পৃষ্ঠা:New Testament in Assamese.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুক। ১৬ মই সিবিলাকৰ এটাক জা বুলিলে সি জাই; অনিক অহি বুলিলে সি অহে; আৰু মোৰ বদিক এই কাম কৰ বুলিলে সি তাক কৰে। ৯ য়িচুএ এই কথা শুনি বিস্মই মানিলে, অৰুি মুখ ঘুৰাই অপেনিৰি পাচত জো- অবিলকিত কলে, মই তোমোলকিত কৈঠো, ইলিৰ বঙ্গহৰ মাজতো মই এনে বিস্বাস পোঅ নাই । ১০ পচে জিবিলাক পঁচা হৈচিল, সিবিলাকে ঘৰলৈ গৈ সেই নৰিয়া পৰা বন্দিক সুস্থ হােৱা দেখিলে । ১১ তৰি পচি দিন। তেঁও নাইন নামেৰে এখন নগৰলৈ জোঅাত তেঁওৰ অনেক সিস্য আৰু বহু মানুহ তেঁওৰ লগত গল । ১২ পাচে সেই নগৰৰ দূঅৰৰ ওচৰ পলিত দেখা, কোনো বাৰিৰ জি একেটি পুতেক আচিল, তাৰ মৰা স বাহিৰলৈ নিলে, অাৰু সেই বাৰিৰ লগত নগৰৰ অনেক অনেক লোক অচিল । ১৩ তেতিয়া প্রভুএ তাইক দেখি মৰম লাগি কলে, তুমি নেকান্দিবা। ১৪ পাচে তেঁও ওচৰলৈ গৈ মৰাৰ খাট চুল বো- অবিলকি ৰল। তাতে তেঁও কলে, হে ডেকা মানুহ, উঠা, মই ইয়াকে তোমাত কৈচেঁ । ১৫ তেতিয়া সেই মৰা মানুহ উঠি বহি কথা কবলৈ ধৰি- লে, পীচে য়িচুএ তাক মকিৰ হাতত দিলে । তাতে সকলোৰে ওপৰত ভই হল, আৰু আমাৰ মজিত এজন মহা ভবিস্যত বক্ত৷ ওলীল, অৰু ইন্বৰে আপোনাৰ লোকবিলাকক দৃিষ্টি কৰিলে, ইয়াকে বুলি সিবিলাকে ইম্বক শুতি কৰিলে। ১৭ পাচে য়িহুদা দেস খনত আৰু চাৰিও ফালে থকা প্ৰদেশত তেঁওৰ এই কথা বিয়পি গল । ১৮ পাচে য়োহানৰ সিদ্যবিলাকে তেঁওত এই সকলো কথা জনালে । ১৯ তাতে য়োহানে আপোনাৰ দুজন সিস্যক মতি অনি, য়িচুৰ ওচৰলৈ পঠাই কলে, জি জন আহিব লগা তুমি হোঅ নে, নাইবা অনি কাৰে- বালৈ অপেখ্যা কৰি থাকিম? ২° পাচে সেই মানুহবিলাকে তেঁওক পাই কলে, জি জন অহিব লগা তুমি হোঅ নে, নাইবা আন কাৰোবলৈ অপেখ্যা কৰি থাকিম, য়োহান বুৰ দিওআই অমিৰ দোঅৰািই এই কথা কৈ পঠাইচে । ২১ সেই ভঁৰতে য়িচূএ ৰোগ আৰু মহা বিয়াধি অৰুি দুর্জন ভুতে ধৰা অনেক মানুহক স্বস্থ কৰি, অৰু কনাবিলাককো চকু দি অচিল । ২২ তেতিয়া তেঁও সিবিলাকত উতৰ দি কলে, তোমোলাকে জোর আৰু জি দেখিলা সুনিলা, তাক য়োহানত কোঅগৈ ; কনাই দেখিচে, খোৰাই খোজ কাহে, কুঠিয়া সুচি হই, কলাই সুনে, মৰাক তোলা হৈছে, দুখিয়া লোকত সুভ বত্রিী কির্তন কৰা গৈছে; ২৩ আৰু জি জনে মোত বেজাৰ নেপাই, সি ধন্য। ২৪ য়োহানৰ এই পাঁচনিবিলাক গলত তেঁও য়োহানৰ অৰ্থে লোকবিলা- কৰ অগিত এই কথা কবলৈ ধৰিলে, তোমোলাকে হাবিত কি দেখিবলৈ গৈচিলা ? বতাহে লৰোঅ নল নে ? ২৫ তােমোলাকে কি দেখিবলৈ গৈ-