পৃষ্ঠা:New Testament in Assamese.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অধি॥ ৪১ পাচে দেখা, জাইৰ নামেৰে নাম ঘৰৰ এক অধিকৰ আহি মিচুৰ চৰনত পৰি, তাৰ ঘৰলৈ আহিবৰ নিমিতে তেঁওক প্ৰাৰ্থনা কৰিলে; কিয়নো তাৰ বাৰে বচৰিয়া জিএক এজনি মাথোন অচিল, তায়ো মৰিব লগা হৈচিল। ৪২ তেতিয়া তেঁও জোঅ কালত তেঁওৰ ওচৰত মানুহবি- লকে হিহনি খাই আচিল! ৪৩ তাতে বাৰে বাৰ তেজ জোঅ ৰুগিয়া হৈ, বেজত সকলো জিবিকা খৰচ কৰিও কাৰো পৰা স্বস্থ হব পৰা নাই, ৪ ৪ এনে এজনি তিৰোতাই য়িচুৰ পাচ ফালে দি আহি তেঁওৰ কপিৰ ৰ দহি চূলত তাইৰ তেজ বে৷ি তেতিয়াই ল। ৪৫ তাতে য়িচূএ কলে, মেকি কোনে চুলে? অটাইবিলাকে অসৈ কৰাত পিতৰ আৰু তাৰ লগৰ- বিলাকে বুলিলে, হে প্ৰভু, মানুহ সমুহবিলাকে আপোনাক বেৰি হেঁচি ধৰি অচে, আৰু কোনে মোক চুলে, আপুনি ইয়াকে বোলে! ৪৬ য়িচুএ কলে, কোনোবাই মোক চুলে, কিয়নো মোৰ পৰা সক্তি ওলালে, ইয়াকে জানিটে। ৪৭ তাতে সেই তিৰোতাই অপুনি লুকুঅ ন হই জেন জানি, কপি কঁপি আহি তেঁওৰ অগিত পৰি, জিহৰ নিমিতে তেঁওক চুইচিল, আৰু চুলতেই জেনেকৈ ভাল হল, তাকে আটাইৰে অগিত তেঁওত কলে। ৪৮ তেঁও তাইক বুলিলে, হে আইটি, নিৰ্ভই হোআ, তোমাৰ বিস্বাসেই তো মাক ভাল কৰিলে, কুসলে জোআ। ৪৯ এই কথা কঁওতেই নাম ঘৰৰ অধিকাৰৰ ঠাইৰ পৰা এজন মানুহ অহি তেঁওত কলে, তোমাৰ জিয়া মলি, গুৰুক দুখ নিদিবা। তাকে সুনি সমিধান দি কলে, ভই নকৰিবা; বিশ্বাস ম থেনি কৰা, তাতে তাই ৰখা পৰিব। পচে ঘৰৰ ভিতৰলৈ আহি, পিতৰ, যাকোব, য়োহান, আৰু চোআলিৰ বাপেক মাকৰ বাহিৰে কাকো সো- মাবলৈ নিদিলে। ৫২ আৰু সকলোএ কান্দি বিলাপ কৰি থকাত তেঁও কলে, তোমোলাকে নেকান্দিবা; তাই মৰা নাই, টোপনিতে অচে। ৫৩ কিন্তু সিবিলাকে তাই মৰা জানি তেঁওক হাঁহিলে। ৫৪ সকলোকে বাহিৰ কৰি- লত তেঁও তাইক হাতত ধৰি মাতি কলে, হে চোঅলি, উঠা। তাইৰ প্ৰান অকিও আহিলত তাই তেতিয়াই উঠিল; আৰু তাইক আহাৰ দিবলৈ তেঁও অগ্য কৰিলে। ৫ ৬ তাতে তাইৰ মাক বাপেকে বিসই মানিলে; কিন্তু এই কৰমৰ কথা কাতো ন কবলৈ তেঁও সিবিলাকক অগি] দিলে। ঢ়ি এ ৫১ ৫৫ তাতে ৯ অধি॥ পাচে তেঁও আপোনাৰ বাৰে জন সিস্যক মাতি আনি, সকলো ভুতক খেদাবলৈ আৰু বিয়াধি স্বস্থ কৰিবলৈ সক্তি আৰু বিসই দি, ২ ইস্বৰ ৰাজ্যৰ কথা কিৰ্তন কৰিবলৈ আৰু ৰুগিয়াক ভাল কৰিবলৈ পঠাই, সিবি-