোনাৰ ভায়েকক অকাৰনতে খঙ্গ কৰে, সি সেধিত দণ্ডৰ ভিতৰ হব; আৰু জি কোনোএ আপোনাৰ ভায়েকক বলিয়া বোলে, সি মেলত দণ্ডৰ ভিতৰ হব; অৰুি জি কোনো আপোনাৰ ভায়েকক মুঢ় বোলে, সি নৰ্কৰ জুইত দণ্ডৰ ভিতৰ হব। ২৩ এই হেতুকে হোমৰ ভেটিৰ কাসলৈ তোমাৰ উচৰগৰ বস্তু আনিলে আপোনাৰ ভায়ালৈ তুমি কিবা দুসি অচি, তাতে এই কথা জদি তোমাৰ মনত পৰে, তেন্তে ভেটিৰ অগিতে তোমাৰ উচৰগৰ বস্তু থৈ জোআ; ২৪ আৰু প্ৰথমে তোমাৰ ভায়াই সৈতে মিল হোআঁ, পাচে অহি তোমাৰ দান উচৰগ কৰা। ২৫ জি কালত তোমাৰ গুচৰিয়াই সৈতে বাটত থাক, তাৰে সৈতে বেগতে মিল হোআ; নাইব! গুচৰিয়াই তোমাক সোধাৰুৰ হাতত সোধাই দিলে, পাচে জানো সোধাৰুএ টেকেলৰি হাতত সোধাই দিব, তাতে তোমাক বন্দিসালত থেঅ হব। ২৬ তোমত মই স্বৰুপকৈ কঁও, সেস চৰতিয়াও ধাৰ নুসুজা মানে, তাৰ পৰা তুমি কোনো ৰুপে ওলাব নোঅৰিবা। ২৭ তুমি পৰ তিৰি গমন ন কৰিবা, এই জি কথা কো মা গৈচিল, তা হব,