পৃষ্ঠা:New Testament in Assamese.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ লোকে কলে। ৩ জত্ৰাৰ নিমিতে লাখুটি বা জোলোঙ্গা, পিঠা বা ধন, এইবিলাক একো ন লব, আৰু গাইপতি দুটাকৈ চোলাও নলবা। ৪ তা তোমোলাকে জি ঘৰত সোমোআ, তাতে থাকিবা, আৰু তাৰে পৰা জাবা। জি কোনোবিলাকে তোমোলকিক গহন নকৰে, সেই নগৰৰ পৰা জো- আৰ সময়ত সিবিলাকৰ তাহিতে সখি হবৰ নিমিতে তোমোলাকে ভৰিৰ ধুলিকে জোকাৰি পেলাব। ৬ পাচে সিবিলাকে সুভ বাৰ্তা কিৰ্তন কৰি- বলৈ অৰু ৰোগ স্বস্থ কৰিবলৈ সকলো ঠাইতে গাঁৱে গাৰে ফুৰি গল। ৭ সেই কলিত হেৰোদ ৰজাই তেঁওৰ সকলো কৰমৰ বাত্ৰা পাই, মনত উগুল ফুল লাগিল; কিয়নো কোনো লোকে বুলিলে, য়োহান মিত্যুব পৰা উঠিল; ৮ অনি কোনোএ কলে, এলিয়াই দেখা দিচে; অনিবি- লাকে বলে, পুৰ্ব কালৰ ভবিস্যত বাবিলাকৰ এজন জিয়াই উঠিল। হেৰোঁদে বুলিলে, মই য়োহানৰ মুৰ কটাইচিলোঁ, জি জনৰ এনে ক- মৰ কথা শুনিচে, তেঁও কোন এতেকে তেঁওক দেখিবলৈ ইচা কৰিলে। ১০ পঁচিনিবিলকে উভতি অহি, জি জি কৰম কৰিছিল, তেঁত সক- পাচে তেঁও সিবিলাকক লৈ বৈচেদা নামে এখান নগ- ৰৰ ওচৰৰ নিজান ঠাইলৈ গুপত হৈ গল। ১১ তাকে লোকবিলাকে জানি তেঁওৰ পাচে পাচে গলত তেঁও সিবিলাকক গহন কৰি ইৰৰ ৰাজ্যৰ কথা কলে, আৰু জাৰ জাৰ স্বস্থ হবৰ প্ৰয়োজন অচিল, সিবিলাকক স্বস্থ কৰিলে। ১২ পচে দিন জাবৰ বেলা ওচৰ হলত তেঁওৰ বাৰে জন সিস্য আহি তেঁওত কলে, আমি এখন নিৰ্জন ঠাইতে অচেঁ, সেই নি- মিতে চাৰিও ফালৰ গাঁও আৰু চহৰত ঠাই লবলৈ আৰু খোকা বস্তু পা- বলৈ মানুহ জুমক পঠাই দিওক। ১৩ কিন্তু তেঁৱে কৈচে, তোমোলাকে সিহঁতক খাবলৈ দিয়া। তাতে সিবিলাকে বুলিলে, আমি গৈ এই সক- লো মানুহৰ নিমিতে খেঅ বস্তু নিকিনো জদি, তেন্তে আমাৰ পাঁচো- টা পিঠা দুটা মাচৰ বাজে আন একো খবৰ বস্তু নাই। ১৪ কিয়নো সিবিলাক পঢ়ি হেজাৰ মান মানুহ আচিল। তেতিয়া তেঁও সিসাবিলা- কত কলে, সিবিলাকক সাৰিএ সাৰি পঞ্চস পঞ্চসিকৈ বহুঅ। তে সিবিলাকে তেনে কৰি এটাইকে বহুকালে। অৰু তেঁও সেই পাঁচোটা পিঠা, দুটা মাচ লৈ স্বৰ্গলৈ চাই আসিবাদ কৰি ভাঙ্গি, মানুহবোৰক বি- লাই দিবৰ নিমিতে আপোনাৰ সিদ্যবিলাকক দিলে। তাতে সকলো খই ত্ৰিপ্তি পালে, পাছে খোআৰ অগলিকা বাৰেটা পীচি চপাই আনিলে। পাচে এদিন। তেঁও নিৰ্জনে প্ৰাৰ্থনা কৰাৰ সময়ত সিস্যবিলাক তেঁওৰ লগত আচিল, তাতে তেঁও সিবিলাকত সুধিলে, মানুহবিলাকে মোক কোন বুলি কই? ১১ তীতে সিবিলাকে উতৰ দি কলে, তোমাক য়োহান বুৰ দিওঅ বোলে; কিন্তু কোনোবোবে এলিয়া বোলে; অনি কোনো- ১৫ তা- ১