পৃষ্ঠা:New Testament in Assamese.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ নুক | চিল । ৯২ পাচে সিবিলাকে ধাৰ সুজিবলৈ একো নথকাত তেঁও দুয়ে। জনৰ বাৰ খেমা কৰিলে ; তাতে সিবিলাক দুইৰো মজিত কোনটে অধিক প্রিতি কৰিব, ইয়ীকে বেলা ? ৪৩ চিমোনে উতৰ দি কলে, জি জনৰ অধিক ধৰি খেমিলে, সেয়েই কৰিব, ইয়াকে মই বুজির্টে। তেঁও তাত কলে, তুমি স্বৰুপ বিবেচনা কৰিলা । ৪৪ তেতিয়া তেঁও সেই তিৰোতাৰ ফাললৈ মুখ ঘুৰাই চিমোনত কলে, এই তিৰােতকি দেখিচা নে ? মই তো- মাৰ ঘৰলৈ আহিলত তুমি মোৰ ভৰি ধুবলৈ পানি নিদিলা, কিন্তু তাই চকুৰ লোএৰে মোৰ ভৰি ধুই [মুৰৰ চুলিএৰে মচিলে । ৪৫ তুমি মেকি চুমা দিয়া নাই, কিন্তু মই অহিবৰে পৰা এই জনি তিৰোতাই মোৰ ভৰি- তো চুমা দিবলৈ নেৰিলে । ৪৬ তুমি মোৰ মুৰত তেল নঘঁহিলা, কিন্তু এই তিৰোতাই মোৰ ভৰিও তেলেৰে ঘঁহিলে । ৪৭ এই হেতুকে মই তােমত কৈচেঁ, এই জনিৰ অধিক হোঅ পপি খেমা কৰা হল, তাতে তাই অধিক প্রিতি কৰে; কিন্তু জাৰ অলপ পাপ খেমা হই, সি অলপ প্রিতি কৰে । ৪৮ পাচে তেঁও তাইত কলে, তোমাৰ পপি খেমা হল । ৪৯ তাতে তেঁৱে সৈতে ভোজনত বহবিলাকে অপোনাৰ মনত ভাবিব ধৰিলে, পপিকে। খেমা কৰা এই জন, এওনো কোন ? ৫৫ ০ পাঁচে তেঁও তিৰোতাত কলে, তো- মাৰ বিস্বাসেই তোমাক পৃত্ৰিন কৰিলে; কুসলে জোঅ । ৮ অধি।। তাৰ পাচে নগৰে নগৰে গাঁৱে গাঁৱে ইস্বৰৰ ৰাজ্যৰ সুভ বার্তা কির্তন কৰি প্ৰচাৰ কৰি গল; ২ অাৰু তেঁওৰ বাৰে জন সিস্য, অৰু জি কোনো তি ৰোতীবিলাক অসুচি ভূতৰ অৰু নৰিয়াৰ পৰা স্বস্থ কৰা হৈচিল, অর্থাত জাৰ পৰা সাতােটা ভুত ওলাইচিল, সেই মাগলিনি নামে বেলি মাৰিয়া, ৩ আৰু হেৰোদ ৰজাৰ ঘৰাগিৰি খুজাৰ ঘৈনিএক য়োঅনি, চোচানা, অকি অনেক অনবিলাকো, সিবিলাক সকলে। তেঁওৰ লগতে অচিল । ৪ আৰু সকলো নগৰৰ পৰা অনেক অনেক লোক আহি তেঁওৰ ওচৰত গোট খোয়া কালত তেঁও এক পটন্তৰ দি কলে, ৫ এজন খেতিয়কে কঠিয়। সিঁচিবলৈ গল । সি কঠিয়া সিচোতে কেতবিলাক বাটৰ কাখৰত পৰিল, তাতে ভৰিৰে খচকা হল, আৰু অকাসৰ চৰায়ে আহি খুঁটি খালে । ৬ কেতবিলাক সিলত পৰিল, পীচে গজিলতেই জিপ নোহোআত সুকাই গল। ৭ কেতবিলাক কাইটনিত পৰিল, তাতে কঁাইট গ চ তাৰ লগত গজি হেচি ধৰি মাৰিলে । ৮ অনিবিলাক ভাল মাটিত পৰি গজি এস গুন গোট ধৰিলে । এইবিলাক কথা বুলি তেঁও ৰিঙ্গিয়াই কলে, জাৰ সুনি- বলৈ কান অচে, সি সুনেকি । -