৭ অধি।। ১১৭ ২৮ মই তো- . ২৯ লোক সকল n. চিলা। কোমল কপিৰ পিন্ধ। মানুহটক নে? দেখা, জিবিলাকে চিকন কা- পৰ পিন্ধে, আৰু সুন্দৰ আহাৰ খাই, সিবিলাকে ৰজাৰ ঘৰতহে থাকে। ২ ৬ তেন্তে কি দেখিবলৈ গৈচিল। ভবিস্যত বক্তাক নে? হই, মই তোমো- লাকত কৈঠো, ভবিস্যত বক্তাতকৈও বৰ এজন । ২৭ দেখা, মই আপোনাৰ দুতক তোমাৰ আগত পাঁচিম, তাতে সি তোমাৰ অাগে অাগে বাট জুগুত কৰিব, জাৰ অর্থে এই কথা লিখা অচে, এই জন তেঁও । মোলাকত কৈঠো, তিৰােতাৰ গৰ্ভত ওপজীবিলাকৰ মাজতো য়ােহান বুৰ দিওঅতিকৈ কোনো ডাঙ্গৰ ভবিস্যত বক্তা নাই; তথাপি ইস্বৰৰ ৰাজ্যত সকলতোকৈ জি জন সৰু, সেই জন তেঁওতকৈ ডাঙ্গৰ । অাৰু কৰ তেলাবিলাকে বাক্য সুনি য়ােহানৰ বুৰত বুৰ পোআ হৈ ইত্মক মানৱন্ত কৰিলে; ৩০ কিন্তু ফিৰুচি অাৰু বিধান পণ্ডিতবিলাকে তেঁওৰ হতুআই বুৰ নেপাই, আপোনাৰ অহিতে ইস্বৰৰ উপদেস হেলা কৰিলে । ৩১ তেন্তে এই কালৰ মানুহবিলাকক কাৰে সৈতে তুল্য কৰিম? আৰু সিবি- লকি কৰি নিচিনা হই ? ৩২ জি লৰবিলাক বজাৰত বহি থাকি ইটে সি- টলৈ মাতি কই, আমি তােমোলাকৰ আগত বাহি বজালো, কিন্তু তোমাে- লকে নেনাচিলা; তোমোলাকৰ অগিত বিলাপ কৰিলো, কিন্তু তোমো- লীকে নেকান্দিলা; এনে লৰাবোৰৰ নিচিনা সিহঁত । ৩৩ কিয়নো য়ে- হনি বুৰ দিওআই পিঠা নেখাই, পনিয়ালৰ ৰস পান নকৰিও অহিল, তাতে তােমােলাকে বোলা, সি ভূতে পোজ । ৩৪ মানুহৰ পুত্ৰ ভোজন পান কৰি আহিছে, তাতে তােমোলাকে বোলা, দেখা, এই জন মানুহ খাবৈচ আৰু মদপি, কৰ তোলাবিলাক আৰু পপি লোকৰ মিতিৰ । ৩৫ কিন্তু গিয়ানি সকলে গিয়নিৰ ব্যৱহাৰ নিদোস কৰে । ৩৬ পাচে এজন ফিচিএ য়িক ভোজন কৰিবলৈ নিমন্ত্রন কৰিলত, তেঁও সেই ফিচিৰ ঘৰত সােমাই ভোজন কৰ্ষিলৈ বহিল । ৩৭ তাতে দেখা, সেই নগৰত থকা কোনাে পাতকি তিৰােতা এজনি তেঁওক ফিচিৰ ঘৰত ভোজনত বহি থকা জানি, সুগন্ধি তেলেৰে ভৰাআ এটা ফটিকৰ টেম। আনি, ৩৮ তেঁওৰ পাচ ফালে চৰনৰ ওচৰত থিয় হৈ কান্দি কান্দি তেঁওৰ চৰন চকুৰ লোএৰে তিয়াই মুৰৰ চুলিৰে মচিলে, আৰু তেঁওৰ চনত চুমা দি সুগন্ধি তেল ঘঁহিব ধৰিলে । ৩৯ তেঁওক নিমন্ত্রন কৰা ফিৰুচিএ ইয়াকে দেখি অ- পোনাৰ মনতে বুলিলে, এই জন ভবিস্যত বক্তা হোঅ হলে তেঁওক পর্স কৰা এই জনি তিৰােতা কোন, অাৰু কেনে লোক, ইয়াক জানিলে- হেঁতেন, কিয়নো তাই পাতকি হৈচে । তেতিয়া য়িচুএ সমিধান দি তাত কলে, হে চিমেন, মই তেমিতি কিছু কথা কবলৈ অচে। সি কলে, হে গুৰু, তাক বোলােক। ৪১ এক মুদৈব দুজন বা আচিল; তাৰ মাজৰ এজনৰ পাচ স সিকি, এজনৰ পঞ্চাস সিকি ৰূপ ধৰি আ- ৪ ০ তাতে
পৃষ্ঠা:New Testament in Assamese.djvu/১২২
অৱয়ব