পৃষ্ঠা:New Testament in Assamese.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ অধি।। ৪৩ নেদেখি, হে ভাই, তোমাৰ চকুৰ পৰ৷ সেই কুটা উলিয়াবলৈ দিয়া, এনে কথা ভায়াক কেনেকৈ বুলিব পাৰা হে কপটি, প্রথমতে আপােনাৰ চকুৰ পৰা চতি উলিয়াই পেলােআ, পাচে তোমাৰ ভয়াৰ চকুৰ পৰা কুটাকে উলিয়াবলৈ ভালকৈ দেখিবা। ভাল গচে বেয়া গুটি নধৰে, বেয়া গচেও ভাল গটি নধৰে । ৪৪ অপপান অপােন গুটিৰ দোঅৰিাই প্রতি গচকে জনা জাই; কাইট গচৰ পৰা ডিমৰু নেপাৰে, পূলি কাইটৰ পৰাও লতা পনিয়াল নেপাৰে । ৪৫ ভাল মানুহে অপেনি মনৰ ভাল ভঁৰালৰ পৰা ভাল দুব্য উলিয়াই, আৰু বেয়া মানুহে অপেনি মনৰ বেয়া ভঁৰালৰ পৰা বেয়া দুব্য উলিয়াই ; কিয়নো মনৰ অধিক ভাবনাৰ পৰা মুখে কথা কই। ৪৬ অৰু মোৰ কথা পালন নকৰি মোক কিয় প্রভু প্রভু বুলি মাতা? ৪৭ জি কোনোএ মোৰ ওচৰলৈ আহি মোৰ বাক্য সুনি পালন কৰে, সি কৰি নিচিনা হই, মই তোমোলকিত জনাও। ৪৮ জি মানুহে ঘৰ সাজাতে দকৈ খানি তাৰ মুল সিলৰ ওপৰত পেতি কৰিলে, এনে এজনৰ নিচিনা সিও; পাঁচে ঢল আহি সেই ঘৰত বেগে সেঁাত পৰিলহি, তেও তাক লৰাব নোঅৰিলে, কিয়নো সিলৰ ওপৰত পোত হৈচিল । ৪৯ কিন্তু জি কো- নোএ মোৰ কথা সুনি পালন নকৰে, সি মুল নোহোআকৈ মাটিৰ ওপ- ৰত ঘৰ সজা মানুহৰ নিচিনা হই; পাচে সেঁাত বেগে লাগিলতেই সেই ঘৰ পৰিল, অৰু তাৰ অতি সর্বনাস হল । ৭ অধি। তেঁও মানুহবিলাকৰ কানত এই সকলো কথা কৈ এটাই কিফনাহু মত সো- মালগৈ । ২ তেতিয়া কোনো এসৰ সেনাপতিৰ এটা প্রিয় বন্দি নৰিয়া হৈ মৰিব লগা হােঅতি, সেনাপতি য়িচুৰ সম্বাদ সুনি, সেই বন্দিক স্বস্থ কৰি- বৰ নিমিতে তেঁও জেন আহে, এই বিনই কৰিবলৈ তেঁওৰ ওচৰলৈ জন চা- কে ব্রিধ য়িহুদি লােকক পঠাই দিলে । ৩ সিবিলাকে য়িচুৰ ওচৰলৈ গৈ অতিসই ৰুপে বিনই কৰি কলে, তুমি জি জনক এই অনুগ্ৰহ কৰিবা, তেঁও জোগ; ৪ কিয়নো তেঁও আমাৰ দেসি লোকক চেনেহ কৰে, আৰু অমা- লৈ এটা নাম ঘৰে সাজিলে। ৫ তাতে য়িচুএ লিবিলাকৰ লগত গৈ ঘৰৰ ওচৰ পালিত, ৬ সেই সেনাপতিএ আপোনাৰ মিতিৰবিলাকক তেঁওলৈ পঠাই কলে, হে প্রভু, আপোনাক দুখ নিদিব; কিয়নো আপুনি জে মোৰ ঘৰৰ ভিতৰত সোমাবহি, মই এনে জোগ নও; ৭ সেই নিমিতে ময়য় অপিপানাৰ ওচৰলৈ জীবলৈ জোগ্য হৈচেঁ বুলি নেমানে, কিন্তু আপনি একেসাৰ বাক্য বোলোক, তাতে মােৰ বন্দি সুস্থ হব । ৮ কিয়নো মই অপুনি পৰৰ অধিন মানুহ হৈচে, মােৰ অধিনে। সেনাবিলাক আচে ;