পৃষ্ঠা:New Testament in Assamese.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ অধি॥ বোৰে বোলে, পুৰ্ব কালৰ ভবিস্যত বাবিলাকৰ এজন জিয়াই উঠিল। ২০ তেঁও সিবিলাকত কলে, কিন্তু তোমোলাকে নো মোক কোন বোলা? তাতে পিতৰে উতৰ দি কলে, তুমি ইস্বৰৰ খ্ৰিষ্ট। ২১ তেতিয়া সেই কথা কাতে নকবলৈ তেঁও সিবিলাকক দুিঢ় অগ্যি। দি কলে, ২২ মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগে, আৰু ব্ৰিধ লোক, প্ৰধান পোৰোহিত, অধ্যাপকবিলাকৰ পৱা অৱহেলা কৰা হৈ মৰা হব, পাচে ত্ৰিতিয় দি- নত মনৰ পৰা উঠিব। ২০ আৰু তেঁও সকলোৰে অগিত কলে, জদি কোনোএ মোৰ পাচত অ- হিবলৈ ইচা কৰে, তেন্তে সি আপোনাক দমন কৰোক, আৰু [ দিনে দিনে ] অপোনাৰ পেৰেঙ্গনি তুলি লৈ মোৰ পাচত অহোক। ২৪ কিয়নো জি কোনোএ আপোনাৰ প্ৰান ৰাখিব খোজে, সি তকি হেৰুআব; কিন্তু জি কোনোএ মোৰ নিমিতে আপোনাৰ প্ৰান হেৰুআই, সি তাক ৰখ্যা কৰিব। ২৫ কোনো মানুহে গোটেই খন জগত পোঅ হৈ, আপোনাকে জদি হেৰু- আই বা বিনাস হই, তেন্তে তাৰ কি লাভ? ২৬ জি কোনো মোত অৰু মোৰ কথাত লাজ পাই, মানুহৰ পুত্ৰ আপোনাৰ আৰু পিত্ৰিৰ আৰু পবিত্ৰ দুতৰ প্ৰভাৱেৰে জেতিয়া আহিব, তেতিয়া তেঁও সেই মানুহত লাজ পাব। ২৭ কিন্তু মই তোমোলাকত সত্য ৰুপে কৈৰ্চো, ইৰ ৰাজ্য নেদেখে মনে মিত্যুৰ ভোগ নকৰিব, এনে কোনো মানুহবিলাক ইয়াতে থিয় হৈ অচে। ২৮ এই কথা কোঅৰি আঠ দিন মানৰ পাচে তেঁও পিতৰ, য়োহান আৰু য়াকোব, এইবিলাকক লগত লৈ প্ৰাৰ্থনা কৰিবলৈ এটা পৰ্বতৰ ওপৰলৈ ২১ তাতে প্ৰাৰ্থনা কৰোতে তেঁওৰ মুখৰ আক্ৰিতি অন্য ৰুপ হল, আৰু তেঁওৰ কাপৰ বগা বৰ প্ৰকাসিত হল। ৩০ আৰু দেখা, মোচা আৰু এলিয়া এই দুজনে জ্যোতিৰ্মই হৈ দেখা দি, ৩১ য়িচালমত তেঁও জি মিত্যু সিধি কৰিব, তাৰ কথা বাত্ৰা তেঁৱে সৈতে কৈ আচিল। ৩২ কিন্তু পিতৰ আৰু তেঁওৰ লগৰবিলাক টোপনিৰে ভৰ হৈচিল, পীচে জগি তেঁওৰ প্ৰভাও আৰু তেঁওৰ ওচৰত থকা সেই দুজনকো দেখিলে। ৩৩ সিবিলাক তেঁওৰ ওচৰৰ পৰা জোকাৰ সময়ত পিতৰে য়িচুত কলে, হে প্ৰভু, অমাৰ ইয়াতে থকা ভাল; এই হেতুকে আমি তিনটা পজা সাজো, আপোনালৈ এটা, মো- চালৈ এটা, এলিয়ালৈ এটা; ইয়াকে নুবুজিএই কলে। ৩৪ এই কথা কঁও- তেই এখনি মেঘ আহি সিবিলাকক চা কৰি ধৰিলে, তাতে সিবিলাকে মে- ঘত সোমোঅতি ভই লাগিল। ৩৫ তেতিয়া মেঘৰ পৰা এই অকাসি বানি হল, এই মোৰ প্ৰিয় পুত্ৰ, এঁওৰ কথা সুনা। ৩৬ সেই সবদ গলতেই মিচুক অকলে দেখা হৈচিল। আৰু সিবিলাকে জি দেখিচিল, তাৰ একো কথা সেই কালত কোনো মানুহত নকৈ গুপুতে ৰাখিলে। ৩৭ তাৰ পাচ দিন সিবিলাকে পাতৰ পৰা নামিলত অনেক মানুহে গল। ৬ ১৭