পৃষ্ঠা:New Testament in Assamese.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুক। ২৭ ততে বা। সিবিলাকত কলে, তোমোলাকৰ বিস্বাস কত? তাতে সিবিলাকে ভয়া- তুৰ হৈ বিস্মই মানি ইটে সিটে কলে, এও কেনে মানুহ! বতাহ আৰু পানিকো অগ্যি। দিয়াত সিহঁতেও তেঁওৰ কথা মনে। ২৬ পচে গালিলৰ সমুখে থকা গাদৰ। দেস পালেগৈ। তেঁও ব মত উঠিলতেই বহু দিনৰ পৰা ভূতে পোঅ এজন মানুহ নগৰৰ পৰা বাহি তেঁওৰ সাখাত পলেহি; সেই মানুহে কাপৰ নিপিন্ধে, অব্দি ঘৰত নেথাকি মৈদামতে থাকে। ২৮ সি য়িচুক দেখি এই এটাহ পাৰি তেঁওৰ অগিত পৰি বৰ মাতেৰে কল, হে সৰ্বোপৰি ইৰৰ পুত্ৰ য়িচু, তেমৰি লগত মোৰ কি কম। মই মিনতি কৰিচেঁ, মোক জাতনা নকৰি- ২৯ কিয়নো সেই মানুহক এৰি জাবলৈ তেঁও অসুচি ভুত অগ। দিচিলে। তকি ভুতে অনেক বেলি ধৰাত জি সিকলি আৰু লোঅৰি দোঅৰিাই বান্ধি ৰখা হৈচিল, সেই বন্ধন চিঙ্গি ভুত বলেৰে হাবিৰ মাজলৈ নিয়া হৈচিল। পাচে য়িচুএ তত সুধিলে, তোৰ কি নাম? তাতে সি কলে, মোৰ নাম বাহিনি; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আচিল। ৩১ পীচে তেঁও জেন সিহঁতক অগাধ ঠাইলৈ জীবলৈ অগ্যি। নিদি, ভূতবিলাকে এনে বিনই কৰিলে। ৩২ সেই কালত তাৰ ওচৰ পৰতত ভালেমান এজাক গাহৰি চৰি অচিল; সেইবোৰ ভিতৰত সোমাবলৈ অনুমতি দিয়া, ভুতবিলাকে এই প্ৰাৰ্থনা কলিত, তেঁও অনুম- তি দিলে। ৩৩ তেতিয়া সেই মানুহৰ পৰা ভুবিলকি ওলাই গাহৰি- বোৰৰ ভিতৰত সোমলগৈ; তাতে গাহৰি জাকে এটা গৰাৰ পৰা বৰকৈ লৰি গৈ সৰোবৰত পৰি মৰিল। ৩৪ তাকে দেখি ৰখিয়াবোবে পলাই নগৰ তাৰু চহৰতে। এই কথা কলেগৈ। ৩৫ তেতিয়া কি ঘটিছিল, তাক চাবলৈ মানুহবিলাকে ওলাই য়িচুৰ ওচৰলৈ আহি, জি মানুহৰ পৰা ভুত ওলাই গল, তকি য়িচুৰ চৰনৰ কাসত কাপৰ পিন্ধি গিয়ান পাই থাকি, বৰ দেখি ভই কৰিলে। ৩১ আৰু সেই ভুতে পেঅিটিক কেনে ৰুপে সুস্থ কৰা হল, তাক দেখাবিলাকে সিহঁতৰ আগত কলে। ৩৭ পাচে গাদৰ। দেশৰ চাৰিও ফালৰ সকলো লোকে অতিসই ভই পোআত সিবিলাকৰ ওচৰৰ পৰা তেঁওক জীবলৈ মিনতি কৰি কলে, তাতে তেঁও নাৱত উঠি তাৰ পৰা উলটি গল। ৩৮ তেতিয়া জি জনৰ পৰা ভুত ওলাই গ'ল, সি তেঁওৰ লগত থাকিবলৈ প্ৰাৰ্থনা কৰিলে; কিন্তু য়িচুএ তকি বিদাই দি কলে, তো- মাৰ নিমিতে ইস্বৰে কেনে মহত কৰম কৰিচে, আপোনাৰ ঘৰলৈ গৈ তীক দেখবি॥ ৩১ তীতে সি তাৰ পৰা গৈ য়িচুএ তাৰ নিমিতে জি মহত কম কৰিলে, তাক গোটেই খন নগৰত প্ৰকাশ কৰিলে। ৪০ পাচে য়িচুএ উভ- তি তহিলত মানুহবিলাকে তেঁওক গ্ৰহন কৰিলে, কিয়নো তেঁওলৈ সক- লে এ অপেখ! কৰি আচিল।